পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 এষাৰ...

 

 অকণি কনকলতাৰ কাহিনী বিশ্ববিশ্রুত। মৃত্যুকে ভয় নকৰা দেশ প্ৰেমেৰে পূৰ্ণ সৰু হৃদয়খন মানবীয় গুণেৰে উচ্চ শিখৰত। তেনে এগৰাকী এধানিৰ কাহিনী অকণিহঁতৰ বাবে আদৰ্শৰ মুকলি বাট বুলি সেই উদ্দেশ্যেৰে লিখা।

 পুথিখন প্ৰকাশ কৰি অকণিহঁতৰ হাতত তুলি দিয়াৰ সুবিধা দিয়া শ্ৰীযুত ফুলেন্দ্ৰ কুমাৰ বৰুৱাদেৱৰ ওচৰত মোৰ কৃতজ্ঞতা থাকিল। ছপাকৰ্মৰ লগত জড়িত সমূহ কৰ্মীবৃন্দলৈকো মোৰ আন্তৰিক ধন্যবাদ জনালো।

 ত্রুটি মার্জনাৰে

লেখিকা।

 

চিনাকি

জোনাকপুৰ, গুৱাহাটী-১৬

ফোন নংঃ ৯৮৫৯২৩৬০৬৭