পৃষ্ঠা:অকণি বীৰাংগনা কনকলতা.pdf/১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অকণি বীৰাংগনা কনকলতা

উপায়ৰ কথা চিন্তা কৰিছিল।

চাৰি

১৯২১ চনত নাগপুৰত এখন বৰ ডাঙৰ সভা বহিছিল। তাত মহাত্মা গান্ধীয়ে বৰ দৰকাৰী কথাৰে ভাষণ দিছিল। তেওঁ আছিল এজন অহিংসাৰ মহামানৱ। সেই সভাত ইংৰাজ শাসকৰ বিপক্ষে অহিংসা সংগ্ৰামত নামিবলৈ অৰ্থাৎ ইংৰাজৰ লগত অসহযোগ কৰিবলৈ দেশৰ মানুহবোৰক আহ্বান জনায়। যাতে অতীষ্ঠ হৈ ইংৰাজ আঁতৰি যায়। ভাৰতবাসীয়ে ন্যায়ত থাকি নিজৰ স্বাধীনতা আদায় কৰিব পাৰে। মহাত্মা গান্ধীৰ ভাষনে ভাৰতবাসীক সচেতন কৰিলে। সেই সচেতনতাই

10