মূল মেনু খোলক

ৰাগ: বৰাড়ী ; ৰচয়িতা: ভুসুকু পা

নিসিঅ অন্ধাৰী মুসাৰ চাৰা ।
অমিঅ ভখঅ মুসা কৰঅ আহাৰা ॥ [ধ্ৰু] ॥
মাৰ ৰে জোইআ মুসা পবণা ।
জেঁণ তুটঅ অবণাগবণা ॥ [ধ্ৰু] ॥
ভববিন্দাৰঅ মুসা খনঅ গাতী ।
চঞ্চল মুসা কলিআঁ নাশক থাতী ॥ [ধ্ৰু] ॥
কলা মুষা ঊহ ণ বাণ ।
গঅণে উঠি চৰঅ অমণ ধাণ ॥ [ধ্ৰু] ॥
তাব সে মুষা পাঞ্চল ।
সদ্গুৰু বাহে কৰিহ সো নিচ্চল ॥ [ধ্ৰু] ॥
জবেঁ মষাএৰ চা তুটঅ ।
ভুসূকু ভণঅ তবেঁ বান্ধন ফিটঅ ॥ [ধ্ৰু] ॥