জয় আলোকময় অনাদি অনন্ত প্ৰসাৰি বিশ্ব জীৱন জ্যোতি । জয় জয় সুন্দৰ সত্য সনাতন চিৰ প্ৰশান্ত বিশ্বপতি । কোটি বিশ্বব্যাপক হে মহামনাধীপ বিশ্ব জীৱন জ্যোতি প্ৰণতি প্ৰণতি প্ৰণতি