জতুৱা ঠাঁচ সূচী প-ম

জতুৱা ঠাঁচৰ সংগ্ৰহ সম্পাদনা কৰক

বৰ্ণানুক্ৰমিক সূচী : অ-ঈ উ-ঔ ক-ঙ চ-ঞ
ট-ণ ত-ন প-ম য-ৱ শ-ক্ষ


সম্পাদনা কৰক

  • পৰ্বতত কাছ কণী বিচৰা
  • পাবত গজা
  • পানীৰ তলৰ কাঁইট : নেদেখা শত্ৰু।
  • পানীত হাঁহ নচৰা
  • পানী মিঠৈ
  • পাভ লুটি মৰা

সম্পাদনা কৰক

  • বিনা মেঘে বজ্ৰপাত : আগজাননী নোপোৱাকৈ অহা বিপদ ।
  • বুৰেপিত শেলুক