কম নয়নকে আজু পেখলু মাই
ধ্ৰুং|| কমল নয়ন আজু পেখলু মাই, গোবিন্দ পেখিতে
নয়ন জুড়াই| শ্যামল অঙ্গ, পিষঙ্গ পিচোৰা,
ময়ুৰ মুকুট বনায়||
পদ-মৃগমদ মলয়জ মিলিত বহু ভাজিত
চন্দ অঙ্গে চৰাই|
হেম জড়িত বাহু ৰতন বিভূষণ
হৰষে চলয়ে যদুৰায়||
পঙ্কজ বয়ন স্মিত অৱলোকন
অলক তিলক মুহে শোহে|
সব জগ বন্দন নন্দকু নন্দন
কহয় মাধৱ গতি মোহে||