ভালি নাচে মদন গোপাল
।। ৰাগঃ শ্ৰীগৌৰী।। তালঃ পৰি।।
ধ্ৰুং।। ভালি নাচে মদন গোপালা।
বজাৱে মোহন বেণু, গলে বনমালা।।
পদ।। অৰুণ চৰণ দুহোঁ থমকে চলায়।
ঈষত ঈষত হাসি পঞ্চম গায়।।
শ্যামল সুন্দৰ চান্দ বয়ন বিকাশ।
কহয় মাধৱ দীন হৰি-পদ দাস।।