পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/৩৪৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
বাট চাই থকা মানুহ বিধৰ কথা হৈছে। অৱশ্য এইটো মানে যে লাগনি গছৰ

পুলিটি কই তাত বাৰুকৈ সৰ দিলেহে এদিন ডাঙ্গৰ হৈ গুটি ধৰিব। উন্নতিও

তেনেকুৱা আমাৰ কৰ্তব্যকাম এতিয়া যিবিলাক আছে, তাক নকৰি সময় আহোক,
তেনেকুৱা আমাৰ কৰ্ত্তব্যকাম এতিয়া যিবিলাক আছে, তাক নকৰি সময় আহোক,
আমাৰ পাছৰ পুৰুষে কৰিব এই বুলি বহি থকা উন্নতি আশাৰ লক্ষণ নহয়। শুদা

ভৰালটো থৈ গলে, সময়ে তাক ভৰাই নিদিয়েহি। পাছত লৰা ছোৱালীয়ে

১৮ নং শাৰী: ১৮ নং শাৰী:
ভোগ কৰিবলৈ নেপালেও পিছৰ পুৰুষে পাবই পাব। জ্ঞান বোলা, ধৰ্ম্ম বোলা

পূৰ্ব পুৰুযে আমালৈ যেনে আৰ্জ্জি থৈ গৈছে বৰ্ত্তমান আমি তাক তেনে ভোগ

কৰিবলৈ পাইছোঁ। এই বাবে বৰ্তমান সময়ৰ কৰিব লগীয়া কাম, বৰ্তমান পুৰুষে
কৰিবলৈ পাইছোঁ। এই বাবে বৰ্তমান সময়ৰ কৰিব লগীয়া কাম, বৰ্ত্তমান পুৰুষে
কৰি থৈ নগলে পিছৰ পুৰুষ মহাদুখত পৰে আৰু নিৰ্বশ হৈ নাম নুমাববে। সম্ভব।

সময় আমালৈ সদায় আহি আছে, আমি এতিয়া যিটো সময়ৰ ওপৰত থিয় দি আছে।।

সেইয়েই আমাৰ সময়। এই সময়ত আমাৰ কৰিব লগিয়া যি কাম হাক নকৰা,

সোৰোপা হৈ লৰ তিৰোতাক প্ৰতিপাল নকৰি বহি থকাৰ দবে, মহাপাপ। পিছৰ

পুৰুষলৈ খাট কাম কৰি থৈ যোৱা মানুহৰ জীৱনৰ উদ্দেশ্যৰ ভিতৰত এটি প্ৰধান