পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৩৩ নং শাৰী: ৩৩ নং শাৰী:


'''দিহিঙ্গে দিপাঙ্গে'''—ক্রি-বিণ, [ দিহাঙ্গে দিবাঙ্গে] দিহাং আৰু দিবাং শদিয়াৰ ওপৰে
'''দিহিঙ্গে দিপাঙ্গে'''—ক্রি-বিণ, [ দিহাঙ্গে দিবাঙ্গে] দিহাং আৰু দিবাং শদিয়াৰ ওপৰে
৷আছে এই দুই নৈ নামি আহি ব্ৰহ্মপুত্ৰৰ আকাৰ ধাৰণ কৰিছে।
আছে । এই দুই নৈ নামি আহি ব্ৰহ্মপুত্ৰৰ আকাৰ ধাৰণ কৰিছে।
এতেকে,—যতে ততে বিপদসঙ্কুল ঠাইত, in distant regious
এতেকে,—যতে ততে বিপদসঙ্কুল ঠাইত, in distant regious
attended with danger.
attended with danger.


'''দীঘল দি পৰা'''—ক্ৰি, মাটিত হাত ভৰি মেলি দীঘল দি পৰি সাষ্টাঙ্গ প্রণিপাত কৰা
'''দীঘল দি পৰা'''—ক্ৰি, মাটিত হাত ভৰি মেলি দীঘল দি পৰি সাষ্টাঙ্গ প্রণিপাত কৰা
হয়। এতেকে,--সম্পূৰ্ণভাৱে সেও হোৱা to submit unconditionally.
হয়। এতেকে,--সম্পূৰ্ণৰূপে সেও হোৱা, to submit unconditionally.