পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১০২|অসমীয়া সাহিত্যৰ চানেকি।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
অসমীয়া সাহিত্যৰ চানেকি।
হই, ভিন দেসৰ পৰ৷ কপাহ নি ভাপৰ কলেৰে কপিৰ কৰে, আৰু এপখৰ বন এক
হই, ভিন দেসৰ পৰ৷ কপাহ নি ভাপৰ কলেৰে কপিৰ কৰে, আৰু এপখৰ বন এক
মুহুতৰ্কত হই। ক্ৰিসি কৰমতও ইংলণ্ড ঘাটি নহই, অসমত জদি পুৰাৰ মাটিত
মুহুতৰ্কত হই। ক্ৰিসি কৰমতও ইংলণ্ড ঘাটি নহই, অসমত জদি পুৰাৰ মাটিত
৫ নং শাৰী: ৪ নং শাৰী:
বুধিয়ক। ইংলণ্ডৰ বানিজ্য অসিম আৰু প্ৰিথিবিৰ সকলো ঠাইলৈকে ইংৰাজৰ
বুধিয়ক। ইংলণ্ডৰ বানিজ্য অসিম আৰু প্ৰিথিবিৰ সকলো ঠাইলৈকে ইংৰাজৰ
জাহাজ বেপাৰলৈ জাই।
জাহাজ বেপাৰলৈ জাই।

ইংলও দেসত প্ৰাই এক কোটি চলিচ লাখ মান লোক আচে। ইংৰাজ
{{gap}}ইংলও দেসত প্ৰাই এক কোটি চলিচ লাখ মান লোক আচে। ইংৰাজ
সকল অতি স্বাধিন অৰ্থাৎ কাৰো তলতিয়া হৈ থাকিব নোখোজ; সিবিলাক বৰ
সকল অতি স্বাধিন অৰ্থাৎ কাৰো তলতিয়া হৈ থাকিব নোখোজ; সিবিলাক বৰ
সাহিয়াল, পৰিস্ৰমি, আৰু সিল্প কৰম আদিত বৰ পাৰ্গত। প্ৰিথিবিৰ কোনো
সাহিয়াল, পৰিস্ৰমি, আৰু সিল্প কৰম আদিত বৰ পাৰ্গত। প্ৰিথিবিৰ কোনো
১৫ নং শাৰী: ১৫ নং শাৰী:
বিসয়ক আচে, আৰু লোকৰ এনেহে বিদ্যাত মন জে এই নিতে নতুন পুথি
বিসয়ক আচে, আৰু লোকৰ এনেহে বিদ্যাত মন জে এই নিতে নতুন পুথি
ৰচনা হৈ আচে।
ৰচনা হৈ আচে।

ইংলণ্ড দেশৰ আন আন ব্ৰিোন্ত জেনে আচৰিত তাৰ ৰাজ্য সাসনৰ কথাও
{{gap}}ইংলণ্ড দেশৰ আন আন ব্ৰিোন্ত জেনে আচৰিত তাৰ ৰাজ্য সাসনৰ কথাও
গতকৈ সৰু আচৰিত নহই। সি বা এজনা আৰু পাৰ্লিমেন্ট নামে এখন বৰ
গতকৈ সৰু আচৰিত নহই। সি ৰজা এজনা আৰু পাৰ্লিমেন্ট নামে এখন বৰ
সভাৰ দোআৰাই সাসিত হৈচে। দেসত বৰ বিসয়া আৰু বিস্তপ নামে জি ধৰম
সভাৰ দোআৰাই সাসিত হৈচে। দেসত বৰ বিসয়া আৰু বিস্যপ নামে জি ধৰম
অধিপতি সকল আচে সিবিলাকৰ এক সভা, আৰু প্ৰজা সকলৰ প্ৰতিনিধিবিলাকৰ
অধিপতি সকল আচে সিবিলাকৰ এক সভা, আৰু প্ৰজা সকলৰ প্ৰতিনিধিবিলাকৰ
এক সভা, এই দুই সভাই পাৰ্লিমেন্ট। সেই পাৰ্লিমেন্টে দেস সাসনৰ বেৱস্থা
এক সভা, এই দুই সভাই পাৰ্লিমেন্ট। সেই পাৰ্লিমেন্টে দেস সাসনৰ বেৱস্থা
কৰাই, আৰু খাটনি ধনো তাৰ অনুমতিৰেহে সধা হই। এই ৰূপে ৰজাই স্বতন্ত্ৰ
কৰাই, আৰু খাটনি ধনো তাৰ অনুমতিৰেহে সধা হই। এই ৰূপে ৰজাই স্বতন্ত্ৰ
হৈ একোকে কৰিব নোআৰে আৰু বেৱস্থাত নিসেধ কোনো কৰম কৰিবৰ অখ্যম।
হৈ একোকে কৰিব নোআৰে আৰু বেৱস্থাত নিসেধ কোনো কৰম কৰিবৰ অখ্যম।
ইংৰাজৰ দেসত বচৰি একাৱন কোটি টকা কঁটল উতপন হই।
ইংৰাজৰ দেঁসত বচৰি একাৱন কোটি টকা কঁটল উতপন হই।

আন সকলো কথাতকৈ ইংৰাজৰ বুৰঞ্জি জনা বৰ আৱশ্যক ১৯০০ বচৰৰ পুৰ্বে
{{gap}}আন সকলো কথাতকৈ ইংৰাজৰ বুৰঞ্জি জনা বৰ আৱশ্যক ১৯০০ বচৰৰ পুৰ্বে
ইংৰাজবিলাক অতি অসভ্য আচিল। সিহঁতে কাপৰ পিন্ধিব নেজানি নাঙ্গটে
ইংৰাজবিলাক অতি অসভ্য আচিল। সিহঁতে কাপৰ পিন্ধিব নেজানি নাঙ্গটে
ফুৰি গাবোৰত আকিচিল, হাবিত বাস কৰিচিল আৰু গাঁত বা গচৰ ডালি আৰু
ফুৰি গাবোৰত আকিচিল, হাবিত বাস কৰিচিল আৰু গাঁত বা গচৰ ডালি আৰু