পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ইংলণ্ডৰ বিবৰণ। লোক থকা ঘৰ বিলাক প্ৰায়ে ইটা আৰু স..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ইংলণ্ডৰ বিবৰণ।
ইংলণ্ডৰ বিবৰণ।
লোক থকা ঘৰ বিলাক প্ৰায়ে ইটা আৰু সিল, অনেক বিখ্যন বিচখ্যন অট্টালিকা
লোক থকা ঘৰ বিলাক প্ৰায়ে ইটা আৰু সিল, অনেক বিখ্যন বিচখ্যন অট্টালিকা
আছে, আৰু তাৰ হজুআৰ ঘৰে। এই দেশৰ ধনবন্তৰ ঘৰতকৈ ভাল; আলিবোৰ
আচে, আৰু তাৰ হজু আৰ ঘৰো এই দেশৰ ধনবন্তৰ ঘৰতকৈ ভাল; আলিবোৰ
জে দেখিবা সিও কেতবোৰ বা সিলৰ কেতবোৰ বা ইটাৰ প্ৰায়েই পকি, আৰু তাৰে
জে দেখিবা সিও কেতবোৰ বা সিলৰ কেতবোৰ বা ইটাৰ প্ৰায়েই পকি, আৰু তাৰে
ৰাতিএ দিনে হেজাৰে হেজাৰে মানুহ আৰু ৰথ চলি থাকে; ইয়াত বাজে বেদ
ৰাতিএ দিনে হেজাৰে হেজাৰে মানুহ আৰু ৰথ চলি থাকে; ইয়াত বাজে ৰেদ
নামে ঢাৰিও ফালে লোৰ বাট দেখিবা, তাৰে ভাপৰ ৰথ জোগ অহা কৰে আৰু
নামে চাৰিও ফালে লোৰ বাট দেখিবা, তাৰে ভাপৰ ৰথ জোআ অহা কৰে আৰু
সেই থেৰে এনে বেগেৰে জাৰ পাৰি জে দহ পোন্ধৰ দিনৰ বাট একে দিনে
সেই থেকে এনে বেগেৰে জাৰ পাবি জে দহ পোন্ধৰ দিনৰ বাট একে দিনে
পোআ জাই; নৈবিলাকত ভাপৰ নাও বৰ বৰ জাহাজ ইত্যাদিএ ভৰি থাকে, আৰু
পোআ জাই; নৈবিলাকত ভাপৰ নাও বৰ বৰ জাহাজ ইত্যাদি এ ভৰি থাকে, আৰু
বানিজ্যৰ সুগমলৈ চাৰিও ফালে মানুহে খানি নৈ কৰিচে; দেসৰ ঠায়ে ঠায়ে
বানিজ্যৰ সুগমলৈ চাৰিও ফালে মানুহে খানি নৈ কৰিচে; দেসৰ ঠায়ে ঠায়ে
হেজাৰে হেজাৰে পহসালি গিযানব সভা পাব, আৰু জলৈকে জোগা তাতে
হেজাৰে হেজাৰে পহাসালি গিযানব সভা পাবা, আৰু জলৈকে জোআ তাতে
চিকিত-সালই আৰু দবিদ্ৰব উপকাৰলৈ নানা ঠাই দেখিবা; তাত নৰিযাক বিনা
চিকিত-সালই আৰু দবিদ্ৰব উপকাৰলৈ নানা ঠাই দেখিবা; তাত নৰিযাক বিনা
ধনে চাই আৰু দুখিয়াৰ দুখ বিমোচন হই।
ধনে চাই আৰু দুখিয়াৰ দুখ বিমোচন হই।
ইংলণ্ড দেশক চলিচ প্ৰদেশ কবি ভাগ কৰা হৈচে; তাৰ সকলো নগৰতকৈ
ইংলণ্ড দেশক চলিচ প্ৰদেশ কবি ভাগ কৰা হৈছে; তাৰ সকলো নগৰতকৈ
প্ৰধান ৰাজধানি লণ্ডন নগৰ। এই নগৰ এনেহে আচৰিত জে তাৰ বিবৰণ অনেক
প্ৰধান ৰাজধানি লণ্ডন নগৰ। এই নগৰ এনেহে অচৰিত জে তাৰ বিবৰণ অনেক
অসমিয়া লোকেই নপতিযাব। লণ্ডন ইমানহে ডাঙ্গৰ জে তাত কুৰি লাখ মানুহ
অসমিয়া লোকেই নপতিযাব। লণ্ডন ইমানহে ডাঙ্গৰ জো তাত কুৰি লাখ মানুহ
গাকে, আৰু দুই লাখতকৈ বহ। পকি ঘৰ আছে। তাৰ আলিবোৰৰ তিনি ভাগ;
থাকে, আৰু দুই লাখতকৈ বহা পকি ঘৰ আছে। তাৰ আলিবোৰৰ তিনি ভাগ;
মাজত বৰ বৰ সিলেৰে বন্ধাইচে তাতে ৰথ ঘোঁৰা চলে, দুই কোখৰে বৰ সুন্দৰ
মাজত বৰ বৰ সিলেৰে বন্ধাইচে তাতে ৰথ ঘোঁৰা চলে, দুই কোখৰে বৰ সুন্দৰ
সুন্দৰ সিলেৰে বন্ধোঅ তাতে মানুহ ফুৰে। প্ৰতি আলিৰ দাতিত খাৱৈ থাকে
সুন্দৰ সিলেৰে বন্ধোঅ তাতে মানুহ ফুৰে। প্ৰতি আলিৰ দাতিত খাৱৈ থাকে
তাৰে নগৰৰ মলিবোৰ নৈত পৰে গৈ; আৰু এই দেসত জেনেকৈ নিলগৰ পৰা পানী
তাৰে নগৰব মলিবোৰ নৈত পৰে গৈ; আৰু এই দেসত জেনেকৈ নিলগৰ পৰা পানী
আনিব লাগে তাত নেলাগে কিন্তু নগৰৰ মাজে জি গেমচ নদি বৈচে তাৰে দাতিত
আনিব লাগে তাত নেলাগে কিন্তু নগৰৰ মাজে জি গেমট নদি বৈচে তাবে দাতিত
এনেহে একোট। কল কৰি থৈচে জে প্ৰতি ঘৰলৈ সিহৰ চুঙ্গাবে পানী জাই।
এনেহে একোটা কল কৰি থৈছে জে প্ৰতি ঘৰলৈ সিহৰ চুঙ্গাৰে পানী জাই।
লণ্ডনৰ প্ৰতি আলিতে চাকি লগাই, আৰু একেটা অলিতে দিনত সাত হেজাৰ মান
লণ্ডনৰ প্ৰতি আলিতে চাকি লগাই, আৰু একেটা অলিতে দিনত সাত হেজাৰ মান
ৰথ অহা জোআ কবে। এই নগৰত থেমচ, নদিৰ ওপৰে কেইখন মান বিচখ্যান
ৰথ অহা জোআ কবে। এই নগৰত থেমচ, নদিৰ ওপৰে কেইখন মান বিচখ্যন
বিচখ্যন সাকে। আচে, তাৰে নৈৰ তলেদি পাৰ হব পৰাকৈ সুৰুঙ্গা বাট এটা জি
বিচখ্যন সাক্টে। আচে, তাৰে নৈৰ তলেদি পাৰ হব পৰাকৈ সুৰুঙ্গা বাট এটা জি
কৰিছে, সি প্ৰিথিবিৰ মধ্যত এক আচৰিত ৰকম; আৰু তাক সাজোঁতে ৪৫ লাখ
কৰিছে, সি প্ৰিথিবিৰ মধ্যত এক আচৰিত ৰকম; আৰু তাক সাজোঁতে ৪৫ লাখ
ৰূপ খৰচ হৈচিল। এই মহা নগৰত বাজে লিৱৰপুল, ব্ৰিস্টলকে আদি কৰি
ৰূপ খৰচ হৈচিল। এই মহা নগৰত বাজে লিৱৰপুল, ব্ৰিস্টলকে আদি কৰি
অনেক বৰ বৰ নগৰ আচে তাৰ কথা লেখা বৰ বাহুল্য।
অনেক বৰ বৰ নগৰ আচে তাৰ কথা লেখা বৰ বাহুল্য।
ইংলণ্ড দেস স্বভাৱিকতে জদিও বৰ উৰ্বৰা নহই তেও তাৰ লোকৰ
ইংলণ্ড দেস স্বভাৱিকতে বৰ উৰ্বৰা নহই তেও তাৰ লোকৰ
পৰিভ্ৰমৰ প্ৰভাৱত বৰ উৰ্বৰা হৈ নানা বিধৰ সদ্য উতপন হই। কিন্তু ইংলণ্ড
পৰিস্ৰমৰ প্ৰভাৱত বৰ উৰ্ববা হৈ নানা বিধৰ সস্ত উতপন হই। কিন্তু ইংলণ্ড
সিল্প কৰমতহে প্ৰখ্যাত; এই দেসত জেনেকৈ কাপৰ হাতেৰে বই তাত তেনে ন
সিল্প কৰমতহে প্ৰখ্যাত; এই দেসত জেনেকৈ কাপৰ হাতেৰে বই তাত তেনে ন