পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১২০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "1 BTR : ARA.. GেE : |।ta. শ্ৰীমুত বাৰু আনন্দিৰাম ফুকন কত্ৰিক। =..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
BIKRAM
1 BTR :
AJA BIR
ARA..
COLLEGE
GেE :
মুত বাৰু আনন্দিৰাম ফুকন
|।ta.
কজিক।
শ্ৰীমুত বাৰু আনন্দিৰাম ফুকন
কত্ৰিক।
= -
ইংলণ্ডব বিববণ
ইংলণ্ডব বিববণ
An account of England.
An account of England.
| এই তাসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি
এই অসম দেশ নিবাসি লোক সকলে স্বদেশত বাজে পৃথিবীত আন আন যি
সকল বৰ বৰ দেশ হছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে
সকল বৰ বৰ দেশ তাছে তাৰ একো কথাৰ ভু নেপাই, সেই হেতুকে সিবিলাকে
আপোনাৰ দেশ অতি দুৰৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্ৰতি
আপোনাৰ দেশ গতি দুৰৱস্থাত আছে বুলি নেজানে, এতেকে সম্প্ৰতি
পৃথিবীৰ ভিতৰত অতি অচিৰিত যে ইংলণ্ড দেশ তাৰে সংখেপ বিবৰণ তলত
পৃথিবীৰ ভিতৰত অতি অচিৰিত যে ইংলণ্ড দেশ তাৰে সংখেপ বিবৰণ তলত
লিখিলে, তাক পহি মানিলে অনেক উপকাৰ দৰ্সিব।
লিখিলে, তাক পহি মানিলে অনেক উপকাৰ দৰ্সিব।
ইংলণ্ড অৰ্থাত আমাৰ দেশাধিপতি ইংৰাজ সকলৰ দেশ অসম দেশৰ উত্তৰ
ইংলণ্ড অৰ্থাত আমাৰ দেশধিপতি ইংৰাজ সকলৰ দেশ অসম দেশৰ উত্তৰ
পশ্চিমে, আৰু ইউৰোপ নামে যি পৃথিবীৰ এভাগ তাতে আছে। সি সাগৰৰ
পশ্চিমে, আৰু ইউৰোপ নামে যি পৃথিবীৰ এভাগ তাতে আছে। সি সাগৰৰ
মাজত বৰ উপদিপ এখনৰ এভাগ আৰু দীঘলে ৩০০ মাইল পুতলে ২৮০ মাইল।
মাজত বৰ উপদিপ এখনৰ এভাগ অৰুি দীঘলে '০০ মাইল পুতলে ২৮০ মাইল।
| এই দেশ যি দৰৰ ইংলণ্ড দেশ সেই দবৰ নহই আৰু আটাই কথাতে লৰ।
এই দেশ যি দৰৰ ইংলণ্ড দেশ সেই দবৰ নহই আৰু টাই কথাতে লৰ।
এই দেশৰ ভালেমান ঠায়েই হাবি আৰু পৰ্বতীয়া; অনেক আঁতৰে একো খনি
এই দেশৰ ভালেমান ঠায়েই হাবি আৰু পৰ্বতীয়া; অনেক আঁতৰে একো খনি
সৰু সৰু নগৰ; আলি বিলাক প্ৰায়েই বেয়া আৰু অগম্য; লোক থকা ঘৰবোৰৰ
সৰু সৰু নগৰ; আলি বিলাক প্ৰায়েই বেয়া আৰু অগম্য; লোক থকা ঘৰবোৰৰ
২২ নং শাৰী: ২০ নং শাৰী:
ডোঙ্গা একুটিৰ দৰে সৰু, আৰু দহ দিনৰ বাট বিচাৰি ফুৰিলেও এখনি পঢ়াসালি,
ডোঙ্গা একুটিৰ দৰে সৰু, আৰু দহ দিনৰ বাট বিচাৰি ফুৰিলেও এখনি পঢ়াসালি,
গিয়ানৰ সভা, চিকিতসালই, দুখিয়া দৰিদ্ৰ আৰু দেশৰ উপকাৰলৈ কোনো উপাই
গিয়ানৰ সভা, চিকিতসালই, দুখিয়া দৰিদ্ৰ আৰু দেশৰ উপকাৰলৈ কোনো উপাই
পোআ নেজাই। কিন্তু ইংলণ্ড দেসলৈ গৈ চোআ, গোটেই খন দেসেই ফুল
পোঝ নেজাই। কিন্তু ইংলণ্ড দেসলৈ গৈ চোআ, গোটেই খন দেসেই ফুল
বাৰি খনৰ নিচিনা মনোহৰ, এখামোচ হাবিও নেপোকা, নানা বিধৰ সস্ত হোৱা
বাৰি খনৰ নিচিনা মনোহৰ, এখামোচ হাবিও নেপোকা, নানা বিধৰ সস্ত হোৱা
পথাৰে ঢাকি আছে; পৰ্বত যি আচে তাতো মানুহৰ বসতি আৰু জত হাবি সিও
পথাৰে ঢাকি আছে; পৰ্বত যি আচে তাতো মানুহৰ বসতি আৰু জত হাবি সিও
আপুনি হোৱা নহই, কিন্তু বৰ লোক সকলৰ গিয়াৰ নিমিতে ভালেমান পুৰুসাৰ্থ
আপুনি হোৱা নহই, কিন্তু বৰ লোক সকলৰ গিয়াৰ নিমিতে ভালেমান পুৰুসাৰ্থ
কৰি মানুহে ৰুইচে। দেস এখন অতি আচৰিত আচৰিত অনেক মহা নগৰ আছে;
কৰি মানুহে ৰুইচে। দেস এখন অতি আচৰিত আচৰিত অনেক মহা নগৰ আচে;
;