পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "জাত্ৰিকৰ জাত্ৰা। ৯৯ তেতিয়া খিস্তিয়ানে বোলে, আভ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
জাত্ৰিকৰ জাত্ৰা।
জাত্ৰিকৰ জাত্ৰা।
তেতিয়া খিষ্টিয়ানে বোলে, আভুয়া মানুহে জিহেৰে পথ হেৰুআই এনে আও
৯৯
বাট সোঁ বাট বেঁকা বেকি নাইনে?
তেতিয়া খিস্তিয়ানে বোলে, আভুয়া মানুহে জিহেৰে পথ হেৰুআই এনে আও
হিত-বাঞ্চক। আচে, ইয়াৰ পৰা অনেক বাট এফলিয়া হৈ গৈছে, কিন্তু সেই
বাট সে। বাট বেঁকা বেকি নাইনে?
| হিত-বাঞ্চক। আচে, ইয়াৰ পৰা অনেক বাট এফলিয়া হৈ গৈচে, কিন্তু সেই
বোৰ হলে বেঁকা আৰু বহল; ইটো নিচেই পোন আৰু ঠেক, এই চিনেৰেহে
বোৰ হলে বেঁকা আৰু বহল; ইটো নিচেই পোন আৰু ঠেক, এই চিনেৰেহে
স্বৰুপ পথ জানিব।
স্বৰুপ পথ জানিবা।
| তাৰ পাচে মই সমাজিকত এনে দেখিলোঁ, খিস্তিয়ানে আৰু সুধিলে বোলে,
তাৰ পাচে মই সমাজিকত এনে দেখিলোঁ, খি ষ্টিয়ানে আৰু সুধিলে বোলে,
মোৰ পিঠিত জি বোজা, তাক বা অপুনি গুচাব পাৰে নে? কিয়নো তেতিও
মোৰ পিঠিত জি বোজা, তাক বা অপুনি গুচাব পাৰে নে? কিয়নো তেতিও
তাৰ পৰা মুকলি হোআ নাই, আৰু লোকৰ উপকাৰৰ বাহিৰে তাক কোনো ৰুপে
তাৰ পৰা মুকলি হোআ নাই, আৰু লোকৰ উপকাৰৰ বাহিৰে তাক কোনো ৰুপে
গুচাবলৈ খিষ্টিয়ানৰ একো সক্তি নাচিল।
গুচাবলৈ খিষ্টিয়ানৰ একো সক্তি নাচিল।
| তেতিয়া তেওঁ কলে. তোমাৰ বোজা হলে, তুমি মুক্তি হোআৰ ঠাই নোপোআ
তেতিয়া তেওঁ কলে. তোমাৰ বোজা হলে, তুমি মুক্তি হোআৰ ঠাই নোপোকা
মানে, তাক বৈ থিৰ মনে সহি থাকা; কিয়নো সেই ঠাই পালে সি আপুনি তোমাৰ
মানে, তাক বৈ থিৰ মনে সহি থাকা; কিয়নো সেই ঠাই পালে সি আপুনি তোমাৰ
পিঠিৰ পৰা খহি পৰিব।
পিঠিৰ পৰা খহি পৰিব।
| তেতিয়া খি ষ্টিয়ানে কমৰ বান্ধি জাত্ৰালৈ আপোনাক জুগুত কবিলৈ ধৰিলে।
তেতিয়া খিস্তিয়ানে কমৰ বান্ধি জাত্ৰালৈ আপোনাক জুগুত কৰিবলৈ ধৰিলে।
তাতে হিত-বাঞ্চকে কলে, বোলে, দুসাৰৰ পৰা অলপ দুৰ হৈ গলে তুমি অৰ্থ
তাতে হিত-বাঞ্চকে কলে, বোলে, দুআৰব পৰা অলপ দুৰ হৈ গলে তুমি অৰ্থ
দায়কৰ ঘৰ পাবা; তেও তোমাক অতি উত্তম কথা দেখুগাব। তেতিয়া
দায়কৰ ঘৰ পাবা; তেওঁ তোমাক অতি উত্তম কথা দেখুযাব। তেতিয়া
খি ষ্টিয়ানে আপোনাৰ মিতিৰ হিত-বাঞ্চকত বিদাই লোআত, ইস্বৰে তোমাৰ মঙ্গল
খি ষ্টিয়ানে আপোনাৰ মিতিৰ হিত-বাধকত বিদাই লোআত, ইস্বৰে তোমাৰ মঙ্গল
কৰোক বুলি, তেওঁ পঠাই দিলে।
কৰোক বুলি, তেওঁ পঠাই দিলে।