পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দুৰৈৰ দূৰৈালি-বিঃ, ৰে আৰু ৰশি ভাল গান কি সি যদি দূৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|দূৰৈৰ|১৪৩|দেখা}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

দুৰৈৰ
দূৰৈালি-বিঃ, ৰে আৰু ৰশি ভাল গান কি সি যদি দূৰত থাকে,
'''দূৰৈৰ ৰৌ বৰালি'''—বিং, ৰৌ আৰু বৰালি ডাঙ্গৰ মাছ কিন্তু সি যদি দূৰত থাকে,
তেনেতে অলৈ আহে হেঁপাহ পৰে। এতেৰে-দূৰৰ লাভ-
তেনেহলে তালৈ মানুহে হেঁপাহ নকৰে। এতেকে,—দূৰৰ লাভ-
অনক কাব্য, a profitable business cariud oi at a dis
জনক কাৰ্য্য, a profitable business carried on at a dis-
tance from the home,
tance from the home.

দেউ ঈৰ-বিং, (দেউতা = সেৱ। ঈশ্বৰ=ঐশশালী প্ৰভু ) অতি
'''দেউতা ঈশ্বৰ'''—বিং, (দেউতা = দেৱতা। ঈশ্বৰ=ঐশ্বৰ্য্যশালী প্ৰভু ) অতি
সন্ত্ৰান্ত লোক, an honorate un,
সন্ত্ৰান্ত লোক, an honorable man.
দেউতা বিধতা বুলি ফুৰা-ক্ৰি, পাখো-কোলি কৰিবা, to entreat

| person serviloly with a view to obtain certain
'''দেউতা বিধতা বুলি ফুৰা'''—ক্ৰি, পৰক কাবৌ-কোকালি কৰি ফুৰা, to entreat
favours from hin.
| person servilely with a view to obtain certain
দেও উঠ,—ক্ৰি, [ দেও হৈ উঠা ] অপদেৱে লক্সিলে মানুহে দেওপাশ কৰে
favours from him.
আৰু অস্বাভাবিক কথা বলকিবলৈ ধৰে। এতেকে-শ্বাভাবিক

কাষ কৰা, to art in an unnatural way.
'''দেও উঠা''',—ক্ৰি, [ দেও হৈ উঠা ] অপদেৱে লম্ভিলে মানুহে দেও-ধুপাল কৰে
নেও চাই বলি-বি, দেও উগ্ৰ হলে, তে সন্তুষ্ট কৰিবলৈ বলি ডান্স দিব
আৰু অস্বাভাবিক কথা বলকিবলৈ ধৰে। এতেকে,—অস্বাভাবিক
লাগে। দেও সৰু হলে, বলি সৰু হব লাগে। এতেকে,যখোচিত
কাৰ্য্য কৰা, to art in an unnatural way.
কাষ, an appropriate action.

দেও দেও কৰা কি কোনো আচৰিত কৰ1 দেখলে “দেৱ” “দে” শব্দ উচ্চাৰণ
'''দেও চাই বলি'''—বিং, দেও উগ্ৰ হলে, তেওঁক সন্তুষ্ট কৰিবলৈ বলি ডাঙ্গৰ দিব
কৰা হয়। এতেৰুে-আচৰিত মনা, to be struck with
লাগে। দেও সৰু হলে, বলি সৰু হব লাগে। এতেকে,—যথোচিত
wonder,
কাৰ্য্য, an appropriate action.
দেওনি উঠা-জি, [ দেওধাইনী হৈ উঠা] দেওধাইনীবিলাক দেৱে লয়ে

বুলি কয়। তেতিয়া সিইতে উন্মত্ত মানুৰ নিচিনা হয় আৰু ভবিষ্যৎ
'''দেও দেও কৰা'''— ক্ৰি, কোনো আচৰিত কথা দেখিলে “দেৱ” “দেৱ” শব্দ উচ্চাৰণ
বিষয়ক প্ৰশ্ন এত উত্তৰ দিব পাৰে। এতেকে—উক্ত মানুহৰ
কৰা হয়। এতেকে,—আচৰিত মনা, to be struck with
দৰে আচৰণ কৰা, to act in mud oxcitement
wonder.
সেখা —বিং, যি কথা সকলোৱে দেখিবলৈ পায় অৰ্থাৎ অন-ত তেনে।

তাৰপৰা-উচিত , কে ফখ, n apparent thing
'''দেওধনি উঠা'''—-ক্ৰি, [ দেওধাইনী হৈ উঠা] দেওধাইনীবিলাকক দেৱে লম্ভে
বুলি কয়। তেতিয়া সিহঁতে উন্মত্ত মানুহৰ নিচিনা হয় আৰু ভবিষ্যৎ
বিষয়ক প্ৰশ্নৰ প্ৰকৃত উত্তৰ দিব পাৰে। এতেকে,—উন্মত্ত মানুহৰ
দৰে আচৰণ কৰা, to act in mud excitement.

'''দেখা কথা'''—বিং, যি কথা সকলোৱে দেখিবলৈ পায় অৰ্থাৎ জনাজাত তেনে কথা৷
তাৰপৰা,--উচিত কথা, হক কথা, n apparent thing
hence, a proper thing, a right thing
hence, a proper thing, a right thing

দেখ কত পাট-মল চোৱা-জি, ভবিষ্যৎ বা জানিবৰ নিমিত্তে আছে পাই
'''দেখা কথাত পাট-মঙ্গল চোৱা'''—ক্ৰি, ভবিষ্যৎ বা জানিবৰ নিমিত্তে মানুহে পাট-
মল চায়, কিন্তু বিটো দেখা বা অৰ্থাৎ যি কথা চকুৰ আগতে গুলা
মঙ্গল চায়, কিন্তু যিটো দেখা কথা অৰ্থাৎ যি কথা চকুৰ আগতে ওলাই
থাকে, আৰু নিৰ নিমিতে পাইল চাব ও নাই।
থাকে, তাক জানিবৰ নিমিত্তে পাট-মঙ্গল চাবৰ আৱশ্যকতা নাই৷
এজেকেনি বা আনিল ৰুশল উপায় হল ,
এতেকে,—স্বতঃসিদ্ধ কথা জানিবলৈ ক্লেশ-সাধ্য উপায় অৱলম্বন কৰা ,
to ruinea latorious attempt to and out what in bui
to make a laborious attempt to find out what is but-