পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
Bishnu Saikia (আলোচনা | বৰঙণি) →মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দীঘল বিষয়ৰ প্রস্তাবত উভয় পক্ষৰ সৰ্ত্ত মিল হােৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধিত | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
{{rh|দিন|১৪০|দীঘল}} |
|||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
দীঘল |
|||
⚫ | |||
দিন |
'''দিন উঠা'''—ক্রি, [ শুভ দিন উঠা ] শুভ দিন উদিত হােৱা, ভাগ্যোদয় হােৱা, the |
||
rising of fortune. |
rising of fortune. |
||
দিন |
'''দিন উঠা'''—ক্রি, [ শুভ দিন উঠা ] শুভ দিন গুচা, সৌভাগ্য দূৰীভূত হােৱা, |
||
the coming of good days to all end. |
the coming of good days to all end. |
||
'''দিন পৰা'''—ক্রি, (শুভ দিন পৰা ] শুভ দিন অন্ত হােৱা, সৌভাগ্য অৱসান হোৱা, |
|||
the waning of fortune. |
the waning of fortune. |
||
দিন পালে ক্ষণ |
'''দিন পালে ক্ষণ পােৱা'''—ক্রি, বহু দিন পালে শুভ ক্ষণ উলিয়াই লব পৰা যায়। |
||
এতেকে, |
এতেকে,—সময় পালে সুযােগ পােৱা, to find opportunity by |
||
securing delay. |
securing delay. |
||
দিন ভিক্ষা কৰি তনু ৰক্ষা |
'''দিন ভিক্ষা কৰি তনু ৰক্ষা কৰা'''—ক্রি যি মানুহৰ সঞ্চিত ধন-বিত নাই, সি দিনে |
||
কাম কৰি তাৰ |
কাম কৰি তাৰ উপৰ্জ্জনৰ দ্বাৰা ঘৰ চলায়। এতেকে,—দিনে ভিক্ষা |
||
কৰি পােৱা |
কৰি পােৱা অন্নৰ দ্বাৰা প্ৰাণধাৰণ কৰা অর্থাৎ নিচেই দুখীয়াভাৱে |
||
গৃহস্থালি |
গৃহস্থালি চলােৱা, to live from hand to mouth. |
||
⚫ | |||
⚫ | |||
on evil times. |
on evil times. |
||
দিনে |
'''দিনে নটা'''—ক্ৰি, (দিন=আয়ুস।) আয়ুসৰ নাটনি হােৱা, অল্পায়ুস হােৱা, to |
||
to be short-lived. |
|||
⚫ | |||
⚫ | |||
every day. |
every day. |
||
দিহা |
'''দিহা লগা'''—ক্ৰি, (দিশ’ শব্দৰপৰা ‘দিহা’ শৰৰ উৎপত্তি হৈছে।) ভাল ব্যৱস্থা |
||
হোৱা৷ তাৰপৰা— (ব্যঙ্গার্থত) ডাঙ্গৰ অসুবিধা হােৱা, to be |
|||
settled, hence (ironically) to be done for. |
settled, hence (ironically) to be done for. |
||
দিহিত দিপাকে—ক্রি-বিণ, [ দিয়ে দিতে দিহাং আৰু বিবাৎ শদিয়াৰ ওপৰে |
|||
'''দিহিঙ্গে দিপাঙ্গে'''—ক্রি-বিণ, [ দিহাঙ্গে দিবাঙ্গে] দিহাং আৰু দিবাং শদিয়াৰ ওপৰে |
|||
৷আছে এই দুই নৈ নামি আহি ব্ৰহ্মপুত্ৰৰ আকাৰ ধাৰণ কৰিছে। |
|||
এতেকে |
এতেকে,—যতে ততে বিপদসঙ্কুল ঠাইত, in distant regious |
||
attended with danger. |
attended with danger. |
||
দীঘল দি |
'''দীঘল দি পৰা'''—ক্ৰি, মাটিত হাত ভৰি মেলি দীঘল দি পৰি সাষ্টাঙ্গ প্রণিপাত কৰা |
||
হয়। এতেৰে- |
|||
হয়। এতেকে,--সম্পূৰ্ণভাৱে সেও হোৱা to submit unconditionally. |
|||
গ লে সে যেঝি, to submit mcondi |
|||
imally, |