পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
{{Block center|<poem>
ওবা ৰামচন্দ্ৰ মই,{{gap|3em}} তোমাৰ কমন শত্ৰু,
ওবা ৰামচন্দ্ৰ মই,{{gap|3em}} তোমাৰ কমন শত্ৰু,
{{gap|3em}}কেনেহেন কপট কৰিলা।
{{gap|4em}}কেনেহেন কপট কৰিলা।
মোৰ প্ৰাণ বৈৰি বালী,{{gap|3em}} তাহাৰ হাতত নিয়া,
মোৰ প্ৰাণ বৈৰি বালী,{{gap|3em}} তাহাৰ হাতত নিয়া,
{{gap|3em}}কি কাৰ্য্যত মৰাইতে চাহিলা॥
{{gap|4em}}কি কাৰ্য্যত মৰাইতে চাহিলা॥
জানা ৰাম মই যেবে,{{gap|3em}}বালীক শকত তেবে,
জানা ৰাম মই যেবে,{{gap|3em}}বালীক শকত তেবে,
{{gap|3em}}পলাই কিয় আছোঁ পৰ্ব্বতত।
{{gap|4em}}পলাই কিয় আছোঁ পৰ্ব্বতত।
আন্টিবে নোৱাৰো জানি, {{gap|3em}}তথাপি যুজিতে গৈলোঁ
আন্টিবে নোৱাৰো জানি,{{gap|3em}}তথাপি যুজিতে গৈলোঁ
{{gap|3em}}তোমাৰ পৌৰুষ বচনত॥
{{gap|4em}}তোমাৰ পৌৰুষ বচনত॥
কিনো নিদাৰুণ তুমি, {{gap|3em}}দশৰথ সুত ৰাম,
কিনো নিদাৰুণ তুমি,{{gap|3em}}দশৰথ সুত ৰাম,
{{gap|3em}}তুমি ৰঙ্গ চাহিয়া আছিলা।
{{gap|4em}}তুমি ৰঙ্গ চাহিয়া আছিলা।
বালীক আগতে পাই, {{gap|3em}}এহিসে কাৰ্য্যত তুমি,
বালীক আগতে পাই,{{gap|3em}}এহিসে কাৰ্য্যত তুমি,
{{gap|3em}}কি কাৰ্য্য বালীক নমাৰিলা॥
{{gap|4em}}কি কাৰ্য্য বালীক নমাৰিলা॥
কিনো নিদাৰুণ তুমি, {{gap|3em}}দশৰথ সুত ৰাম,
কিনো নিদাৰুণ তুমি,{{gap|3em}}দশৰথ সুত ৰাম,
{{gap|3em}}তবু বিনে মন্দমতি নাই।
{{gap|4em}}তবু বিনে মন্দমতি নাই।
এহিসে কাৰ্য্যত তুমি,{{gap|3em}}নিজ ভাৰ্য্যা হৰুয়ায়,
এহিসে কাৰ্য্যত তুমি,{{gap|3em}}নিজ ভাৰ্য্যা হৰুয়ায়,
{{gap|3em}}বনে বনে ফুৰা দুই ভাই॥
{{gap|4em}}বনে বনে ফুৰা দুই ভাই॥
ব্ৰহ্মবধ সুৰাপান,{{gap|3em}}গুৰুৰ ভাৰ্য্যাক হৰে,
ব্ৰহ্মবধ সুৰাপান,{{gap|3em}}গুৰুৰ ভাৰ্য্যাক হৰে,
{{gap|3em}}মহাপাপ সুবৰ্ণ হৰণ।
{{gap|4em}}মহাপাপ সুবৰ্ণ হৰণ।
ৰাজবধ পিতৃবধ, {{gap|3em}}গৰু তিৰী মানে আনো,
ৰাজবধ পিতৃবধ,{{gap|3em}}গৰু তিৰী মানে আনো,
{{gap|3em}}আচৰে যতেক পাপগণ॥
{{gap|4em}}আচৰে যতেক পাপগণ॥
</poem>}}
</poem>}}