সুখ: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
১ নং শাৰী:
<center>
<poem>
সুখ সুখ বুলি মানুহ বলিয়া
Line ২০ ⟶ ২১:
পৰৰ কাৰণে কান্দিব জানিলে
কান্দোনতো সুখ পায় ৷
সকলো আপোন যত নৰ-নাৰী ;
কাকনো বুলিম পৰ ?
পৰমপিতাৰ সকলো সন্তান
Line ৪১ ⟶ ৪২:
বিস্ব-প্ৰেমে ভৰ-পূৰ,
বিশ্বৰ সকলো ভাই-ভনী তাৰ,
সুখৰ নপৰে ওৰ ৷ওৰ।</poem>
<poem/center>
 
[[শ্ৰেণী:আনন্দ চন্দ্ৰ আগৰৱালাৰ সাহিত্যকৰ্ম]]
"https://as.wikisource.org/wiki/সুখ"ৰ পৰা অনা হৈছে