পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "১৯৪ বাটে অর্থাৎ যিটো বাট নহয় সেই পােবন নাযায়। এ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|বাট|১৯৪|বাটে}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

১৯৪
অর্থাৎ যিটো বাট নহয় সেই পােনে নাযায়। এতেকে,—প্রচলিত
বাটে
অর্থাৎ যিটো বাট নহয় সেই পােবন নাযায়। এতেকে,-প্রচলিত
ৰীতি এৰি কোনো কাৰ্য্য কৰা, to go out of the beaten track,
ৰীতি এৰি কোনো কাৰ্য্য কৰা, to go out of the beaten track,
to act against an established custom.
to act against an established custom.

বাট কুৰি বােৰ—ক্রি, ( বাট বুকুৰে বগােৱা ] ৰাটে দি ভৰিৰে খােজ কাঢ়ি গৈ
'''বাট কুৰি বােৱা'''—ক্রি, ( বাট বুকুৰে বগােৱা ] বাটে দি ভৰিৰে খােজ কাঢ়ি নগৈ
বুকুৰে বগাই যায় বােল হৈছে। এতেকে,--অতি কষ্টেৰে বাট অতি-
বুকুৰে বগাই যায় বােলা হৈছে। এতেকে,--অতি কষ্টেৰে বাট অতি-
ক্ৰম কৰি যােৱা, to walk on with difficulty.
ক্ৰম কৰি যােৱা, to walk on with difficulty.

বাট কেঁৰা লগ-ক্রি, কোনাে যৱৰ এটা অংশ অন এটা অংশেৰে মিল নহলে
'''বাট কেঁৰা লগা'''—ক্রি, কোনাে যন্ত্ৰৰ এটা অংশ আন এটা অংশেৰে মিল নহলে
কেঁৰা লগ। বােলে। খাটে দি মানুহ চলাচল কৰোতে কেতিয়াবা
কেঁৰা লগা বােলে। বাটে দি মানুহ চলাচল কৰোঁতে কেতিয়াবা
দুফালৰপৰা দুটা মানুহ আহোঁতে কেঁৰ লাগে অর্থাৎ ইজনে সিজনৰ
দুফালৰপৰা দুটা মানুহ আহোঁতে কেঁৰা লাগে অর্থাৎ ইজনে সিজনৰ
ঠিক সন্মুখত টোস্বরপ হয়। এতেকে,-বাটত সম্মুখী-সম্মুখি
ঠিক সন্মুখত ভেঁটাস্বরূপ হয়। এতেকে,—বাটত সম্মুখা-সম্মুখি
হােৱ, to meet oach other on the way face to face
হােৱা, to meet each other on the way face to face
the two coming from opposite directions,
the two coming from opposite directions.
বাটত বগণিজেং দিয়া—ক্রি, বগৰি-জেং কাইটিয়া। বাটত বৰি-জেং দিলে

সেই বাটে মনুহ যাব নােৱাৰে। এতেকে,---বাট ভেট দিয়া, to
'''বাটত বগৰি জেং দিয়া'''—ক্রি, বগৰি-জেং কাইটিয়া। বাটত বগৰি-জেং দিলে
put obstacles in the way..
সেই বাটে মানুহ যাব নােৱাৰে। এতেকে,---বাট ভেঁটা দিয়া, to
বাটৰ বলিয়া-বিণ, ঘৰ এৰি বাটে-পথে ফুৰা বলিয়া, ডালৰ বলিয়া, stark
put obstacles in the way.

'''বাটৰ বলিয়া'''—বিণ, ঘৰ এৰি বাটে-পথে ফুৰা বলিয়া, ডাঙ্গৰ বলিয়া, stark
mad.
mad.

বাটৰ বাটৰুৱা-বিং, বাটে দি অনেক বাটৰুৱা গৈ থাকে। বাটৰ কাষত থকা
'''বাটৰ বাটৰুৱা'''—বিং, বাটে দি অনেক বাটৰুৱা গৈ থাকে। বাটৰ কাষত থকা
ঘৰবিলাক পাৰ হৈ গৈ থাকে। সেইবিলাক ৰৰ মানুহেৰে সৈতে
ঘৰবিলাক পাৰ হৈ গৈ থাকে। সেইবিলাক ঘৰৰ মানুহেৰে সৈতে
বাটৰুৱাৰ কোনো সম্পর্ক নাই। এতেকে,—কোনাে প্ৰকাৰৰ সম্পর্ক
বাটৰুৱাৰ কোনো সম্পর্ক নাই। এতেকে,—কোনাে প্ৰকাৰৰ সম্পর্ক
নথকা মানুহ, সম্পূর্ণরূপে লিগীয়া মানুহ, a thoroughly un-
নথকা মানুহ, সম্পূর্ণরূপে নিলগীয়া মানুহ, a thoroughly un-
connected person, a perfect stranger.
connected person, a perfect stranger.

বাটলৈ চোৱা-জি, বাটে দি মামু আহে। কোনো মানুহ আহিব লগীয়া
'''বাটলৈ চোৱা'''—-ক্ৰি, বাটে দি মানুহ আহে। কোনো মানুহ আহিব লগীয়া
| থাকিলে বাটলৈ চাই একা হয়। একে-অপেক্ষা কৰা, to
থাকিলে বাটলৈ চাই থকা হয়। এতেকে,—অপেক্ষা কৰা, to
expect the arival of a person.
expect the arrival of a person.
বাটে-ঘাটে-ফ্রি-বিণ, যতে হতে প্রকাশ্য ঠাইত, anywhere and every-

where,
বাটে-পথে-ক্রি-বিণ, যতে হতে একা ঠাইত, anywhere and every-
'''বাটে-ঘাটে'''—ক্ৰি-বিণ, যতে ততে প্রকাশ্য ঠাইত, anywhere and every-
where,
where.

বাটে পােৱালি মেলা-জি, জৰে পােৰালি জগাই মেলি দিয়ে। খৰালি হলে
'''বাটে-পথে'''—ক্রি-বিণ, যতে ততে প্ৰকাশ্য ঠাইত, anywhere and every-
where.

'''বাটে পােৱালি মেলা'''—ক্ৰি, জন্তুৱে পােৱালি জগাই মেলি দিয়ে। খৰালি হলে