পৃষ্ঠা:কিষ্কিন্ধ্যাকাণ্ড.djvu/৩৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কিষ্কিন্ধ্যা কাও। 4 ওবা ৰামচন্দ্ৰমই, (তামাৰ কমন শ,..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৩৬|কিষ্কিন্ধ্যা কাণ্ড।|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Block center|<poem>
কিষ্কিন্ধ্যা কাও।
ওবা ৰামচন্দ্ৰ মই,{{gap|3em}} তোমাৰ কমন শত্ৰু,
4
{{gap|3em}}কেনেহেন কপট কৰিলা।
ওবা ৰামচন্দ্ৰমই, (তামাৰ কমন শ,
মোৰ প্ৰাণ বৈৰি বালী,{{gap|3em}} তাহাৰ হাতত নিয়া,
কেনেহেন কপট কৰিলা।
{{gap|3em}}কি কাৰ্য্যত মৰাইতে চাহিলা॥
মোৰ প্ৰাণ বৈৰি বাণী, তাহাৰ হাতত নিয়া,
জানা ৰাম মই যেবে,{{gap|3em}}বালীক শকত তেবে,
কি কাৰ্যত মৰাইতে চাহিলা
{{gap|3em}}পলাই কিয় আছোঁ পৰ্ব্বতত।
জানা নাম মই যেবে,
আন্টিবে নোৱাৰো জানি, {{gap|3em}}তথাপি যুজিতে গৈলোঁ
বাণীক শকত তেষে,
{{gap|3em}}তোমাৰ পৌৰুষ বচনত॥
পলাই কিয় আছে। পৰ্বত।
কিনো নিদাৰুণ তুমি, {{gap|3em}}দশৰথ সুত ৰাম,
আন্টিবে নোৱাৰো জানি, তথাপি যুক্তিতে গৈলে।
{{gap|3em}}তুমি ৰঙ্গ চাহিয়া আছিলা।
তোমাৰ পোকৰ বচনত।
বালীক আগতে পাই, {{gap|3em}}এহিসে কাৰ্য্যত তুমি,
কিনে নিদাৰুণ তুমি, দশৰথ াম,
{{gap|3em}}কি কাৰ্য্য বালীক নমাৰিলা॥
তুমি বঙ্গ চাহিয়া আছিল।
কিনো নিদাৰুণ তুমি, {{gap|3em}}দশৰথ সুত ৰাম,
বালীক আগতে পাই,
{{gap|3em}}তবু বিনে মন্দমতি নাই।
এহিসে কাৰ্যত তুমি,
এহিসে কাৰ্য্যত তুমি,{{gap|3em}}নিজ ভাৰ্য্যা হৰুয়ায়,
কি কাৰ্যে বালক নমাৰিলা॥
{{gap|3em}}বনে বনে ফুৰা দুই ভাই॥
কিনে নিদাৰুণ তুমি, দশৰথ ওত ৰা,
ব্ৰহ্মবধ সুৰাপান,{{gap|3em}}গুৰুৰ ভাৰ্য্যাক হৰে,
তবু বিনে মমতি নাই।
{{gap|3em}}মহাপাপ সুবৰ্ণ হৰণ।
এহিসে কাৰ্যত তুমি,
ৰাজবধ পিতৃবধ, {{gap|3em}}গৰু তিৰী মানে আনো,
নিজ ভাৰ্যা হয়ায়,
{{gap|3em}}আচৰে যতেক পাপগণ॥
বনে বনে ফুৰা দুই ভাই।
</poem>}}
ব্ৰহ্মবধ মৰাপান,
গুৰুৰ ভাৰ্যাক হবে,
মহাপাপ সুবৰ্ণ হৰণ।
ৰাজবধ পিতৃবধ, গৰু তিৰী মানে জানো,
আচৰে যতক
পাপগণ