পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২২১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ভা ২১১ an offence and be taken back into society instead of refusing to recoive pa islment and enouncing the society...." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|ভগা|২১১|ভগৱন্ত}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

ভা
২১১
an offence and be taken back into society instead
an offence and be taken back into society instead
of refusing to recoive pa islment and enouncing
of refusing to receive punishment and enouncing
the society.
the society.

ভগা সবাহত ৰাগ দিয়'—ক্রি, সবাই তাৰ পিচত বাগ দিয়া অর্থাৎ সুৰ ধৰি
'''ভগা সবাহত ৰাগ দিয়া'''—ক্রি, সবাহ ভগাৰ পিচত ৰাগ দিয়া অর্থাৎ সুৰ ধৰি
কীৰ্তন কৰা নিপ্রয়ােজন। এতেকে-সময় অতীত হৈ যােৱাৰ
কীৰ্ত্তন কৰা নিস্প্রয়ােজন। এতেকে,—সময় অতীত হৈ যােৱাৰ
পিচত কোনো কাৰ্থ কৰিবলৈ ধৰা, আল-বিলমকৈ কাৰ্য্য কৰা,
পিচত কোনো কাৰ্য্য কৰিবলৈ ধৰা, আলম-বিলমকৈ কাৰ্য্য কৰা,
to do a thing at the eleventh hour.
to do a thing at the eleventh hour.

তৰা—বিং, নবন্ধোৱা গৰুক ভতৰা বােলা যায়। বলী আৰু দুই মানুহৰ
'''ভতৰা'''—বিং, নবন্ধোৱা গৰুক ভতৰা বােলা যায়। বলী আৰু দুষ্ট মানুহক
ভতৰ। গৰুৰে তুলনা কৰা হৈছে। এতেকেশী আৰু হট
ভতৰা গৰুৰে তুলনা কৰা হৈছে। এতেকে,—বলী আৰু দুষ্ট
মানুহ, a aughty young fellow,
মানুহ, a naughty young fellow.
ভতৰৰ যুঁজ-বিং, দুটা ভতৰা গৰুৰ যুঁজ ডাঙ্গৰ হয়। বলী মানুহক ভাবে

তুলনা কৰা হৈছে। এতেকে,-ডাঙ্গৰ যুঁজ, an obstinate duel.
'''ভতৰাৰ যুঁজ'''—বিং, দুটা ভতৰা গৰুৰ যুঁজ ডাঙ্গৰ হয়। বলী মানুহক ভতৰাৰে
দীয়া লৰা—বিং, ধানখেতি আহৰ আৰু শাওণ মাহত কৰা হয়। ভাদত
তুলনা কৰা হৈছে। এতেকে,—ডাঙ্গৰ যুঁজ, an obstinate duel.
কৰা খেতি ভাল নহয়। এতেকে,-বুঢ়া-কালত ওপজা লৰা, দুর্বল

মগজুৰ মুমলীয়া লৰা, a child born to a father in his old
'''ভদীয়া লৰা'''—বিং, ধানখেতি আহাৰ আৰু শাওণ মাহত কৰা হয়। ভাদত
কৰা খেতি ভাল নহয়। এতেকে,—বুঢ়া-কালত ওপজা লৰা, দুর্ব্বল
মগজুৰ নুমলীয়া লৰা, a child born to a father in his old
age, the youngest child who is found to possess
age, the youngest child who is found to possess
a weak intellect
a weak intellect.

ভমৰ লিবিং , (ভমক=গৰ ভমক। তালি=তাল বজোৱা )
'''ভমকৰ তালি''' —বিং , (ভমক=খঙ্গৰ ভমক। তালি=তাল বজোৱা শব্দ।)
থৰ প্রকোপ, a sudden outburst of anger.
খঙ্গৰ প্রকোপ, a sudden outburst of anger.
ভয়ত অত্রাহি—ৰিণ, [ ভয়ত অৱত্ৰাহি ] ভয় পালে ‘হে ঈশ্বৰ পৰিত্ৰাণ ক' এই

বুলি প্রার্থনা জনােৱা হয়। এতেকে,--ভয়ত বিল, terror-strick-
'''ভয়ত অত্রাহি—'''বিণ, [ ভয়ত অৱত্ৰাহি ] ভয় পালে ‘হে ঈশ্বৰ পৰিত্ৰাণ কৰাঁ’ এই
en, appulled.
বুলি প্রার্থনা জনােৱা হয়। এতেকে,--ভয়ত বিহ্বল, terror-strick-
ভয়ত বনৰ বাঘ কঁপা—ক্রি, ইমান ভয় কৰে বােল হৈছে, যে মানুষ যে কঁপেই,
en, appalled.
বনৰ বাঘ পৰ্য্যন্ত কঁপে। বাৰ ভয়ত মানুহ কঁপে। এই মূলত

সেই ভাব ওলােটাই, মানুহৰ ভয়ত বাষ কঁপে বােলা হৈছে।
'''ভয়ত বনৰ বাঘ কঁপা'''—ক্রি, ইমান ভয় কৰে বােলা হৈছে, যে মানুহ যে কঁপেই,
এতেকে-অতিৰিক্ত ভয় পােৰ, to be terribly afraid of..
বনৰ বাঘ পৰ্য্যন্ত কঁপে। বাঘৰ ভয়ত মানুহ কঁপে। এই স্থলত
ভয়ত ভগৰ পলােৱা-ক্রি, শ্ৰীককে লৰাকালত যশােদাক কেতিয়াবা পানি
সেই ভাব ওলােটাই, মানুহৰ ভয়ত বাঘ কঁপে বােলা হৈছে।
এতেকে,—অতিৰিক্ত ভয় পােৱা, to be terribly afraid of.

'''ভয়ত ভগৱন্ত পলােৱা—'''ক্রি, শ্ৰীকৃষ্ণে লৰাকালত যশােদাক কেতিয়াবা আমনি
কৰিছিল। যশােই কোবাব খুজিলে শ্রীকৃষ্ণে ভয়ত পলাই ফুৰে।
কৰিছিল। যশােই কোবাব খুজিলে শ্রীকৃষ্ণে ভয়ত পলাই ফুৰে।
পৰিণত বয়সতে শ্রীকৃষ্ণে ৰাসৰ ভয়ত বহুবাৰ পলাই গৈছিল।
পৰিণত বয়সতো শ্রীকৃষ্ণে জৰাসন্ধৰ ভয়ত বহুবাৰ পলাই গৈছিল।
বিন্দুমতে উষ্ণ স্বয়ং ভগৱন্ত আহিল। এজেকে লেও
হিন্দুমতে কৃষ্ণ স্বয়ং ভগৱন্ত আহিল। এতেকে,—ডাঙ্গৰ হলেও