পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center>

<Poem>এৰি তনু তেখনে কৃষ্ণত গৈল লীন।</center>
এৰি তনু তেখনে কৃষ্ণত গৈল লীন। যদিও জাৰ-বুদ্ধিত সেই গোপীসকলে শ্ৰীকৃষ্ণত সঙ্গত হৈছিল, তথাপি শ্ৰীকৃষ্ণ পৰমাত্মা, সেইদেখি তেওঁলোকৰ দেহত্যাগ হ’ল। তমেৱ পৰমাত্মানং জাৰবুদ্ধ্যাপি সঙ্গতাঃ। জহুঃ গুণময়ং দেহং সদ্যঃ প্রক্ষীণবন্ধনাঃ।। ইয়াৰ কাৰণ বস্তু-শক্তিয়ে বুদ্ধিলৈ অপেক্ষা নকৰে। নেজানি অমৃত পান কৰিলেও পান কৰোতাজনে অমৃতৰ ফল পায়। বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।। বিষ বুলি অমৃত পিলে যিটো নৰ। নুহিবে কি জানা সিটো অজৰ অমৰ।। যেনে তেনমতে মাত্র স্মৰোক সততে। এতেকে মুকুতি পাৱে কহিলো বেকতে। পৰীক্ষিতৰো এই সন্দেহ হৈছিল আৰু সেইদেখি তেওঁ শুকদেৱক তাৰকাৰণ সুধিছিল। উত্তৰত শুকদেৱে ওপৰত দিয়া কাৰণ কৈছিল ; আৰু কৈছিল – দ্বেষ কৰি শিশুপালে লভিল মুকতি। বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।। উক্তং পুৰস্তাদেতৎ তে চৈদ্যঃ সিদ্ধিং যথা গতঃ। দ্বিষন্নপি হৃষীকেশং কিমূতাধোক্ষজপ্রিয়াঃ।। কাৰণ শ্ৰীকৃষ্ণ হৃষীকেশ। জীৱৰ হৃদয়ত থকা ব্ৰহ্ম আবৃত। কিন্তু শ্ৰীকৃষ্ণ অনাবৃত ব্ৰহ্ম। সেই দেখি সেইখিনিত বুদ্ধিৰ অপেক্ষা নাই। যেনে-তেনেমতে ভগৱন্তলৈ আসক্তি হ’লেই মুক্তি হয়। কামং ক্ৰোধং ভয়ং স্নেহম ঐক্যং সৌহৃদমেৱ চ। নিত্যং হৰে ৱিদধতো যান্তি তন্ময়তাং হি তে। অর্থাৎ যি সদায় কাম, ক্রোধ, ভয়, স্নেহ, ঐক্য, সম্বন্ধ আৰু সৌহার্দ ভক্তি হৰিত নিয়োজিত কৰিব পাৰে, সি তাৰ দ্বাৰায় ঈশ্বৰেৰে সৈতে তন্ময় হয়। আৰু তন্ময় হলেই মুক্তি ; কাৰণ শ্ৰীকৃষ্ণৰ দ্বাৰায় স্থাৱৰাদিৰো মুক্তি হয়। ন চৈৱং ৱিস্ময়ং কার্য্যো ভৱতা ভগৱত্যজে। যোগেশ্বৰেশ্বৰে কৃষ্ণ যত এতদ ৱিমুচ্যতে। ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্রভু ভগৱন্ত। যাত হন্তে পাৱে মোক্ষ স্থাৱৰ পৰ্যন্ত।।
</Poem>
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp; যদিও জাৰ-বুদ্ধিত সেই গোপীসকলে শ্ৰীকৃষ্ণত সঙ্গত হৈছিল, তথাপি শ্ৰীকৃষ্ণ পৰমাত্মা, সেইদেখি তেওঁলোকৰ দেহত্যাগ হ’ল। <center>
<Poem>তমেৱ পৰমাত্মানং জাৰবুদ্ধ্যাপি সঙ্গতাঃ।
জহুঃ গুণময়ং দেহং সদ্যঃ প্ৰক্ষীণবন্ধনাঃ।।</center>
</Poem>
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp; ইয়াৰ কাৰণ বস্তু-শক্তিয়ে বুদ্ধিলৈ অপেক্ষা নকৰে। নেজানি অমৃত পান কৰিলেও পান কৰোতাজনে অমৃতৰ ফল পায়।
<center>
<Poem>বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।।
বিষ বুলি অমৃত পিলে যিটো নৰ।
নুহিবে কি জানা সিটো অজৰ অমৰ।।
যেনে তেনমতে মাত্ৰ স্মৰোক সততে।
এতেকে মুকুতি পাৱে কহিলো বেকতে।</center>
</Poem>
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp; পৰীক্ষিতৰো এই সন্দেহ হৈছিল আৰু সেইদেখি তেওঁ শুকদেৱক তাৰকাৰণ সুধিছিল। উত্তৰত শুকদেৱে ওপৰত দিয়া কাৰণ কৈছিল ; আৰু কৈছিল –
<center>
<Poem>দ্বেষ কৰি শিশুপালে লভিল মুকতি।
বুদ্ধিক নাপেক্ষে মহৌষধিৰ শকতি।।
উক্তং পুৰস্তাদেতৎ তে চৈদ্যঃ সিদ্ধিং যথা গতঃ।
দ্বিষন্নপি হৃষীকেশং কিমূতাধোক্ষজপ্ৰিয়াঃ।।</center>
</Poem>
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp; কাৰণ শ্ৰীকৃষ্ণ হৃষীকেশ। জীৱৰ হৃদয়ত থকা ব্ৰহ্ম আবৃত। কিন্তু শ্ৰীকৃষ্ণ অনাবৃত ব্ৰহ্ম। সেই দেখি সেইখিনিত বুদ্ধিৰ অপেক্ষা নাই। যেনে-তেনেমতে ভগৱন্তলৈ আসক্তি হ’লেই মুক্তি হয়।
<center>
<Poem>কামং ক্ৰোধং ভয়ং স্নেহম ঐক্যং সৌহৃদমেৱ চ।
নিত্যং হৰে ৱিদধতো যান্তি তন্ময়তাং হি তে।</center>
</Poem>
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp; অৰ্থাৎ যি সদায় কাম, ক্ৰোধ, ভয়, স্নেহ, ঐক্য, সম্বন্ধ আৰু সৌহাৰ্দ ভক্তি হৰিত নিয়োজিত কৰিব পাৰে, সি তাৰ দ্বাৰায় ঈশ্বৰেৰে সৈতে তন্ময় হয়। আৰু তন্ময় হলেই মুক্তি ; কাৰণ শ্ৰীকৃষ্ণৰ দ্বাৰায় স্থাৱৰাদিৰো মুক্তি হয়।
<center>
<Poem>ন চৈৱং ৱিস্ময়ং কাৰ্য্যো ভৱতা ভগৱত্যজে।
যোগেশ্বৰেশ্বৰে কৃষ্ণ যত এতদ ৱিমুচ্যতে।
ব্ৰহ্মাদিৰো ঈশ কৃষ্ণ প্ৰভু ভগৱন্ত।
যাত হন্তে পাৱে মোক্ষ স্থাৱৰ পৰ্যন্ত।।</center>
</Poem>