"পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮৫"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<Poem>
+
<center>
  +
<font size="5">'''ভাগৱত-তত্ত্ব'''</font>
  +
</center>
   
  +
<center>
ভাগৱত-তত্ত্ব
 
 
<Poem>নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্ৰৱসংযুতম্।
 
 
পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ।।</poem>
নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্রৱসংযুতম্।
 
  +
</center>
পিৱত ভাগৱতং ৰসমালয়ম মুহুৰহো ৰসিকা ভুৱি ভাবু কাঃ।।
 
মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
+
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
  +
<center>
সকল নিগম কল্পতৰু &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তাৰ ফল মহা ভাগৱত
+
<Poem>সকল নিগম কল্পতৰু &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তাৰ ফল মহা ভাগৱত
শুক মুখে আসি ভূমিত ভৈল বিদিত।
+
শুক মুখে আসি ভূমিত ভৈল বিদিত।
ৰসত চতুৰ যিটো জন &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কৃষ্ণৰ চৰণে দিয়া মন
+
ৰসত চতুৰ যিটো জন &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কৃষ্ণৰ চৰণে দিয়া মন
পৰম সন্তোষে পিয়াক ফল-অমৃত।।
+
পৰম সন্তোষে পিয়াক ফল-অমৃত।।</center>
বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্রন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্রৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –
 
  +
</Poem>
পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।
 
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্ৰন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্ৰৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –
গৃহীতচেতা ৰাজর্ষে আখ্যানং যদধীতৱান।।
 
  +
<center>
তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান।
 
 
<Poem>পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।
যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।
 
 
গৃহীতচেতা ৰাজৰ্ষে আখ্যানং যদধীতৱান।।
ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -
 
 
তদহং তেহভিধাস্যামি মহাপোৰুষিকো ভৱান।
শুক নিগদতি পৰীক্ষিত &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;যদি আমি নিগুণত স্থিত
 
 
যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।</center>
তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
 
  +
</Poem>
ককৰিলেক মোৰ বশ্য চিত্ত&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp; ভাগৱত গ্রন্থ বিপৰীত
 
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -
পৰম আনন্দে পঢ়িলো মই আপুনে।
 
  +
<center>
তোমাত কহিবো সেহি শাস্ত্র &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তুমি আক শুনিবাৰ পাত্র
 
 
<Poem>শুক নিগদতি পৰীক্ষিত &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;যদি আমি নিগুণত স্থিত
মহাপুৰুষৰ সেৱক তুমি সম্প্রতি।
 
 
তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
শাস্ত্রত শ্রদ্ধা মাত্ৰকত &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মুকুন্দৰ পাদ-পঙ্কজত
 
 
ককৰিলেক মোৰ বশ্য চিত্ত&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp; ভাগৱত গ্ৰন্থ বিপৰীত
অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।।
 
 
পৰম আনন্দে পঢ়িলো মই আপুনে।
এই বাবেই শাস্ত্রত শ্ৰীমদ্ভাগৱতক প্রশংসা কৰি কোৱা হৈছে, -
 
 
তোমাত কহিবো সেহি শাস্ত্ৰ &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তুমি আক শুনিবাৰ পাত্ৰ
ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে।
 
 
মহাপুৰুষৰ সেৱক তুমি সম্প্ৰতি।
যাৱজ্ঞাগৱতং নৈ শ্রুয়তেহমৃতসাগৰঃ।
 
 
শাস্ত্ৰত শ্ৰদ্ধা মাত্ৰকত &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;মুকুন্দৰ পাদ-পঙ্কজত
অর্থাৎ -
 
 
অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।।</center>
ভাৰত পুৰাণ আদি যত প্রকাশ কৰয় নান মত
 
  +
</Poem>
   
 
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;এই বাবেই শাস্ত্ৰত শ্ৰীমদ্ভাগৱতক প্ৰশংসা কৰি কোৱা হৈছে, -
  +
<center>
 
<Poem>ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে।
  +
যাৱজ্ঞাগৱতং নৈ শ্ৰুয়তেহমৃতসাগৰঃ।</center>
  +
</Poem>
   
  +
&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;অৰ্থাৎ -
  +
<center>
 
<Poem>ভাৰত পুৰাণ আদি যত প্ৰকাশ কৰয় নান মত</center>
 
</Poem>
 
</Poem>