পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১৬ নং শাৰী: ১৬ নং শাৰী:
যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।
যত্ৰ শ্ৰদধমতামাশু স্যান্মকুন্দে মতিঃ সতী।।
ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -
ইয়াৰ ভাঙনি মহাপুৰুষে কৰিছে, -
শুক নিগদতি পৰীক্ষিত        যদি আমি নিগুণত স্থিত তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
শুক নিগদতি পৰীক্ষিত        যদি আমি নিগুণত স্থিত তথাপি উত্তমশ্লোকৰ মহিমা গুণে।
ককৰিলেক মোৰ বশ্য চিত্ত        ভাগৱত গ্রন্থ বিপৰীত
ককৰিলেক মোৰ বশ্য চিত্ত        ভাগৱত গ্রন্থ বিপৰীত
পৰম আনন্দে পঢ়িলো মই আপুনে।
পৰম আনন্দে পঢ়িলো মই আপুনে। তোমাত কহিবো সেহি শাস্ত্র তুমি আক শুনিবাৰ পাত্র মহাপুৰুষৰ সেৱক তুমি সম্প্রতি। ই শাস্ত্রত শ্রদ্ধা মাত্ৰকত মুকুন্দৰ পাদ-পঙ্কজত অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।। এই বাবেই শাস্ত্রত শ্ৰীমদ্ভাগৱতক প্রশংসা কৰি কোৱা হৈছে, - ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে। যাৱজ্ঞাগৱতং নৈ শ্রুয়তেহমৃতসাগৰঃ। অর্থাৎ - ভাৰত পুৰাণ আদি যত প্রকাশ কৰয় নান মত
তোমাত কহিবো সেহি শাস্ত্র        তুমি আক শুনিবাৰ পাত্র মহাপুৰুষৰ সেৱক তুমি সম্প্রতি।
ই শাস্ত্রত শ্রদ্ধা মাত্ৰকত        মুকুন্দৰ পাদ-পঙ্কজত
অতি শীঘ্ৰে তাৰ হোৱে জানা সতী মতি।।
এই বাবেই শাস্ত্রত শ্ৰীমদ্ভাগৱতক প্রশংসা কৰি কোৱা হৈছে, -
ৰাজন্তে তাৱদন্যানি পুৰাণানি সতাং গণে।
যাৱজ্ঞাগৱতং নৈ শ্রুয়তেহমৃতসাগৰঃ।
অর্থাৎ -
ভাৰত পুৰাণ আদি যত প্রকাশ কৰয় নান মত