পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/৮৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<Poem>
<Poem>

ভাগৱত-তত্ত্ব
ভাগৱত-তত্ত্ব

নিগমকল্পতৰোগলিতং ফলং শুকমুখাদমূতদ্রৱসংযুতম্।

৭ নং শাৰী: ৭ নং শাৰী:
মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
মহাপুৰুষে ইয়াৰ ঘোষা পদ কৰিছে – ,
সকল নিগম কল্পতৰু &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;তাৰ ফল মহা ভাগৱত

শুক মুখে আসি ভূমিত ভৈল বিদিত।
শুক মুখে আসি ভূমিত ভৈল বিদিত।
ৰসত চতুৰ যিটো জন &nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;&nbsp;কৃষ্ণৰ চৰণে দিয়া মন

পৰম সন্তোষে পিয়াক ফল-অমৃত।।
পৰম সন্তোষে পিয়াক ফল-অমৃত।।
বাস্তৱিকতে এনেকুৱা জ্ঞান আৰু ভক্তিৰ গ্ৰন্থ সংস্কৃত ভাষাত আন এখন নাই। অকল সংস্কৃতত কিয়, পৃথিৱীত আন কোনো সভ্য জাতিৰ ভাষাতো এনে গ্রন্থ নাই সঁচাসঁচিকৈয়ে ভাগৱত নিগম-কল্পতৰুৰ শুকমুখবিগলিত অমৃতপ্রৱসংযুক্ত ফল। সেই ফলত বাকলি, সিটা আৰু গুটি নাই ; তাত মাথোন ৰস আৰু ৰস। এই বাবেই ৰসিক ভাবুকসকলক ব্যাসদেৱে গ্ৰন্থৰ আৰম্ভতে নিৰন্তৰ এই ফল আস্বাদন কৰিবলৈ কৈছে। এই বাবেই শুকদেৱে পৰীক্ষিতক কৈছিল –

পৰিনিষ্ঠিতোহপি নৈগুণ্যে উত্তমশ্লোকলীললয়া।