পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৪২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "২৩২ মুখতে লাগে। এই মূলত হাত নেমেলাকৈ মুখ মেলি থাক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|মুখ|২৩২|মুখতে}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

২৩২
লাগে। এই স্থলত হাত নেমেলাকৈ মুখ মেলি থাকে, এই ভাব
মুখতে
বুজোৱা হৈছে। এতেকে,— নিজে কাম-বন নকৰা কৈ আনৰ ওপৰত
লাগে। এই মূলত হাত নেমেলাকৈ মুখ মেলি থাকে, এই ভাব
নির্ভৰ কৰি আশা পালি থকা, to expect gain without
বুজোৱা হৈছে। একে-নিদে কম- নকৰ কৈ আনৰ ওপৰত
নির্ভৰ কৰি আশা পাশি থকা, to expect gain without
labour.
labour.

মুখ ওই টেমিৰ মুৰ বেন হােৱা-জি, টেমিৰ মুৰ সৰু। বৰকৈ ভয় পালে মুখ
'''মুখ শুকাই টেমিৰ মুৰ যেন হােৱা'''—ক্ৰি, টেমিৰ মূৰ সৰু। বৰকৈ ভয় পালে মুখ
শুকায় অর্থৎ নিৰস বুঙ্খায়। এতেৰুে-বৰকৈ ভয় পাই সমলি
শুকায় অর্থৎ নিৰস বুজায়৷ এতেকে,—বৰকৈ ভয় পাই সমূলি
নিৰানৰ ভাৰ ধাৰণ কৰ, to assume a sorry and miserable
নিৰানন্দ ভাব ধাৰণ কৰা, to assume a sorry and miserable
look o account of great four.
look on account of great fear.
মুখ হাত খােবা-ক্রি, মূত্র ত্যাগ কৰিলে মুখ আৰু হাত ধুব লাগে। এতেকে,-

মুত্র ত্যাগ কৰা, to discharge uring.
'''মুখ হাত ধোৱা'''—ক্রি, মূত্র ত্যাগ কৰিলে মুখ আ{{বঙালী ৰ}}ু হাত ধুব লাগে। এতেকে,
মুখত মৌ এবং মৌ মিঠা বস্তু। এতেকে,-মুখত মিঠ। মাত, a sweet
মুত্র ত্যাগ কৰা, to discharge urine.
tomgic

মুখত সােপ দিয়--কি, মুখত সােপা দিলে মাতিব পৰা নাযায়। এতেকে,
'''মুখত মৌ''' —বিং, মৌ মিঠা বস্তু। এতেকে,—মুখত মিঠা মাত, a sweet
tongue.

'''মুখত সােপা দিয়া—''' ক্ৰি, মুখত সােপা দিলে মাতিব পৰা নাযায়। এতেকে,
নিমাত কৰ, উত্তৰ দিবলৈ বাট নাইকিয়া কৰা, to stop one's
নিমাত কৰ, উত্তৰ দিবলৈ বাট নাইকিয়া কৰা, to stop one's
mouth, to leave no room for rejly.
mouth, to leave no room for reply.

যুত হৰি নাম, হাতত কৃত্য কাম -নিং, মুখত হৰি নাম থাকিব লাগে কিন্তু
হাতত কৃত্য-কাম থাকিব লাগে অর্থাৎ মুখেৰে হৰি-কীৰ্তন কৰিব
'''মুখত হৰি নাম, হাতত কৃত্য কাম''' —বিং, মুখত হৰি নাম থাকিব লাগে কিন্তু
হাতত কৃত্য-কাম থাকিব লাগে অর্থাৎ মুখেৰে হৰি-কীৰ্ত্তন কৰিব
লাগে কিন্তু হাতেৰে কৃত্য-কাম কৰিবলৈ এৰি দিব নালাগে।
লাগে কিন্তু হাতেৰে কৃত্য-কাম কৰিবলৈ এৰি দিব নালাগে।
একে-একে লগে ঈশ্বৰ-চিন্তা আৰু কৰ্তব্য-পালন, the obser-
এতেকে,—একে লগে ঈশ্বৰ-চিন্তা আৰু কৰ্ত্তব্য-পালন, the obser-
vance of religior and the performance of duty at
vance of religion and the performance of duty at
the same time.
the same time.

মুখতে বিউ-মৌ সােপাৰুে দিয়—ক্রি, বিউ-মৌ ভাল মুখতে অর্থাৎ
'''মুখতে ঘিঁউ-মৌ সােপাকে দিয়া'''—ক্রি, ঘিঁউ-মৌ ভাল বস্তু৷ মুখতে অর্থাৎ
মুখেৰে কথা কওঁতে ঘিউ-মৌ সােণাকে দিম বুলি কয়। পিচত
মুখেৰে কথা কওঁতে ঘিঁউ-মৌ সােপাকে দিম বুলি কয়। পিচত
প্ৰকৃততে দিব পাৰি নে নােৰাৰি সেই ৰা তাৰি নাচায়।
প্ৰকৃততে দিব পাৰিব নে নােৱাৰিব সেই কথা ভাবি নাচায়।
এতেকে ভাল বন্ত দিবৰ নিমিত্তে নব-নিচিন্তাকৈ তৎক্ষণাৎ
এতেকে,—বহু ভাল বস্তু দিবৰ নিমিত্তে নভবা-নিচিন্তাকৈ তৎক্ষণাৎ
অলীৰ , to romise to give many good thing
অঙ্গীকাৰ কৰা , to promise to give many good things
without thinking for woment whether one would
without thinking for a moment whether one would
be able to give them or not, to make smoot
be able to give them or not, to make smooth
promise thinkingly.
promises unthinkingly.
মুখণ্ডে টা পােয়র মুখে কট্য নােৱকি, মুখেৰে ৰজাৰ ৰী কৰিলে

'''মুখতে বঁটা পােৱা; মুখতে কটা যোৱা'''— ক্ৰি, মুখেৰে ৰজাৰ গুণ-কীৰ্ত্তন কৰিলে