পৃষ্ঠা:গণ-বিপ্লৱ.pdf/২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ছত্ৰভঙ্গ যোগ শিৱ -তেন্তে সিংহাসন ৰাখিবৰ উপায় না..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ছত্ৰভঙ্গ যোগ
ছত্ৰভঙ্গ যোগ
১১
শিৱ -তেন্তে সিংহাসন ৰাখিবৰ উপায় নাই?
শিৱ।--তেন্তে সিংহাসন ৰাখিবৰ উপায় নাই?
জ্যোতি।—পোনপটিয়ে নাই; আ ওপাকে দি আছে।
জ্যোতি।—পোনপটিয়ে নাই; আপাকে দি আছে।
শিৱ।–মই বুজা নাই।
শিৱ।–মই বুজা নাই।
জ্যোতি।-~আপুনি সিংহাসনত থাকিলে তাৰ পৰা নামিব'ই
জ্যোতি আপুনি সিংহাসনত থাকিলে তাৰ পৰা নামিব'ই
লাগিব। তেতিয়া কোন তাৰ গৰাকী হয় ঠিক নাই। এতিয়া।
লাগিব। তেতিয়া কোন তাৰ গৰাকী হয় ঠিক নাই। এতিয়া
আপুনি যদি সেই সময়লৈ বাট চাই আগতে নিজে সিংহাসন
আপুনি যদি সেই সময়লৈ বাট নাচাই আগতে নিজে সিংহাসন
এৰি আপোনাৰ কোনোবা অতি আপোন জনক বহুৱায়, তেন্তে
এৰি আপোনাৰ কোনোবা অতি আপোন জনক বহুৱায়, তেন্তে
জ্যোতিষৰ বচনো সত্য হ’ব, ৰাজ্যও প্ৰকাৰান্তৰে আপোনাৰেই
জ্যোতিষৰ বচনে। সত্য হ’ব, ৰাজ্যও প্ৰকাৰান্তৰে আপোনাৰেই
থাকিব।
থাকিব।
শিৱ।তেনে আপোন জন কোন হব! যাক সিংহাসন
শিৱ।তেনে আপোন জন কোন হব। যাক সিংহাসন
দিওঁ তেৱেই যদি আপোন গুচি পৰ হয়?
দিওঁ তেৱেই যদি আপোন গুচি পৰ হয়?
অলপ ভাবি দৈৱজ্ঞই ক'লে—“ষি কেতিয়াও পৰ হ'ব
অলপ ভাবি দৈৱজ্ঞই ক'লে—“ষি কেতিয়াও পৰ হ'ব
নোৱাৰে তেনে জনক বহুৱাওক।”
নোৱাৰে তেনে জনক বহুৱাওক।”
শিৱ।-তেনে জন যে লাব মোৰ বিশ্বাস নহয়।
শিৱ।-তেনে জন যে ওলাব মোৰ বিশ্বাস নহয়।
জ্যোতি।—ওলাব। স্বৰ্গদেৱে আঁতৰলৈ চকু দিছে, ওচৰলৈ
জ্যোতি।-ওলাব। স্বৰ্গদেৱে আঁতৰলৈ চকু দিছে, ওচৰলৈ
মনকে কৰা নাই।
মনকে কৰা নাই।
শিৱতাৰ মানে?
শিৱ।--তাৰ মানে?
জ্যোতি।তাৰ মানে-আপুনি যদি আই-কুৱৰীক পাটত
জ্যোতি।তাৰ মানে -আপুনি যদি আই-কুৱৰীক পাটত
বহুৱায়, তেন্তে তেওঁ কেতিয়াও পৰ নহয়। তেতিয়াও
বহুৱায়, তেন্তে তেওঁ কেতিয়াও পৰ নহয়। তেতিয়াও
আপোনাৰ সিংহাসন আপোনাৰেই থাকিব।
আপোনাৰ সিংহাসন আপোনাৰেই থাকিব।
দৈবজ্ঞৰ কথা ৰজাৰ মনোন্ত হ'ল আৰু তেওঁক আশাতীত।
দৈবজ্ঞৰ কথা ৰজাৰ মনোন্ত হ'ল আৰু তেওঁক আশাতীত
ৰূপে পাৰিতোষিক দি বিদায় দিলে। তাৰ পাচত ৰজাই পাত্ৰ-
ৰূপে পাৰিতোষিক দি বিদায় দিলে। তাৰ পাচত ৰজাই পত্ৰি-