পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
 
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
২ নং শাৰী: ২ নং শাৰী:
or evil, subtle.
or evil, subtle.


আকাজ-ভাগী—বিণ, কাৰ্য্যভাগী নোহোৱা, তাঁত সূতা বব নজনা তিৰোতা, অকৰ্ম্মণ্য
'''আকাজ-ভাগী'''—বিণ, কাৰ্য্যভাগী নোহোৱা, তাঁত সূতা বব নজনা তিৰোতা, অকৰ্ম্মণ্য
তিৰোতা, an unaccomplished woman.
তিৰোতা, an unaccomplished woman.


আকাৰ ইকাৰ মতা—ক্ৰি, [ আকাৰ-ইঙ্গিত মতা ] কথাৰে নামাতি আকাৰ-
'''আকাৰ ইকাৰ মতা'''—ক্ৰি, [ আকাৰ-ইঙ্গিত মতা ] কথাৰে নামাতি আকাৰ-
ইঙ্গিতেৰে মতা, ঠাৰে-চিঁয়াৰে মতা, to insinuate, to give an
ইঙ্গিতেৰে মতা, ঠাৰে-চিঁয়াৰে মতা, to insinuate, to give an
oblique hint.
oblique hint.


আকালৰ ভাত—বিং, দুৰ্ঘোৰ বিপদৰ যথোপযোগী সাহায্য, timely succour,
'''আকালৰ ভাত'''—বিং, দুৰ্ঘোৰ বিপদৰ যথোপযোগী সাহায্য, timely succour,
opportune relief.
opportune relief.


আকাশত চাং পতা—ক্ৰি, খুঁটা নোহোৱকৈ চাং পতা, মূল সঁজুলি নোহোৱাকৈ
'''আকাশত চাং পতা'''—ক্ৰি, খুঁটা নোহোৱকৈ চাং পতা, মূল সঁজুলি নোহোৱাকৈ
কোনো বিষয়ৰ আলোচনা কৰা, to form an utopian scheme.
কোনো বিষয়ৰ আলোচনা কৰা, to form an utopian scheme.


আকাশৰ তৰা বিচৰা—ক্ৰি, পাব নোৱৰা বস্তুলৈ হেঁপাহ কৰা, দূৰাগত আশা কৰা, to aim at the impossible.
'''আকাশৰ তৰা বিচৰা'''—ক্ৰি, পাব নোৱৰা বস্তুলৈ হেঁপাহ কৰা, দূৰাগত আশা কৰা, to aim at the impossible.


আকালো নোহোৱা ভঁড়ালো নোহোৱা—বিণ, ধান সমূলি নাথাকিলে আকাল হয়,
'''আকালো নোহোৱা ভঁড়ালো নোহোৱা'''—বিণ, ধান সমূলি নাথাকিলে আকাল হয়,
অধিককৈ থাকিলে ভঁড়ালত সাঁচি থোৱা হয়। এতেকে,—অতি
অধিককৈ থাকিলে ভঁড়ালত সাঁচি থোৱা হয়। এতেকে,—অতি
দুখীয়াও নহয় অতি চহকীও নহয় এনে{{বঙালী ৰূ}}প, মজলীয়া অৱস্থাপন্ন,
দুখীয়াও নহয় অতি চহকীও নহয় এনে{{বঙালী ৰূ}}প, মজলীয়া অৱস্থাপন্ন,
neither poor nor rich, of moderate means.
neither poor nor rich, of moderate means.


আকাশী চৰগ ভাগি পৰা—ক্ৰি, আকাশৰপৰা বজ্ৰপাত হোৱা, অৰ্থাৎ অকস্মাৎ
'''আকাশী চৰগ ভাগি পৰা'''—ক্ৰি, আকাশৰপৰা বজ্ৰপাত হোৱা, অৰ্থাৎ অকস্মাৎ
বিষম দুৰ্ঘটনা হোৱা, the falling of a bolt from the blue.
বিষম দুৰ্ঘটনা হোৱা, the falling of a bolt from the blue.


আগ কৰা–ক্ৰি, প্ৰধান পাতি লোৱা; ভক্তিৰ চিন-স্ব{{বঙালী ৰূ}}পে সম্মুখলৈ বঢ়াই দিয়া;
'''আগ কৰা'''— ক্ৰি, প্ৰধান পাতি লোৱা; ভক্তিৰ চিন-স্ব{{বঙালী ৰূ}}পে সম্মুখলৈ বঢ়াই দিয়া;
ভবিষ্যতে ভক্তি-উপহাৰ দিবৰ নিমিত্তে মনতে সঙ্কল্প কৰা, to
ভবিষ্যতে ভক্তি-উপহাৰ দিবৰ নিমিত্তে মনতে সঙ্কল্প কৰা, to
acknowledge as leader, chief or representative; to
acknowledge as leader, chief or representative; to
৩১ নং শাৰী: ৩১ নং শাৰী:
tally to make an offering as a mark of devotion.
tally to make an offering as a mark of devotion.


আগনি খাৰণী টোপা—বিং, যি টোপা খাৰণী প্ৰথমে সৰে সেই টোপা খাৰণী
'''আগনি খাৰণী টোপা'''—বিং, যি টোপা খাৰণী প্ৰথমে সৰে সেই টোপা খাৰণী
অতি চোকা। এতেকে,—অতি চোকা মানুহ, a scold.
অতি চোকা। এতেকে,—অতি চোকা মানুহ, a scold.


আগ পাত আগ ঢাৰি—বিং, মানী লোকক সবাহত সকলোৰে আগত ঢাৰি অৰ্থাৎ আসন দিয়া হয় আৰু সকলোতকৈ আগৈয়ে পাত অৰ্থাৎ মাহ-প্ৰসাদ দিয়া হয়। এতেকে,—বিশিষ্ট সম্মান, foremost rank.
'''আগ পাত আগ ঢাৰি'''—বিং, মানী লোকক সবাহত সকলোৰে আগত ঢাৰি অৰ্থাৎ আসন দিয়া হয় আৰু সকলোতকৈ আগৈয়ে পাত অৰ্থাৎ মাহ-প্ৰসাদ দিয়া হয়। এতেকে,—বিশিষ্ট সম্মান, foremost rank.


আগ পিচ কৰা—ক্ৰি, কোনো বস্তু কোনো লোকৰ এবেলি আগলৈ নি
'''আগ পিচ কৰা'''—ক্ৰি, কোনো বস্তু কোনো লোকৰ এবেলি আগলৈ নি