পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৯৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "২ামও torrots, হামৰাও কঢ়া-ক্রি, হােৱা ৰৱ কৰা ] আই-গরুর সা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{Left|}}হামৰাও{{center|}}২৮৯{{Right|}}হিয়াৰ
২ামও

torrots,
torrents.
হামৰাও কঢ়া-ক্রি, হােৱা ৰৱ কৰা ] আই-গরুর সােৱালি খেলে শ্ব

ৰৱ কৰি ফুৰে। এতেকে,--ব্যাকুলভাৱে ' কোনাে বৰ নিমিত্তে
হামৰাও কঢ়া—ক্রি, [ হাম্বা ৰৱ কৰা ] গাই-গ{{বঙালী ৰ}}ৰুৱে পোৱালি হেৰালে হাম্বা
অষি কৰা, অতিকৈ পাৰ কৰা, to hanker, to have
ৰৱ কৰি ফুৰে। এতেকে,--ব্যাকুলভাৱে কোনাে বস্তুৰ নিমিত্তে
অভিলাষ কৰা, অতিকৈ হেঁপাহ কৰা, to hanker, to have
a longing desire.
a longing desire.

হামিয়াই হে কটিয়াই থক—ক্রি, অধিক চিন্তা হলে মানুহে হামিয়াই হেকটিয়াই
হামিয়াই হেঁকটিয়াই থকা—ক্রি, অধিক চিন্তা হলে মানুহে হামিয়াই হেঁকটিয়াই
| থাকে। এতেকে,চিন্তা-ব্যাকুলিত হোৱ, to live in anxiety.
থাকে। এতেকে,—চিন্তা-ব্যাকুলিত হোৱা, to live in anxiety.
• হায়ে বিয়ে কৰা—ক্রি, [ ‘হে আই ঔ' বাই ঔ’ ক} বেজাৰত বিল

কোঢ়াল কৰা, to lanet distressfully.
হায়ৌবিয়ৌ কৰা—ক্রি, [ ‘হে আই ঔ' বাই ঔ’ কৰা ] বেজাৰত বিহ্বল হৈ
হালী অ ইবিং, [ ‘সাত ভাই চম্পা' সাধুকথাৰপৰা লােৱা বাক্য ] (হাৰলী’
কোঢ়াল কৰা, to lament distressfully.
শব্দ ‘সৰল’ শৰপৰা ওলাইছে। আঙ্গলী আই, a simple

হাৰলী আই—বিং, [ ‘সাত ভাই চম্পা' সাধুকথাৰপৰা লােৱা বাক্য ] (’হাৰলী’
শব্দ ‘সৰল’ শব্দৰপৰা ওলাইছে। আজলী আই, a simple
loving mother.
loving mother.

হাৰামৰ নেগুৰ-বিং, হাৰাম ৰাৱনিক শব্দ, ইয়াৰ অৰ্থ 'অশুচি বস্তু। নেগুৰ
হাৰামৰ নেগুৰ—বিং, 'হাৰাম’ যাৱনিক শব্দ, ইয়াৰ অৰ্থ 'অশুচি বস্তু। নেগুৰ
জন্তুৰ শৰীৰৰ নেয়। ভাগ। এতেকে,—নিকৃষ্ট মানুহ, the vilest
জন্তুৰ শৰীৰৰ বেয়া ভাগ। এতেকে,—নিকৃষ্ট মানুহ, the vilest
persol.
person.
হালত ষােড়।—কি, গৰুৰ যেনেকৈ হাত ঘােড় তেনে কৰ। অর্থাৎ সেও কৰি

হালত যোড়া—ক্ৰি, গৰুক যেনেকৈ হালত যোড়ে তেনে কৰা অর্থাৎ সেও কৰি
নিজৰ কামত লগােৱা, to reduce to slavery.
নিজৰ কামত লগােৱা, to reduce to slavery.

হালে হালে সাজোৰ-ঞি, অধিক বন্দী মানুহৰু নিবলৈ হলে দুটা-দুটাকৈ সাঙ্গুৰি
হালে হালে সাঙ্গোৰা—ক্ৰি, অধিক বন্দী মানুহক নিবলৈ হলে দুটা-দুটাকৈ সাঙ্গুৰি
লয়, যাতে সিহতে সৰি পৰলৈ চল নাপায়। এতেকে-সমুলি
লয়, যাতে সিঁহতে লৰি পলাবলৈ চল নাপায়। এতেকে,—সমূলি
তলতীয়া কৰা, সাৱশেষকৈ ঘটুওৱা, to subdue thoroughly.
তলতীয়া কৰা, সাৱশেষকৈ ঘটুওৱা, to subdue thoroughly.

হিয়া থাকুৰা—ক্রি, অতিৰিক্ত বেজাৰ হলে মানুহে হিয়া ধাকুৰি অর্থাৎ ভুকুৱাই
হিয়া ধাকুৰা—ক্রি, অতিৰিক্ত বেজাৰ হলে মানুহে হিয়া ধাকুৰি অর্থাৎ ভুকুৱাই
কান্দে। এতেকে,-কালি ব্যাকুল হোৱা, to lameut loudly,
কান্দে। এতেকে,— কান্দি ব্যাকুল হোৱা, to lament loudly,
to grieve bitterly.
to grieve bitterly.

হিয়া ধুনা-জি, ধেনুৰে যেনেকৈ তুলা কোবাই ধুনে, হাতেৰে তেনেকৈ হিয়
হিয়া ধুনা— ক্ৰি, ধেনুৰে যেনেকৈ তুলা কোবাই ধুনে, হাতেৰে তেনেকৈ হিয়া
কোবাই জৰি কৰে, এই ভাব বঙ্গোৱা হৈছে। অতিকৈ কান্দিলে
কোবাই জৰ্জ্জৰিত কৰে, এই ভাব বুজোৱা হৈছে। অতিকৈ কান্দিলে
মানুহে হাতেৰে বুকু চুপৰিয়ায়। এতেকে-কান্দি ব্যাকুল হােৱা,
মানুহে হাতেৰে বুকু চপৰিয়ায়। এতেকে,—কান্দি ব্যাকুল হােৱা,
to lameit loudly, to grieve bitterly,
to lament loudly, to grieve bitterly.
বিয়া কুওৱা-ক্তি, [ "হিয়া থাকুৰ চোৱ।।] -

হিয়াৰ আমঠু-বিং, ( আম=হিয়াৰ মাজৰ কলডিল।) হিয়া মৰমৰ
হিয়া ভুকুওৱা—ক্ৰি, [ "হিয়া ধাকুৰা’’ চোৱা৷ ] -
বাসস্থান। কোনো মানুহ ইমান প্রিয়তম যে তেওঁ সেই গান

হিয়াৰ আমঠু—বিং, ( আমঠু=হিয়াৰ মাজৰ কলাডিল। ) হিয়া মৰমৰ
বাসস্থান। কোনো মানুহ ইমান প্রিয়তম যে তেওঁ সেই স্থানৰ
৩৭