৯,৭০৮
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "" দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) টেগ্: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা |
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: আধাহে টাইপ) |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | পান কৰিবলৈ হাবিলাষ কৰে। এই বাবেই মহাপুৰুষ গুৰুজনে বৰগীতত কৈছে ̶ |
||
+ | <center> |
||
+ | <Poem> |
||
+ | ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল |
||
+ | ধন্য ধন্য ভাৰতবৰিষে। |
||
+ | তপ জপ যজ্ঞ ত্যজি তোমাৰ চৰণ ভজি |
||
+ | তুৱা নাম ঘুষিয়ো হৰিষে।। |
||
+ | </center> |
||
+ | </Poem> |
||
+ | এই বাবে কলিত 'হৰেৰ্নাম হৰেৰ্নাম হৰেৰ্নামৈৱ কেৱলম্।' |
||
+ | |||
+ | পৃথিৱীত যতপ্ৰকাৰ শণিত সুতীক্ষ্ন অস্ত্ৰ আছে সকলোৰে ভিতৰত শব্দ অস্ত্ৰ সকলোতকৈ চোকা। 'কথাতে কটা যায়, কথাতে বঁটা পায়' বুলি কয়। 'ভাতৰ তিতা সহিব পাৰি, মাতৰ তিতা সহিব নোৱাৰি।' এইবোৰ বুঢ়ালোকৰ সাৰুৱা বচন। শব্দক সেইদেখি শব্দব্ৰহ্ম বোলে। ওঁকাৰ সেই দেখি মূলমন্ত্ৰ। বাইবেলত সেই দেখি Word is God বুলিছে। প্ৰথমতে হেলাতে ৰাম নাম লৈ থাকোঁতে থাকোঁতে লাহে লাহে সি মানুহৰ চিত্ত অধিকাৰ কৰে। প্ৰথমতে মানুহে সেইটো গম ধৰিব নোৱাৰে। |