পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
No edit summary
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
এইবোৰ প্ৰিয় হয় এনে নহয়; এইবোৰৰ ভিতৰত যে প্ৰছন্ন আত্মা আছে, সেই আত্মাকেহে কামনা কৰা যায় দেখি এইবোৰ প্ৰিয় হয়।

       ওপৰৰ কথাৰ মৰ্ম্ম এই যে জীৱই বিষয়ৰ সংস্পৰ্শত যিফেৰা সুখ অনুভৱ কৰে, তেতিবা বাস্তৱিকতে জীৱই পৰম আনন্দস্বৰূপ ব্ৰহ্মানন্দৰ কণিকা এটিৰ মাথোন আস্বাদন কৰে। সেইদেখি জীৱই যেতিয়া সুখৰ লোভত বিষয় কামনা কৰে, তেতিবা বাস্তবিক সি সুখস্বৰূপ ব্ৰহ্মৰেই কামা কৰে, অথচ সৰহ সময়ত আৰু সৰহ ভাগে সেইটো নাজানিয়েই কৰে। শ্ৰুত্যুক্ত এই কথাৰেই আভাস গীতাত আছে:

<poem><center>
<poem><center>