পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{c|(৭)}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
“তুমি পবিত্ৰ বৈষ্ণব ধৰ্ম্মৰ খুটী, আৰু মোৰ দাইন বাহু, তোমাৰ বংশানুক্ৰমে এই ধৰ্ম্ম প্ৰচাৰ কৰি থাকিব *। এই বুলি নিজ ঘৰলৈ যাবলৈ বিদায় দিলে।
{{c|(৭)}}
“তুমি পবিত্ৰ বৈষ্ণব ধৰ্ম্মৰ খুটী, আৰু মোৰ দাইন বাহু, তোমাৰ
বংশানুক্ৰমে এই ধৰ্ম্ম প্ৰচাৰ কৰি থাকিব *। এই বুলি নিজ ঘৰলৈ
যাবলৈ বিদায় দিলে।


{{gap}}তাৰ পিছে শ্ৰীশ্ৰীঈশ্বৰ শঙ্কৰ দেৱ উক্ত ৰজাৰ ঠাইলৈ গৈ চিনাকিদি অনেক প্ৰকা{{বঙালী ৰ}} শাস্ত্ৰ আৰু ধৰ্ম্মালাপ কথাৰে ৰজাক সন্তোষ দিলে। আৰু গুছৰীয় ব্ৰাহ্মণ সকলক বাদত প{{বঙালী ৰা}}স্ত কৰিলে। ইত্যাদি কথাত ৰজাই বৰ সুখ পাই, সেই ধৰ্ম্ম ধ{{বঙালী ৰ}}াৰ কা{{বঙালী ৰ}}ণ একান্ত অনু{{বঙালী ৰ}}োধে
{{gap}}তাৰ পিছে ঐ শ্ৰীঈশ্বৰ শঙ্কৰ দেৱ উক্ত ৰজাৰ ঠাইলৈ গৈ চিনাকিদি
কৰিলে ៛। আ{{বঙালী ৰু}} তেওঁৰ {{বঙালী ৰা}}জধানী কোচবিহা{{বঙালী ৰ}}{{বঙালী ৰ}} ওচৰত ভেল{{বঙালী ৰ}} মধুপু{{বঙালী ৰ}} আদি ঠাইত শত্ৰ পাতিবলৈ ঠিক কৰি দিলে। এই শত্ৰবো{{বঙালী ৰ}} বৰ্তমানেও প্ৰজ্বলিত হৈ আছে।
অনেক প্ৰকাৰ শাস্ত্ৰ আৰু ধৰ্ম্মালাপ কপাৰে ৰজাক সন্তোষ দিলে।
{{c|{{Rule|6em}}}}
আৰু গুছৰীয় ব্ৰাহ্মণ সকলক বাদত পৰাস্ত কৰিলে। ইত্যাদি কথাত
{{Dhr|4em}}
ৰজাই বৰ সুখ পাই, সেই ধৰ্ম্ম ধৰাৰ কাৰণ একান্ত অনুৰোধে
{{gap}}* এই জন সিদ্ধ পু{{বঙালী ৰু}}ষৰ বংশ এতিয়াও ময়ন বড়ী, ৰাঙ্গাপাণী আ{{বঙালী ৰু}} বৰনগৰ প্ৰভূতি ঠাইত থাকি, পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি আছে। সই অধমো এওঁ{{বঙালী ৰ}} বংশৰে এজন মুৰুখ।
কৰিলে। আৰু তেওঁৰ ৰাজধানী কোচবিহাৰৰ ওচৰত ভেলৰ
মধুপুৰ আদি ঠাইত শত্ৰ পাতিবলৈ ঠিক কৰি দিলে। এই শত্ৰবোৰ
বৰ্তমানেও প্ৰজ্বলিত হৈ আছে।
{{c|⸻⸻}}
{{rule}}
{{gap}}*এই জন সিদ্ধ পুৰুষৰ বংপ এতিয়াও ময়ন বড়ী, ৰাঙ্গাপাণী
আৰু বৰনগৰ প্ৰভূতি ঠাইত থাকি, পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি
আছে। সই অধমো এওঁৰ বংশৰে এজন মুৰুখ।


{{gap}}*শ্ৰীশ্ৰঈশ্বৰ শঙ্কৰ দেবে পূৰ্ব্বেই ৰজাৰ আৰু তিৰোতাৰ গুৰু
{{gap}}៛ শ্ৰীশ্ৰীঈশ্বৰ শঙ্কৰ দেবে পূৰ্ব্বেই ৰজাৰ আ{{বঙালী ৰু}} তিৰোতাৰ গু{{বঙালী ৰু}} তনহম বুলি কোৱা কথা আছিল, সেই দেখি ৰজাক ধৰ্ম্ম নেদিলে। আ{{বঙালী ৰু}} সেই সময়ে তেওঁ যোগাশনত বহি বৈকুণ্ঠ লৈ গৈছে।
তনহম বুলি কোৱা কথা আছিল, সেই দেখি ৰজাক ধৰ্ম্ম নেদিলে। আৰু
সেই সময়ে তেওঁ যোগাশনত বহি বৈকুণ্ঠ লৈ গৈছে।