প্ৰিয়তমাৰ চিঠি: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
টেগ্‌: ম'বাইল সম্পাদনা ম'বাইল ৱে'ব সম্পাদনা
No edit summary
১ নং শাৰী:
{{header
| title = প্ৰিয়তমাৰ চিঠি
| author = হেমচন্দ্ৰ গোস্বামী
| translator =
| section =
| previous =
| next =
| year = ১৮৭২-১৯২৮
| portal =
| wikipedia =
| commons =
| commonscat =
| wikiquote =
| wikinews =
| wiktionary =
| wikibooks =
| wikiversity=
| wikispecies=
| meta =
| notes =
}}
{{Block center|<poem>সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই
 
 
 
সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙ্গাই
 
প্ৰকৃতিৰ চোঁ-ঘৰ চালোঁ পিত্ পিত্;
 
কুকুৰঠেঙ্গীয়া এই আখৰকিটিত
যি অমিয়া ঘহাঁ আছে, ক'তো আৰু নাই ।নাই।
 
যি অমিয়া ঘহাঁ আছে, ক'তো আৰু নাই ।
 
কবি-নিকুঞ্জত ফুলি কত কবিতাই
 
মলয়াত উটি উটি ফুৰে পৃথিৱীত,
 
তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত,
কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায় ।নাপায়।
 
কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায় ।
 
ফুল ফুলে, সৰি যায়, শুকান বননি,
 
বসন্তৰ কুঁহিপাত ৰ'দত লেৰেলে;
 
তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,
নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে ।মেলে।
 
নিতৌ নোহোৱা বাহী, ন ন ফুল মেলে ।
 
যত শুঙো, চুমা খাওঁ, নালাগে আমনি,
হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে ।জ্বলে।</poem>}}
 
হৃদয়ত হেপাহৰ ভোটাতৰা জ্বলে ।
 
[[শ্ৰেণী:কবিতা]]