পৃষ্ঠা:তত্ত্ব-কথা (Tattva-Katha).pdf/২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | বৈধকৃত | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১৩ নং শাৰী: | ১৩ নং শাৰী: | ||
</poem> |
</poem> |
||
</center> |
</center> |
||
অৰ্থাৎ যি এক আৰু বৰ্ণহীন,আৰু যি প্ৰাণীসকলৰ প্ৰয়োজন জানি বহু প্ৰকাৰ শক্তিযোগৰ দ্বাৰাই বিবিধ কাম্য বস্তু বিধান কৰিছে,সমুদায় ব্ৰহ্মাণ্ড আদ্যন্তমধ্য যাত ব্যাপ্ত হৈ আছে,যি আমাক শুভ বুদ্ধি প্ৰদান কৰিছে, সেই দীপ্যমান পৰমেশ্বৰক উপলব্ধি কৰি চলিব পাৰিলেহেঁতেন,তেন্তে আমাৰ কিহৰ চিন্তা? |
অৰ্থাৎ যি এক আৰু বৰ্ণহীন,আৰু যি প্ৰাণীসকলৰ প্ৰয়োজন জানি বহু প্ৰকাৰ শক্তিযোগৰ দ্বাৰাই বিবিধ কাম্য বস্তু বিধান কৰিছে, সমুদায় ব্ৰহ্মাণ্ড আদ্যন্তমধ্য যাত ব্যাপ্ত হৈ আছে,যি আমাক শুভ বুদ্ধি প্ৰদান কৰিছে, সেই দীপ্যমান পৰমেশ্বৰক উপলব্ধি কৰি চলিব পাৰিলেহেঁতেন,তেন্তে আমাৰ কিহৰ চিন্তা? |
||
ইশ্বৰক পিছত থৈ আগবাঢ়িবলৈ গৈ ধৰ্ম্মক অকামিলা বস্তু বুলি অৱহেলা কৰিহে আমি মৰিছোঁ। আমাৰ স্কুল-কলেজতে (Godless education) ঈশ্বৰ আৰু ধৰ্ম্মবিবৰ্জ্জিত শিক্ষাই, ঘৰত ধৰ্ম্ম, নীতি, সদাচাৰবিহীন শিক্ষা বা কু-শিক্ষাই আমাৰ জীৱন ফোপোলা কৰিলে। আমি ধৰ্ম্মক আৰু ইশ্বৰক বুঢ়াকেইটা আৰু বুঢ়ীকেইজনীৰ ভাগত দি, নিজৰ গাটো পাতলাই লৈ জপিয়াই হাঁহি ফুৰিছোঁ। হায়! মহাপুৰষ মাধৱদেৱৰ ভাগিনিয়েক ৰামচৰণ ঠাকুৰে গাইছিল, |

২১ নং শাৰী: | ২১ নং শাৰী: | ||
চক্ষুৱে নেদেখ, বুঢ়াক হাসস |
চক্ষুৱে নেদেখ, বুঢ়াক হাসস |
||
তোক পাইলে কাল-চোৰ।। |
তোক পাইলে কাল-চোৰ।। |
||
আছিলি ছৱাল ভৈল |
আছিলি ছৱাল ভৈল যুবা কাল |
||
কেনে তাত নাহি মন। |
কেনে তাত নাহি মন। |
||
আপদৰ বন্ধু যতনে লৈয়ো |
আপদৰ বন্ধু যতনে লৈয়ো |