পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/৭৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "শব্দটোৰ অৰ্থ আৰু আৰিক হৈ থকা নাই; তাৰ ঠাইত সেই শব্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
শব্দটোৰ অৰ্থ আৰু আৰিক হৈ থকা নাই;
শব্দটোৰ অৰ্থ আৰু আক্ষৰিক হৈ থকা নাই;
তাৰ ঠাইত সেই শব্দ উচ্চাৰণ কৰা সময়ছোৱাত
তাৰ ঠাইত সেই শব্দ উচ্চাৰণ কৰা সময়ছোৱাত
যেন এটা শত্ৰুক টেটুচেপি হত্যা কৰা হৈ গ'ল।
যেন এটা শত্ৰুক টেটুচেপি হত্যা কৰা হৈ গ’ল।
নাটকখনৰ শেষত সৰ্বশ্ৰান্ত আৰু পৰাভূত গেৰিল।
নাটকখনৰ শেষত সৰ্বশ্ৰান্ত আৰু পৰাভূত গেৰিলা
নেতাৰ বিষাদ, বিহবলতা আৰু ক্ষোভক তিনিটা
নেতাৰ বিষাদ, বিহ্বলতা আৰু ক্ষোভক তিনিটা
বাক্যৰ এটা সংলাপেৰে একমাত্ৰ ইউছুফেহে যি
বাক্যৰ এটা সংলাপেৰে একমাত্ৰ ইউছুফেহে যি
ৰূপ দিব পাৰিছিল, সেইটো শ্ৰোতা মাত্ৰৰে মনত
ৰূপ দিব পাৰিছিল, সেইটো শ্ৰোতা মাত্ৰৰে মনত
থাকিব। নাটকখনৰ লেখকৰূপে মই প্ৰত্যয় গৈছে
থাকিব। নাটকখনৰ লেখকৰূপে মই প্ৰত্যয় গৈছোঁ
যে তেওঁ অভিনয়েৰে যি প্ৰকাশ কৰিলে সি মই
যে তেওঁ অভিনয়েৰে যি প্ৰকাশ কৰিলে সি মই
বিচৰাতকৈ বহু উন্নত স্তৰ। সংলাপটো আছিল—
বিচৰাতকৈ বহু উন্নত স্তৰৰ। সংলাপটো আছিল—
“ৰাক্ষসী এণ্ডীজ, এতিয়া মই কাক লৈ যুদ্ধ কৰিম!
“ৰাক্ষসী এণ্ডীজ্, এতিয়া মই কাক লৈ যুদ্ধ কৰিম!
—পিশাচী, তোক আৰু তেজ লাগে!—বেশ্যা,
— পিশাচী, তোক আৰু তেজ লাগে!— বেশ্যা,
এদিন কিয় বুকুত ঠাই দিছিলি!” এই সকলো-
এদিন কিয় বুকুত ঠাই দিছিলি!” এই সকলোখিনি
খিনি অগতানুগতিক নিম্নস্বৰৰ অভিনয়ৰ ফলত
অগতানুগতিক নিম্নস্বৰৰ অভিনয়ৰ ফলত
আদৰ্শ অনাতাঁৰ অভিনয় হৈ থাকিব। অসংখ্য
আদৰ্শ অনাতাঁৰ অভিনয় হৈ থাকিব। অসংখ্য
নাটকত এনে বহুত মূহুৰ্ত্ত আছে, আকাশবাণীত
নাটকত এনে বহুত মূহুৰ্ত্ত আছে, আকাশবাণীত
সেইবোৰ এতিয়া বাণীৱদ্ধ ৰূপত ৰখা হৈছে নে
সেইবোৰ এতিয়া বাণীৱদ্ধ ৰূপত ৰখা হৈছে নে
নাই মই কব নোৱাৰে। মোৰ স্মৃতি শক্তিও সকলো
নাই মই কব নোৱাৰো। মোৰ স্মৃতি শক্তিও সকলো
ক্ষেত্ৰতে প্ৰখৰ নহয়। ইফালে কিছুমান এনে নিদৰ্শন
ক্ষেত্ৰতে প্ৰখৰ নহয়। ইফালে কিছুমান এনে নিদৰ্শন
আকৌ টেইপ, লাইব্ৰেৰীত বহি শুনি মনত পেলা-
আকৌ টেইপ্ লাইব্ৰেৰীত বহি শুনি মনত পেলাবলৈও,
বলৈও, ৰেডিঅ'ৰ চৌহদৰ ভিতৰত সোমাৱা এতিয়া
ৰেডিঅ’ৰ চৌহদৰ ভিতৰত সোমাৱা এতিয়া
মোৰ বাবে অসুবিধাজনক। সেয়ে সহজে মত
মোৰ বাবে অসুবিধাজনক। সেয়ে সহজে মনত
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
<br/>
{{Right|৭১}}