পৃষ্ঠা:AMAR CHINAKI TASADDUK.pdf/১৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "অগেয়ে দেউতাক জিয়াউদ্দিন ইউসুমে তেজপুৰ-শিলঘাট..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{hwe|নীয়াৰ|সমনীয়াৰ}} মাজত ‘তচদ্দুক’ ‘দাদা’ হৈ থাকিল।
অগেয়ে দেউতাক জিয়াউদ্দিন ইউসুমে
আনহাতে আকৌ তেতিয়া মোৰ দৰে কৃশকায় ল’ৰাৰ
তেজপুৰ-শিলঘাট ফেৰিৰপৰা জপিয়াই
প্ৰতি ‘বাপু’ৰ আছিল অপৰিসীম কৰুণা, গভীৰ
বুকুত জাহ গৈছিল। পানীত পৰি =ে
সহানুভূতি। ফলত কোনো বাদবিসম্বাদতে আমাৰ
বা অপমৃত্যুৰ উৎস, কাৰণ আৰু প্ৰতিনি
ওপৰত কোনোৱে জুলুম কৰিবলৈ সাহ কৰা নাছিল।
এইহাল পিতাপুত্ৰই মৃত্যুৰ সিপাৰৰ জগত
একমাত্ৰ ‘দলপতি’ৰ কৰুণাৰ বাবে। আজিও কথাষাৰ
স্পৰিক তথ্যানুসন্ধানত মিলিত হ’ব জানো?
যেতিয়া চিন্তা কৰোঁ− তেতিয়াই মনলৈ প্ৰশ্ন
তেওঁলোকৰ আত্মাৰ সদ্‌গতিৰ বাবে প্ৰাণ
আহে− দুৰ্বলৰ প্ৰতি এই পক্ষপাতিত্ব সেই ল’ৰাজনৰ
দায়িত্ব আমাৰ বুলিয়ে গ্ৰহণ কৰিছে। এ
কৰুণা নে পুতৌৰ চানেকি? হয়তো দুয়োটাই।
আমি পালনে কৰিছে। তেওঁলোক
স্বাভাৱিকতে নেতৃত্ব ল’ব পৰা গুণৰ অধিকাৰী
চিৰশান্তি লভক।
হৈয়ো ‘তচদ্দুক’− শিল্পী তচদ্দুকে আনক
নেতৃত্ব দিয়াৰ কথা বাদেই, নিজকেই ঠিকমতে
পৰিচালিত কৰিব নোৱাৰিলে কিয়? বহু সৃষ্টিৰ
সম্ভাৱনা লৈয়ো সৃষ্টিবিমুখ হৈ তেওঁ আঁতৰি গ’ল
কিয়? হয়তো তেওঁৰ বাবে এই পৰিণতিয়েই
নিৰ্ধাৰিত আছিল।

'''চিলঠৰ ‘উড়ন্ত চাকি' আৰু ‘বুমেৰাং’'''

এদিনাখনৰ কথা। মোৰ চিলঠখনত কাঠৰ ‘বাও’
(ফ্ৰেম)প্ৰায় নাছিলেই। বাওকিডল প্ৰায়ে খুলি হাতত
তুলি লওঁ। স্কেলৰ অভাৱত আঁক মাৰিবলৈ ব্যৱহাৰ
কৰোঁ আৰু দৰকাৰ হলে (সমনীয়াৰ লগত বাদানুবাদত
আত্মৰক্ষাৰ বাবে) প্ৰায়ে কাঠৰ তৰোৱালৰ
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
<br/>
১৬