পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ ওপতে মার যােৱা অসমৰ উল তৰা পলক্ষেশ্বৰ শৰ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
________________
________________


ওপতে মার যােৱা অসমৰ উল তৰা পলক্ষেশ্বৰ শৰ্মা ৰি, ভাঙ্গৰীয়াই লেখা পত্ৰৰ সাৰাংশ।
ওলপতে মাৰ যোৱা আসামৰ উজ্জল তৰা লক্ষেশ্বৰ শৰ্ম্মা বি, এ, ডাঙ্গৰীয়াই লেখা পত্ৰৰ সাৰাংশ।
GAUHATI
GAUHATI
23-09. প্রিয় মহন্ত,
2-23-09. প্ৰিয় মহন্ত,
মােৰ সময় মাই, সেই বাবে আপনাৰ পুথি খন ভালকৈ দেখি নােৱাৰি কেৱল ওপৰে ২ দেখিলোঁ। আৰু আজি পঠালো। পুথিখন পঢ়ি বৰ সন্তোষ পালো। আপনি বৰ ভাল পুথি লেখিছে। কিন্তু মই ইয়াৰ নাম মুক্তি-সাপান গুচাই “হিন্দু-ধৰ্ম-সাৰ দিলে।। ইটিহে উপযুক্ত নাম হব। ইতি
মোৰ সময় নাই, সেই বাবে আপনাৰ পুথি খন ভালকৈ দেখিব নোৱাৰি কেৱল ওপৰে ২ দেখিলোঁ। আৰু আজি পঠালোঁ। পুথিখন পঢ়ি বৰ সন্তোষ পালো। আপনি বৰ ভাল পুথি লেখিছে। কিন্তু মই ইয়াৰ নাম মুক্তি-সোপান গুচাই “হিন্দু-ধৰ্ম-সাৰ দিলোঁ । ইটিহে উপযুক্ত নাম হব। ইতি
বিনীত এলক্ষেশ্বৰ শৰ্ম্মা।
বিনীত শ্ৰীলক্ষেশ্বৰ শৰ্ম্মা।
শ্ৰীশ্ৰীগোবিন্ধঃ।
ঐশ্রীগােবিন্ধ।
নং ১৬
নং ৬১৬
যােৰহাট, আসাম। নমস্কাৰপূৰ্ব্বক নিবেদন :
যোৰহাট, আসাম। নমস্কাৰপূৰ্ব্বক নিবেদন :
আপনি পুথিখন ৰিাবাৰি ঠিকনায় পঠাইছিল, সেই দেখি মই পােৱাত দিৰি হৈছে। যি হউক আজি ৬৮ পৃষ্ঠা পর্যন্ত শেষ কৰিলে। শদ্রে অবশিষ্ট ওছাই পঠাম। যাহা হউক আপােনি পথ সুখী নী পুরুষ। কাম উত্তম কৰিছে। বাবিক আপােনাৰ এই কাৰ্য্যত মই বৰ মুগ্ন আৰু লৰােৰ হৈছে।
আপনি পুথিখন ৰিহাবাৰি ঠিকনায় পঠাইছিল, সেই দেখি মই পোৱাত দিৰি হৈছে। যি হউক আজি ৬৮ পৃষ্ঠা পৰ্য্য়ন্ত শেষ কৰিলোঁ। শীঘ্ৰে অবশিষ্ট ওছাই পঠাম। যাহা হউক আপোনি পৰম সুখী জ্ঞানী পুৰুষ। কাম উত্তম কৰিছে। বাস্তবিক আপোনাৰ এই কাৰ্য্যত মই বৰ মুগ্ধ আৰু সন্তোস হৈছোঁ।
শিবনাথ ভট্টাচার্য। ১৯- ০১।
শ্ৰীশিবনাথ ভট্টাচাৰ্য। ১৯-৩-০১।