পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "শাস্ত্র লিখিবৰ আদেশ কৰাৰ পিছতেই এনেকু এখনি পুণি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
শাস্ত্র লিখিবৰ আদেশ কৰাৰ পিছতেই এনেকু এখনি পুণি সমাজ
শাস্ত্ৰ লিখিবৰ আদেশ কৰাৰ পিছতেই এনেকুৱা এখনি পুথি সমাজৰ
আগত ধৰিবলৈ আশা কৰিছিলো। কিন্তু নানা কারণে সাংসারিক
আগত ধৰিবলৈ আশা কৰিছিলো। কিন্তু নানা কাৰণে সাংসাৰিক
জঞ্জালত পৰি, মনৰ আশা মনতে গুপুতকৈ ৰখা হৈছিল। সম্প্রতি
জঞ্জালত পৰি, মনৰ আশা মনতে গুপুতকৈ ৰখা হৈছিল। সম্প্ৰতি
ঈশ্বর ইচ্ছায় বর্তমানে বহা কামত থাকিব লগিয়া হােত, আজি পার
ঈশ্বৰ ইচ্ছায় বৰ্তমানে বহা কামত থাকিব লগিয়া হোৱাত, আজি পাৰ
মাহ পৰিশ্ৰম কৰি, এই পুথি খনি লিখা হল।
মাহ পৰিশ্ৰম কৰি, এই পুথি খনি লিখা হল।
ইয়াত যি সকল কথা লিখা হৈছে, সেই সকলােটিয়েই আমার হিন্দু
ইয়াত যি সকল কথা লিখা হৈছে, সেই সকলোটিয়েই আমাৰ হিন্দু
শাস্ত্রর কথা হে; অশাস্ত্রীর কথা অলপে লিখা হােবা নাই। সেই
শাস্ত্ৰৰ কথা হে; অশাস্ত্ৰীৰ কথা অলপ্য়ে লিখা হোবা নাই। সেই
দেখি আশা করে। যেন সামুকৰ পেটৰ মুকুতা আৰু মলীয়ন ঠাইত পৰা
দেখি আশা কৰোঁ যেন সামুকৰ পেটৰ মুকুতা আৰু মলীয়ন ঠাইত পৰা
সােনক যেনেকৈ আদৰ কৰে, সেইপে মই অধমে লেখা বাবে,
সোনক যেনেকৈ আদৰ কৰে, সেইৰূপে মই অধমে লেখা বাবে,
ঘৃণণীয় নহৈ সমাজত আদৰণীয় হলেই মই এম সফল জ্ঞান কৰি
ঘৃণণীয় নহৈ সমাজত আদৰণীয় হলেই মই শ্ৰম সফল জ্ঞান কৰি
কৃতাৰ্থ হম।
কৃতার্থ হন।
অবশেষত শলাগ লৈ কও যে এই পুথি খনি শ্ৰীযুক্ত শিবনাথ
অবশেষত শলাগ লৈ কও যে এই পুথি খনি শ্ৰীযুক্ত শিবনাথ
ভট্টাচাৰ্য মহাশয়ে দয়া কৰি আদিৰ পৰা অম্ভলৈ চাই দিছে। সেই
ভট্টাচাৰ্য মহাশয়ে দয়া কৰি আদিৰ পৰা অম্ভলৈ চাই দিছে। সেই
বাবে তেওঁর গুৰিত কৃতজ্ঞতা পাশত, বন্ধা থাকিলাে ।
বাবে তেওঁৰ গুৰিত কৃতজ্ঞতা পাশত, বন্ধা থাকিলো।
যোগদলা
যােগদলা
শ্রীহলিরাম মহন্ত।
শ্ৰীহলিৰাম মহন্ত।
২৯/১০ ইং
২০/৯/১০ ইং
পাতনিত লেখা উৎসাহদাতা মহাত্মা সকলৰ বিশদর্পণ সম্বন্ধে লেখা
পাতনিত লেখা উৎসাহদাতা মহাত্মা সকলৰ বিশদৰ্পণ সম্বন্ধে লেখা
দুখনি মান পত্র সলাগ স্বরূপে তলত তুলি দিলে। বাহুল্যতা হেতু
দুখনি মান পত্ৰ সলাগ স্বৰূপে তলত তুলি দিলোঁ। বাহুল্যতা হেতু
এটাই বােৰ তুলি দিয়া নহল ইতি ।
এটাই বোৰ তুলি দিয়া নহল ইতি।
লিখোতা।
লিখােতা।
নং ৯৬৩
নং ৯৬৩
শুভাশীৰ্ব্বাদ
শুভাশর্বাদ
শ্ৰীযুত হলিৰাম মহন্ত প্রতি ১৫ জানুবাৰী তারিখ পত্র পাঠে
শ্ৰীযুত হলিৰাম মহন্ত প্ৰতি ১৫ জানুবাৰী তাৰিখৰ পত্ৰ পাঠে
সমাচাৰ জনা হলো। আপােনাৰ সংগৃহীত বিশ্বদর্পণ নামেৰে পঠা
সমাচাৰ জনা হলো। আপোনাৰ সংগৃহীত বিশ্বদৰ্পণ নামেৰে পঠোৱা
পুণি খনি দেখ হৈছে। সেই পুথি পাঠ করি আমি সন্তোষ পাইছে।
পুণি খনি দেখ হৈছে। সেই পুথি পাঠ কৰি আমি সন্তোষ পাইছোঁ ।