পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "আৰু মানুহ বিৰে পৰা মৃত্যুকাল নৈক সময় অনুযায়ী ঈ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
আৰু মানুহ বিৰে পৰা মৃত্যুকাল নৈক সময় অনুযায়ী ঈশ্বৰৰ
আৰু মানুহ জন্মিবৰে পৰা মৃত্যুকাল লৈক সময় অনুযায়ী ঈশ্বৰৰ
স্থাপিত নিয়ম প্রণালী 'বােৰ পালন কবির উপায় বােৰ যথা সাধ্য
স্থাপিত নিয়ম প্ৰণালী 'বোৰ পালন কৰিবৰ উপায় বোৰ যথা সাধ্য
শেরে বৃষি পৰাকৈ বিশেষত শাক বৈষ্ণব উভয় সম্প্রদায়
সকলোৱে বুজিব পৰাকৈ বিশেষতঃ শাক্ত বৈষ্ণব উভয় সম্প্ৰদায়
উপযােগী কৰি, সৰল ভাষাত লেখা হৈছে।
উপযোগী কৰি, সৰল ভাষাত লেখা হৈছে।
ইয়াৰ শেষত “শেৱস্থা আৰ্থাৎ কেৱল ধর্ম সম্বন্ধে লিখোতে
ইয়াৰ শেষত “শেষাৱস্থা আৰ্থাৎ কেৱল ধৰ্ম্ম সম্বন্ধে লিখোতে
বৰ্ত্তমান কোনো কোনো কেৱলীয়া ভকত সকলৰ ব্যবহাৰে সৈত
বর্তমান কোনাে কোনাে কেলীয়া ভকত সকল ব্যবহারে সৈত
কিছু অমিল হব পাৰে ; আৰু সেই বাবে তেৰা সৱৰ ভিতৰত কোনো
কিছু অমিল হব পাৰে; আৰু সেই বাবে তেঁৰা সৱৰ ভিতৰত কোনো
কোনােৱে মােক বেজাৰ পাবও পাৰে, কিন্তু বেজাৰ কৰিও যদি
কোনোৱে মোক বেজাৰ পাবও পাৰে, কিন্তু বেজাৰ কৰিও যদি
সেৰে ইয়াত লেখা সিদ্ধ পুৰুৰ কেৱল ধর্মাবলম্বী “শ্ৰীৰাম আতা”
তেৰাসবে ইয়াত লেখা সিদ্ধ পুৰুষ কেৱল ধৰ্ম্মাবলম্বী “শ্ৰীৰাম আতা”
প্ৰকৃতিৰ আহি সুৱৰি নিজ নিন দেয় কিছু পৰিমাণে সংশােধন করে ,
প্ৰকৃতিৰ আহি সুৱৰি নিজ নিজ দোষ কিছু পৰিমাণে সংশোধন কৰে ,
তেন্তে মই ক্লার্থ জ্ঞান কৰিম।
তেন্তে মই কৃতাৰ্থ জ্ঞান কৰিম।
“দায়ভাগ” সম্বন্ধ বেছি বহলাই নিলিখি বর্তমান কালত
“দায়ভাগ” সম্বন্ধ বেছি বহলাই নিলিখি বৰ্ত্তমান কালত
যিবােৰ অতি লাগতীয়াল বুলি বিবেচনা কৰা হৈছে, সেই বােৰ মাথােন
যিবোৰ অতি লাগতীয়াল বুলি বিবেচনা কৰা হৈছে, সেই বোৰ মাথোন
লিখা হল।
লিখা হল।
পুথি খনি মূৰৰ পৰাই ভাঙ্গি সৰল ভাষাত লেখা হ’ল। তায় ভিতৰ
পুথি খনি মূৰৰ পৰাই ভাঙ্গি সৰল ভাষাত লেখা হ’ল। তায় ভিতৰত
যি বে'ৰ কৰ্থা অতি দৰ্কৰি আজ সন্দেহজনক, সেই বােৰৰ সাথী স্বৰূপ
যি বোৰ কথা অতি দৰ্কৰি আৰু সন্দেহজনক, সেই বোৰৰ সাখী স্বৰূপ
মূল সংস্কৃতৰ কথা বিলাক অবিকল তুলি দিয়া হৈছে।
মূল সংস্কৃতৰ কথা বিলাক অবিকল তুলি দিয়া হৈছে।
মই কতিপূৰ্ব্বে “বিশ্বদর্প” পুঙ্গি খনি লেখি উলিত আমার
মই কতিপূৰ্ব্বে “বিশ্বদৰ্প” পুথি খনি লেখি উলিৱাত আমাৰ
ৰসৰদেশৰ জ্ঞানী সমাজত আদৰণীয় হােষ দেখি, বিশেষতঃ যুক্ত
অসমদেশৰ জ্ঞানী সমাজত আদৰণীয় হোৱা দেখি, বিশেষতঃ শ্ৰী শ্ৰীযুক্ত
আউনি আটী গােস্বামী, শ্ৰী শ্ৰীযুক্ত বৰপেটা শস্ত্র বর্তমান অধিকার
আউনি আটীয় গোস্বামী, শ্ৰী শ্ৰীযুক্ত বৰপেটা শস্ত্ৰৰ বৰ্ত্তমান অধিকাৰ
যুক্ত মহীৰাম শৰ্ম্মা বিদ্যারত্ন; এঃ এঃ কমিচনাৰ শ্ৰীযুক্ত পরাম
শ্ৰীযুক্ত মহীৰাম শৰ্ম্মা বিদ্যাৰত্ন; এঃ এঃ কমিচনাৰ শ্ৰীযুক্ত পৰ্শুৰাম
শৰ্মা খাই শ্ৰীযুক্ত হেমচন্দ্র গােস্বামী, শ্ৰীযুক্ত ৰনীকান্ত বৰদলৈ আৰু
শৰ্মা খাউন্দ শ্ৰীযুক্ত হেমচন্দ্ৰ গোস্বামী, শ্ৰীযুক্ত ৰজনীকান্ত বৰদলৈ আৰু
ৰায় বাহাদুৰ মাধৱ বৰদলৈ বিদ্বান আৰু সৰ্ম্ম মহাত্মা সকলে
ৰায় বাহাদুৰ মাধৱচন্দ্ৰ বৰদলৈ বিদ্বান আৰু সৰ্ব্বজ্ঞ মহাত্মা সকলে
আদৰ কৰি, নিৰ নিৰ লিপিৰে উৎসাহ, জি-তেনে কৈ থাকো
আদৰ কৰি, নিজ নিজ লিপিৰে উৎসাহ, দি-তেনেকুৱা কৈ আকৌ