পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: ") “তুমি পবিত্র বৈষ্ণব ধর্ষর খুটী, আৰু মােৰ দাইন বা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(৭)
)
“তুমি পবিত্র বৈষ্ণব ধর্ষর খুটী, আৰু মােৰ দাইন বাহু, তোমাৰ
“তুমি পবিত্ৰ বৈষ্ণব ধৰ্ম্মৰ খুটী, আৰু মোৰ দাইন বাহু, তোমাৰ
বংশানুক্রমে এই ধৰ্ম প্ৰচাৰ কৰি থাকিব *। এই বুলি নিজ ঘরলৈ
বংশানুক্ৰমে এই ধৰ্ম্ম প্ৰচাৰ কৰি থাকিব *। এই বুলি নিজ ঘৰলৈ
ৰাবলৈ বিদায় দিলে।
যাবলৈ বিদায় দিলে।
তাৰ পিছে ঐ শ্রীঈশ্বর শঙ্কর দেৱ উক্ত রজার ঠাইলৈ গৈ চিনাকিদি
তাৰ পিছে ঐ শ্ৰীঈশ্বৰ শঙ্কৰ দেৱ উক্ত ৰজাৰ ঠাইলৈ গৈ চিনাকিদি
অনেক প্রকার শাস্ত্ৰ আৰু ধৰ্ম্মালাপ কপাৰে বজাক সন্তোষ দিলে ।
অনেক প্ৰকাৰ শাস্ত্ৰ আৰু ধৰ্ম্মালাপ কপাৰে ৰজাক সন্তোষ দিলে।
আৰু গুছরীয় ব্রাহ্মণ সকলক বাদত পরাস্ত কৰিলে। ইত্যাদি কথাত
আৰু গুছৰীয় ব্ৰাহ্মণ সকলক বাদত পৰাস্ত কৰিলে। ইত্যাদি কথাত
ৰজাই বৰ সুখ পাই, সেই ধৰ্ম্ম ধরার কারণ একান্ত অনুরােধে
ৰজাই বৰ সুখ পাই, সেই ধৰ্ম্ম ধৰাৰ কাৰণ একান্ত অনুৰোধে
কৰিলে । আৰু তেওঁর রাজধানী কোচবিহার ওচৰত ভেলর
কৰিলে। আৰু তেওঁৰ ৰাজধানী কোচবিহাৰৰ ওচৰত ভেলৰ
মধুপুর আদি ঠাইত শত্ৰ পাতিবলৈ ঠিক কৰি দিলে। এই শত্রহাের
মধুপুৰ আদি ঠাইত শত্ৰ পাতিবলৈ ঠিক কৰি দিলে। এই শত্ৰবোৰ
বর্তমানেও এলিত হৈ আছে।
বৰ্তমানেও প্ৰজ্বলিত হৈ আছে।
এই জন সিদ্ধ পুৰুষৰ বংপ এতিয়া ও ময়ন বড়ী, ৰাঙ্গাপাণী
এই জন সিদ্ধ পুৰুষৰ বংপ এতিয়াও ময়ন বড়ী, ৰাঙ্গাপাণী
আৰু বৰনগৰ প্ৰভূতি ঠাইত থাকি, পবিত্র বৈষ্ণব ধর্ম প্রচাৰ কৰি
আৰু বৰনগৰ প্ৰভূতি ঠাইত থাকি, পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰি
আছে। সই অধমে এওঁর বংশৰে এজন মুরুখ।
আছে। সই অধমো এওঁৰ বংশৰে এজন মুৰুখ।
# শ্ৰীশ্ৰঈশ্বৰ শঙ্কৰ দেৰে পূৰ্বেই ৰজাৰ আৰু তিৰােতাৱ গুরু
# শ্ৰীশ্ৰঈশ্বৰ শঙ্কৰ দেবে পূৰ্ব্বেই ৰজাৰ আৰু তিৰোতাৰ গুৰু
তনহম বুলি কোৱা কথা আছিল, সেই দেখি ৰজাক ধৰ্ম্ম নেদিলে। আৰু
তনহম বুলি কোৱা কথা আছিল, সেই দেখি ৰজাক ধৰ্ম্ম নেদিলে। আৰু
সেই সময়ে তেওঁ যােগাশনত বহি বৈকুণ্ঠ লৈ গৈছে ।
সেই সময়ে তেওঁ যোগাশনত বহি বৈকুণ্ঠ লৈ গৈছে।