পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৯১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ওপৰঞ্চি। কলিকাল ঘটনা। ঈশ্বৰ মহাপুৰুষ শঙ্ক খ দেব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ওপৰঞ্চি।
২ । ওপৰঞ্চি। গুৰুভক্তি
কলিকাল ঘটনা।
কলিকালৰ ঘটনা।
ঈশ্বৰ মহাপুৰুষ শঙ্ক খ দেব নিম্ন অসামৰ বৰপেটাও
শ্ৰী শ্ৰী ঈশ্বৰ মহাপুৰুষ শঙ্কৰ দেব নিম্ন অসামৰ বৰপেটাত
* বাস কৰি পবিত্ৰ বৈষ্ণব ধৰ্ম প্ৰচাৰ কবি ধরাত, দেব দেবী
* বাস কৰি পবিত্ৰ বৈষ্ণব ধৰ্ম্ম প্ৰচাৰ কৰিব ধৰাত, দেব দেবী
পূজাৰ চলতি হ্রাস হােব দেখি, অনেক ব্রাহ্মণে গােটখাই, সেই সময়
পূজাৰ চলতি হ্ৰাস হোবা দেখি, অনেক ব্ৰাহ্মণে গোটখাই, সেই সময়ৰ
“নৰনাৰাষণ” ৰজাৰ ঠাইত আপত্তি জানালে যে “শঙ্কৰ নামেৰে এজন
“নৰনাৰায়ণ” ৰজাৰ ঠাইত আপত্তি জানালে যে “শঙ্কৰ নামেৰে এজন
শূদ্রে উজানিৰ পৰা মাহি আমার ইঠাইত বৈষ্ণব ধর্ম পচাৰ কৰি
শূদ্ৰে উজানিৰ পৰা আহি আমাৰ ইঠাইত বৈষ্ণব ধৰ্ম্ম পচাৰ কৰি
তেওঁ আৰু তেওঁৰ ভকত বােৰে বেদ-শাস্ত্ৰৰ মত নেমানে। ইয়াত
তেওঁ আৰু তেওঁৰ ভকত বোৰে বেদ-শাস্ত্ৰৰ মত নেমানে। ইয়াত
দেব দেবীর পূজা আৰু হােম-যজ্ঞাদি সকলাে লােপ হ’ল।” ইত্যাদি
দেব দেবীৰ পূজা আৰু হোম-যজ্ঞাদি সকলো লোপ হ’ল।” ইত্যাদি
নানা তৰহৰ কথা লগােৰাত, ৰাই খঙ্গ কবি, ঈশ্বৰ পুৰুষক ভকত
নানা তৰহৰ কথা লগোৰাত, ৰজাই খঙ্গ কবি, ঈশ্বৰ পুৰুষক ভকত
সকলে সহিতে ধৰি নিবলৈ কিঙ্কৰ পঠাই দিলে। লােক
সকলে সহিতে ধৰি নিবলৈ কিঙ্কৰ পঠাই দিলে। লোক মুখে এই
কথা শুনি এনে অবস্থাত ৰজাক দেখ; দিয়া অনুচিত বিবেচনায় তেওঁ
কথা শুনি এনে অবস্থাত ৰজাক দেখ; দিয়া অনুচিত বিবেচনায় তেওঁ
ওকত সকলে সহিতে অল্প আঁতৰি থাকিলে । তাতে বুজাৰ লােকে
ভকত সকলে সহিতে অল্প আঁতৰি থাকিলে। তাতে ৰজাৰ লোকে
তেওঁক লগ নেপালে। কিন্তু “ঠাকুৰ আত আৰু গকুলচন আতৈ
তেওঁক লগ নেপালে। কিন্তু “ঠাকুৰ আত আৰু গকুলচন আতৈ
নামে দুজন ভকতক ধৰি নি ৰজাক দিলে। ৰজাই এও লােকক পাই
নামে দুজন ভকতক ধৰি নি ৰজাক দিলে। ৰজাই এওঁ লোকক পাই
শ্ৰীশঙ্কর দেব নােপোবা পঙ্গত, শান্তি কৰি শঙ্কৰ দেবৰ সঙ্গ আৰু
শ্ৰীশঙ্কৰ দেবক নোপোবা পঙ্গত, শান্তি কৰি শঙ্কৰ দেবৰ সঙ্গ আৰু
তেও লােকে সেই ধৰ্ম্ম পৰিত্যাগ কৰিবনে নকৰে ইত্যাদি কথা
তেওঁ লোকে সেই ধৰ্ম্ম পৰিত্যাগ কৰিবনে নকৰে ইত্যাদি কথা
শুধিলে। তাত তেও লােকে নোহােৰাত মাতি আকৌ হাত-ভৰি
শুধিলে। তাত তেওঁ লোকে নোহোৰাত মাতি আকৌ হাত-ভৰিৰ
প্রতি আঙ্গুলিৰ মাঝে মাঝে আৰু গাৰ চাল বােৰত বাহর শলা বিন্ধাই
প্ৰতি আঙ্গুলিৰ মাঝে মাঝে আৰু গাৰ চাল বোৰত বাহৰ শলা বিন্ধাই
দিয়া আদি উগ্র শাও করিলে। আৰু ঠাকুৰ আটাৰ এখন হাতে।
দিয়া আদি উগ্ৰ শাস্তি কৰিলে। আৰু ঠাকুৰ আটাৰ এখন হাতো
গজি পেলালে। এনেকুৰা অসস্থ শান্তিতে তেওঁ ৰ বিপৰীতে
ভাঙ্গি পেলালে। এনেকুৰা অসহ্য় শাস্তিতে তেওঁ গুৰুৰ ৰ বিপৰীতে