"পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৯"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

(→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ৩ ) তেওঁক বিষাতে মায়া মােহে আক্রমিবও পাৰে ইত্যা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল)
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধন
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
 
( ৩ )
 
( ৩ )
তেওঁক বিষাতে মায়া মােহে আক্রমিবও পাৰে ইত্যাদি বিষয় প্রার্থনা
+
তেওঁক ভবিষ্য়তে মায়া মোহে আক্ৰমিবও পাৰে ইত্যাদি বিষয় প্ৰাৰ্থনা
কৰাত গুরুজনে এই কথাত অত্যন্ত সন্তোষ পাই, সেৱকৰ হতুৱাই
+
কৰাত গুৰুজনে এই কথাত অত্যন্ত সন্তোষ পাই, সেৱকৰ হতুৱাই
চাউল বােৰ নি, এটাইবােৰ ভকতক ভগাই দি তেওঁৰ অসুখ দূৰ
+
চাউল বোৰ নি, এটাইবোৰ ভকতক ভগাই দি তেওঁৰ অসুখ দূৰ কৰালে ।
(৩) এই সিদ্ধ পুরুষ জনৰ গুৰু ভক্তি ও যে অচলা আছিল তাক
+
(৩) এই সিদ্ধ পুৰুষ জনৰ গুৰু ভক্তি ও যে অচলা আছিল তাক
 
তলত লেখা কথাটিৰ পৰা সহজে জনা যায়।
 
তলত লেখা কথাটিৰ পৰা সহজে জনা যায়।
এক ঈশ্বৰ ঠাকুৰ আতা পুৰুষে আনি ঈশ্বৰ মহাপুরুষ মাধৰ
+
এওঁক ঈশ্বৰ ঠাকুৰ আতা পুৰুষে আনি ঈশ্বৰ মহাপুৰুষ মাধৰ
দেৱক দিছিলে ; সেই বাৰে আৰু এওঁলােক (ঈশ্বৰ মাধবদেব আৰু
+
দেৱক দিছিলে; সেই বাৰে আৰু এওঁলোক (ঈশ্বৰ মাধবদেব আৰু
ঈশৰ ঠাকু আত) হইও সখি (অর্থাৎ যুগল সম্প্রদা) আছিল। ভক্তি
+
ঈশ্বৰ ঠাকুৰ আতা) দুইও সখি (অৰ্থাৎ যুগল সম্প্ৰদা) আছিল। ভক্তি তত্বত
যি জনে গুরু চিনাই দিয়ে তেওঁ ও গুৰু সদৃশ পূজণীয, আকৌ
+
যি জনে গুৰু চিনাই দিয়ে তেওঁ ও গুৰু সদৃশ পূজণীয, আকৌ
যুগল সম্প্রদাৰ ভিতৰতে দুইৰো অভিন্ন অর্থাৎ একাত্মা ; ইত্যাদি
+
যুগল সম্প্ৰদাৰ ভিতৰতো দুইৰো অভিন্ন অৰ্থাৎ একাত্মা; ইত্যাদি
কাৰণে শ্ৰীৰাম আতাই ঈশৰ মাধবদেৰ আৰু ঈশ্বৰ ঠাকুৰ আটা দুই
+
কাৰণে শ্ৰীৰাম আতাই ঈশ্বৰ মাধবদেব আৰু ঈশ্বৰ ঠাকুৰ আটাৰ দুইও
জনকেই গুৰু বুলি মানিছিল। সেই সময়ে ঈশ্বর ঠাকুৰ আতাৰ বাস
+
জনকেই গুৰু বুলি মানিছিল। সেই সময়ে ঈশ্বৰ ঠাকুৰ আতাৰ বাস
বৰপেটাৰ পশ্চিমে ৬৭ মাইল দূৰৈত “জনি" গাওত আছি!। অব।
+
বৰপেটাৰ পশ্চিমে ৬।৭ মাইল দূৰৈত “জনিয়া" গাঁওত আছিল। আতা
পুৰুষ প্রায় প্রতিদিনে জনিয়াৰ পৰা বৰপেটাক গৈ পুৰাৰ প্রসঙ্গত
+
পুৰুষ প্ৰায় প্ৰতিদিনে জনিয়াৰ পৰা বৰপেটাক গৈ পুবাৰ প্ৰসঙ্গত্
হাজিৰ হৈছিল। এদিনাখন আতা পুরুষ প্রসঙ্গত উপস্থিত, হােয়াত
+
হাজিৰ হৈছিল। এদিনাখন আতা পুৰুষ প্ৰসঙ্গত উপস্থিত, হোয়াত
ঈশ্বৰ মাধবদেব পুৰুষে তেওৰ কাপােৰ বােৰ তিতা দেখা পাই, কাৰণ
+
ঈশ্বৰ মাধবদেব পুৰুষে তেওৰ কাপোৰ বোৰ তিতা দেখা পাই, কাৰণ
শােত, বাটৰ দুই ও কাষত থকা বন নিয়ৰে কাপােৰ বােৰ
+
শোধাত, বাটৰ দুইও কাষত থকা বনৰ নিয়ৰে কাপোৰ বোৰ
তিতাইছে বুলি কলে। এই কথা কোৱা মেলাৰ সময় গুরিতে শ্ৰীৰাম
+
তিতাইছে বুলি কলে। এই কথা কোৱা মেলাৰ সময় গুৰিতে শ্ৰীৰাম
 
আতা বহি আছিল। তেওঁ গুৰুৰ এই দুঃখৰ কথা শুনি আৰু দেখা
 
আতা বহি আছিল। তেওঁ গুৰুৰ এই দুঃখৰ কথা শুনি আৰু দেখা
 
*
 
*
এই আৰ্হি মতেই বর্তমানেও চাউল ততণী হৈ আছে।
+
এই আৰ্হি মতেই বৰ্ত্তমানেও চাউল ততণী হৈ আছে।
+ এই গাঁওখন অতিশয় পুৰণী, বর্তমাণে জণীয়া নামে
+
+ এই গাঁওখন অতিশয় পুৰণী, বৰ্ত্তমাণে জণীয়া শস্ত্ৰ নামে
  +
প্ৰক্ষাত।
একাত।
 
২,৩৫২

টা সম্পাদনা