২,৩৫২
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ৩ ) তেওঁক বিষাতে মায়া মােহে আক্রমিবও পাৰে ইত্যা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
( ৩ ) |
( ৩ ) |
||
− | তেওঁক |
+ | তেওঁক ভবিষ্য়তে মায়া মোহে আক্ৰমিবও পাৰে ইত্যাদি বিষয় প্ৰাৰ্থনা |
− | কৰাত |
+ | কৰাত গুৰুজনে এই কথাত অত্যন্ত সন্তোষ পাই, সেৱকৰ হতুৱাই |
− | চাউল |
+ | চাউল বোৰ নি, এটাইবোৰ ভকতক ভগাই দি তেওঁৰ অসুখ দূৰ কৰালে । |
− | (৩) এই সিদ্ধ |
+ | (৩) এই সিদ্ধ পুৰুষ জনৰ গুৰু ভক্তি ও যে অচলা আছিল তাক |
তলত লেখা কথাটিৰ পৰা সহজে জনা যায়। |
তলত লেখা কথাটিৰ পৰা সহজে জনা যায়। |
||
− | + | এওঁক ঈশ্বৰ ঠাকুৰ আতা পুৰুষে আনি ঈশ্বৰ মহাপুৰুষ মাধৰ |
|
− | দেৱক দিছিলে |
+ | দেৱক দিছিলে; সেই বাৰে আৰু এওঁলোক (ঈশ্বৰ মাধবদেব আৰু |
− | + | ঈশ্বৰ ঠাকুৰ আতা) দুইও সখি (অৰ্থাৎ যুগল সম্প্ৰদা) আছিল। ভক্তি তত্বত |
|
− | যি জনে |
+ | যি জনে গুৰু চিনাই দিয়ে তেওঁ ও গুৰু সদৃশ পূজণীয, আকৌ |
− | যুগল |
+ | যুগল সম্প্ৰদাৰ ভিতৰতো দুইৰো অভিন্ন অৰ্থাৎ একাত্মা; ইত্যাদি |
− | কাৰণে শ্ৰীৰাম আতাই |
+ | কাৰণে শ্ৰীৰাম আতাই ঈশ্বৰ মাধবদেব আৰু ঈশ্বৰ ঠাকুৰ আটাৰ দুইও |
− | জনকেই গুৰু বুলি মানিছিল। সেই সময়ে |
+ | জনকেই গুৰু বুলি মানিছিল। সেই সময়ে ঈশ্বৰ ঠাকুৰ আতাৰ বাস |
− | বৰপেটাৰ পশ্চিমে |
+ | বৰপেটাৰ পশ্চিমে ৬।৭ মাইল দূৰৈত “জনিয়া" গাঁওত আছিল। আতা |
− | পুৰুষ |
+ | পুৰুষ প্ৰায় প্ৰতিদিনে জনিয়াৰ পৰা বৰপেটাক গৈ পুবাৰ প্ৰসঙ্গত্ |
− | হাজিৰ হৈছিল। এদিনাখন আতা |
+ | হাজিৰ হৈছিল। এদিনাখন আতা পুৰুষ প্ৰসঙ্গত উপস্থিত, হোয়াত |
− | ঈশ্বৰ মাধবদেব পুৰুষে তেওৰ |
+ | ঈশ্বৰ মাধবদেব পুৰুষে তেওৰ কাপোৰ বোৰ তিতা দেখা পাই, কাৰণ |
− | + | শোধাত, বাটৰ দুইও কাষত থকা বনৰ নিয়ৰে কাপোৰ বোৰ |
|
− | তিতাইছে বুলি কলে। এই কথা কোৱা মেলাৰ সময় |
+ | তিতাইছে বুলি কলে। এই কথা কোৱা মেলাৰ সময় গুৰিতে শ্ৰীৰাম |
আতা বহি আছিল। তেওঁ গুৰুৰ এই দুঃখৰ কথা শুনি আৰু দেখা |
আতা বহি আছিল। তেওঁ গুৰুৰ এই দুঃখৰ কথা শুনি আৰু দেখা |
||
* |
* |
||
− | এই আৰ্হি মতেই |
+ | এই আৰ্হি মতেই বৰ্ত্তমানেও চাউল ততণী হৈ আছে। |
− | + এই গাঁওখন অতিশয় পুৰণী, |
+ | + এই গাঁওখন অতিশয় পুৰণী, বৰ্ত্তমাণে জণীয়া শস্ত্ৰ নামে |
+ | প্ৰক্ষাত। |
||
− | একাত। |
টা সম্পাদনা