পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ওপৰঞ্চি। কেৱল ধৰ্শৰ আহি। কলি কালত হোৱা কথা। পূর্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ওপৰঞ্চি।
ওপৰঞ্চি।
কেৱল ধৰ্শৰ আহি।
কেৱল ধৰ্ম্মৰ আৰ্হি।
কলি কালত হোৱা কথা।
কলি কালত হোৱা কথা।
পূর্ণকালত কেৱলীয়া ভকত সফলে কি রূপে ধৰ্ম্ম পালন
পূৰ্ব্বকালত কেৱলীয়া ভকত সফলে কি ৰূপে ধৰ্ম্ম পালন
কৰিছিলে তাৰ দৃষ্টান্ত ৰূপ তিনিটি ঘটনা তলত তুলি মিয়া হল।
কৰিছিলে তাৰ দৃষ্টান্ত ৰূপ তিনিটি ঘটনা তলত তুলি দিয়া হল।
(১) বৰপেটা শত্ৰত এইখৰ মাধৰ দেৱৰ সত ৰাৰ আটা
(১) বৰপেটা শত্ৰত শ্ৰীশ্ৰীঈশ্বৰ মাধৱ দেৱৰ সঙ্গত শ্ৰীৰাম আটা
নামে জনৈৰ কেৱলীয়া ধৰ্মাৱলী ভকত আছিল। তেওঁৰ কোনো
নামে জনৈক কেৱলীয়া ধৰ্ম্মাৱলী ভকত আছিল। তেওঁৰ কোনো
এসময়ত চিতল মাছ শিঙ্গী খাবৰ ইচ্ছা হৈছিল। এই সমন্ধে কোনো
এসময়ত চিতল মাছৰ শিঙ্গৰী খাবৰ ইচ্ছা হৈছিল। এই সময়ে কোনো
মানুহে ‘হাটীৰ” ভকত সকলক কেইটিমান ভাঙ্গৰ চিতল মাছ দিয়াত
মানুহে ‘হাটীৰ” ভকত সকলক কেইটিমান ভাঙ্গৰ চিতল মাছ দিয়াত
তেও ভকতক কৈ কেই ডােখৰ মানশিৰী মাছ আনি, তালকৈ ৰান্ধি
তেওঁ ভকতক কৈ কেই ডোখৰ মান শিঙ্গৰী মাছ আনি, ভালকৈ ৰান্ধি
বাড়ি খাবলৈ সাজু হৈ বহিলে। বহি নানক এই বুলি কবলৈ ধৰিলে যে
বাঢ়ি খাবলৈ সাজু হৈ বহিলে। বহি মনক এই বুলি কবলৈ ধৰিলে যে
“তুমি যি ইচ্ছা কৰিছিল। তাকে পাইছা, এতিয়া তুমি তােমাৰ ইচ্ছা
“তুমি যি ইচ্ছা কৰিছিলা তাকে পাইছা, এতিয়া তুমি তোমাৰ ইচ্ছা
নিৰাৰণ কৰা। মই হলে মােৰ হাতে, মােৰ মুখত তুলি নিদিম, তুমি কি
নিৰাৰণ কৰা। মই হলে মোৰ হাতে, মোৰ মুখত তুলি নিদিম, তুমি কি
ৰূপে পাৰা ৰােৱা। এই কথা কৈ কিছুমান সময় সেই বস্তু আগত লৈ
ৰূপে পাৰা খোৱা। এই কথা কৈ কিছুমান সময় সেই বস্তু আগত লৈ
ৰাহ শাকি, আকৌ মনক কলে যে “যদি তোমাৰ নিজে কোনাে কাম
বহি থাকি, আকৌ মনক কলে যে “যদি তোমাৰ নিজে কোনো কাম
কৰিব আৰু তাৰ পৰা ক্ষমতাই নাই; তেন্তে পৰাধীন হৈ এনে ইচ্ছা
কৰিব আৰু খাব পৰা ক্ষমতাই নাই; তেন্তে পৰাধীন হৈ এনে ইচ্ছা
কিয় কৰা”, এই বুলি সেই মাছৰ আঞ্জা দূৰত ফেলি থৈ, সেই দিন
কিয় কৰা”, এই বুলি সেই মাছৰ আঞ্জা দূৰত ফেলি থৈ, সেই দিন
কেবল উথ খাৰেৰে ভাত খাই উঠিল।
কেবল ডথৰা খাৰেৰে ভাত খাই উঠিল।
() আকৌ এসময় এই সিদ্ধ পুরুষ জনে, বৰপেটাৰ দক্ষিণে থকা
() আকৌ এসময়ত এই সিদ্ধ পুৰুষ জনে, বৰপেটাৰ দক্ষিণে থকা
গণক কুহি নামে গাঁওলৈ ভিক্ষার্থে গৈ এঘৰ মানুহৰ ঘৰত এজনী
গণক কুছি নামে গাঁওলৈ ভিক্ষাৰ্থে গৈ এঘৰ মানুহৰ ঘৰত এজনী
বুঢ়া লগ পাই, ভিক্ষাৰ অনুৰােধ কৰাত বুঢ়ীয়ে অধিনে যে
বুঢ়ী লগ পাই, ভিক্ষাৰ অনুৰোধ কৰাত বুঢ়ীয়ে শুধিলে যে
*
*
এই গণক কুহি গা এতিয়াও আছেই এখন প্রধান শান্ত।
এই গণক কুহি গাওঁ এতিয়াও আছোই এখন প্ৰধান শাস্ত্ৰ।
ইয়াত মাধব দেব পুরুষ ১৮ বছর বাস কৰিছিল।
ইয়াত মাধব দেব পুৰুষ ১৮ বছৰ বাস কৰিছিল।