পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "এই পত্রিকা কন্যাৰ গৰ্ভত জন্ম লৰাই বাপেক আৰু মাতা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
এই পত্রিকা কন্যাৰ গৰ্ভত জন্ম লৰাই বাপেক আৰু মাতামহৰ উভয়ৰে
এই পুত্ৰিকা কন্যাৰ গৰ্ভত জন্মা লৰাই বাপেক আৰু মাতামহৰ উভয়ৰে
কর্মকর্তা আকৌ সম্পত্তিৰ অধিকাৰি হব। এই রূপে পুত্রিকা গ্রহণ
কৰ্ম্মকৰ্ত্তা আকৌ সম্পত্তিৰ অধিকাৰি হব। এই ৰূপে পুত্ৰিকা গ্ৰহণ
কৰাৰ পিছত যদি কোন লােকৰ পুত্র জন্মে, তেন্তে সেই পুত্ৰ আৰু
কৰাৰ পিছত যদি কোন লোকৰ পুত্ৰ জন্মে, তেন্তে সেই পুত্ৰ আৰু
পুত্রিকা পুত্র সমানাংশ ভাগী হব। আৰু পত্রিকা পুত্ৰ নজন্মাতেই
পুত্ৰিকা পুত্ৰ সমানাংশ ভাগী হব। আৰু পুত্ৰিকা পুত্ৰ নজন্মাতেই
মৰিলে, তাই প্রাপ্য সম্পত্তি তাইৰ পতিয়ে পাব। জীয়েকৰ গর্ভে
মৰিলে, তাই প্ৰাপ্য সম্পত্তি তাইৰ পতিয়ে পাব। জীয়েকৰ গৰ্ভে
স্বজাতীয় ভর্তাৰ দ্বাৰাই জন্ম লৰাই পৰিগণিত হব আৰু এই জীব
স্বজাতীয় ভৰ্ত্তাৰ দ্বাৰাই জন্ম লৰাই পৰিগণিত হব আৰু এই জীব
নাতিয়ে পিণ্ডদান কৰি, অপুত্রক মাতা মহৰ সম্পত্তি গ্ৰহণ কৰিব।
নাতিয়ে পিণ্ডদান কৰি, অপুত্ৰক মাতা মহৰ সম্পত্তি গ্ৰহণ কৰিব।
যেনে ;
যেনে;
অকৃতা বা কৃতা বাপি যৎ বিলে সদৃশাৎসুতম্।
অকৃতা বা কৃতা বাপি যৎ বিন্দেৎ সদৃশাৎসুতম্।
পৌত্রী মাতা মহস্তেন দদ্যাৎ পিৎ হৰেদ্ধনম্ ॥ ১৩৬
পৌত্ৰী মাতা মহস্তেন দদ্যাৎ পিন্ডৎ হৰেদ্ধনম্॥ ১৩৬
( ইতি মনু নঃ অঃ)
( ইতি মনু নঃ অঃ)
মানুহে পুত্ৰদ্বাৰাই পিতৃ আৰু দেৱ লােকাদি লাভ কৰে ; পৌত্র
মানুহে পুত্ৰদ্বাৰাই পিতৃ আৰু দেৱ লোকাদি লাভ কৰে; পৌত্ৰ
দ্বাৰাই অনন্তত্ব আৰু প্রপৌত্ৰ দ্বাৰাই সূৰ্য্যলােক পায়। পুত্রে বাপেকক
দ্বাৰাই অনন্তত্ব আৰু প্ৰপৌত্ৰ দ্বাৰাই সূৰ্য্যলোক পায়। পুত্ৰে বাপেকক
পুন্নাম নৰকৰ পৰা পৰিত্ৰাণ কৰে, এই কাৰণে ব্রহ্মা স্বয়ং পুত্র নাম
পুন্নাম নৰকৰ পৰা পৰিত্ৰাণ কৰে, এই কাৰণে ব্ৰহ্মা স্বয়ং পুত্ৰ নাম
দিছে।
দিছে।
যেনে ;-
যেনে;-
পুন্নামাে নরকাৎ যস্মাৎ ত্ৰায়তে পিতরং সুতঃ।
পুন্নামো নৰকাৎ যস্মাৎ ত্ৰায়তে পিতৰং সুতঃ।
তস্মাৎ পুত্র ইতি খ্যাতত দ্বয়মেব স্বয়ম্ভবা ।
তস্মাৎ পুত্ৰ ইতি খ্যাতো দ্বয়মেব স্বয়ম্ভবা।
মানুহৰ পৌত্ৰ আৰু দৌহিত্র এই দুই জনৰ ভিতৰত একো প্রভেদ
মানুহৰ পৌত্ৰ আৰু দৌহিত্ৰ এই দুই জনৰ ভিতৰত একো প্ৰভেদ
নাই, কিয়নাে পৌত্ৰৰ নিচিনা দৌহিত্রও পৰকালে পৰিত্ৰাণ কৰে।
নাই, কিয়নো পৌত্ৰৰ নিচিনা দৌহিত্ৰও পৰকালে পৰিত্ৰাণ কৰে।
যেনে ;
যেনে;
পৌত্র দৌহিত্রে ধােলোঝে বিশেষে মােপ পদ্যতে।
পৌত্ৰ দৌহিত্ৰে ধোলোঝে বিশেষো মোপ পদ্যতে।
দোহিত্রো হপি মুত্ৰৈনং সন্তাৰয়তি পৌত্রৰতঃ ।।
দোহিত্ৰো হপিহ্য় মুত্ৰৈনং সন্তাৰয়তি পৌত্ৰৰতঃ॥
ইতি মনুঃ নঃ অঃ ১৩৯।
ইতি মনুঃ নঃ অঃ ১৩৯।