পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(+) কিন্তু পৃথকে কামজ মাত্ৰ। ভাৰ জনে স বােৰ পুত্ৰৰ ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(+)
(৬৯)

কিন্তু পৃথকে
কামজ মাত্ৰ। ভাৰ জনে বােৰ পুত্ৰৰ নিচিনা প্রতিপাল কৰিব।
কামজ মাত্ৰ। ভাঙ্গৰ জনে সৰু বোৰক পুত্ৰৰ নিচিনা প্ৰতিপাল কৰিব।
আৰু সৰু বােৰেও সচ্চৰিত্ৰ, দ্যায়পৰায়ণ আৰু ধার্মিষ্ঠ ডাঙ্গৰ ভ্ৰাতৃক ধৰ্ম্মত
আৰু সৰু বোৰেও সচ্চৰিত্ৰ, ন্য়ায়পৰায়ণ আৰু ধাৰ্ম্মিষ্ঠ ডাঙ্গৰ ভ্ৰাতৃক ধৰ্ম্মত
পিতৃতুল্য ভক্তি কৰিব। জ্যেষ্ঠেই কুলৰ উন্নতি আৰু অবনতিৰ মূল।
পিতৃতুল্য ভক্তি কৰিব। জ্যেষ্ঠেই কুলৰ উন্নতি আৰু অবনতিৰ মূল।
ভ্রাতৃ বিলাকে অবিভক্ত ভাৱে একত্রে বাস কৰিব।
ভ্ৰাতৃ বিলাকে অবিভক্ত ভাৱে একত্ৰে বাস কৰিব।কিন্তু পৃথকে
ধৰ্ম বৃদ্ধি হয়, এতেকে ধৰ্ম্মকাকী লােকে ; ঠাই ঠাই বাস কৰিলেও
ধৰ্ম্ম বৃদ্ধি হয়, এতেকে ধৰ্ম্মকাঙ্খী লোকে; ঠাই ঠাই বাস কৰিলেও
বেয়া নহয়।
বেয়া নহয়।
পৈত্রিক ধনৰ ভাগ ডাঙ্গৰ জনে দ্বিগুণ, মজলীয়াই ডে, ইয়াত
পৈত্ৰিক ধনৰ ভাগ ডাঙ্গৰ জনে দ্বিগুণ, মজলীয়াই ডেৰা, ইয়াত
বাহিৰে অন্যান্য বােৰে এক এক ভাগ পাব। অনুটা ভনী বিলাকৰ
বাহিৰে অন্যান্য বোৰে এক এক ভাগ পাব। অনুঢা ভনী বিলাকৰ
বিবাহৰ খৰছৰ কাৰণে, প্রত্যেকৰ নিজ নিজ অংশৰ পৰা এক চতুর্থাংশ
বিবাহৰ খৰছৰ কাৰণে, প্ৰত্যেকৰ নিজ নিজ অংশৰ পৰা এক চতুৰ্থাংশ দিব ।
যােনে এই ভাগ দিবলৈ অনিচ্ছা কৰে সি ধৰ্ম্মতঃ পতিত হয়।
যোনে এই ভাগ দিবলৈ অনিচ্ছা কৰে সি ধৰ্ম্মতঃ পতিত হয়।

দিব।
যেনেং -
যেনেং -
স্বেত্যাহং শেভ্যস্ত কন্যাভ্যঃ প্রদভ্রাতঃ পৃথকঃ।
স্বেত্যাহং শেভ্যস্তু কন্যাভ্যঃ প্ৰদদ্য়ুভ্ৰাতৰঃ পৃথকঃ।
স্বাৎস্বাদং শাচ্চতুৰ্ভাগং পতিত্যস্যৰাদিৎসৱঃ।
স্বাস্বাদং শচ্চতুর্ভাগং পতিত্যস্যৰাদিৎসৱ ।
( ইতি মনুঃ নঃ অঃ )
( ইতি মনুঃ নঃ অঃ )
মহ-গৰু আদি পশু বিলাক যদি সমানে ভাগ কৰাত মিল নহৈ দুই
মহ-গৰু আদি পশু বিলাক যদি সমানে ভাগ কৰাত মিল নহৈ দুই
এটী বাকী থাকে ; তেন্তে সেই অতিৰিক্ত পশু জ্যেষ্ঠে পাব।
এটী বাকী থাকে; তেন্তে সেই অতিৰিক্ত পশু জ্যেষ্ঠে পাব।
যদি কেইবা জনি সবর্ণাস্ত্রী হয় আৰু যদি প্রথম জনীৰ গৰ্ভত প্রথম
যদি কেইবা জনি সবৰ্ণাস্ত্ৰী হয় আৰু যদি প্ৰথম জনীৰ গৰ্ভত প্ৰথম
পুত্ৰ নহৈ শেষৰ বিবাহিতা স্ত্রীৰ গৰ্ভত জন্মে, তেন্তে সেই লৰাই ডাঙ্গৰ
পুত্ৰ নহৈ শেষৰ বিবাহিতা স্ত্ৰীৰ গৰ্ভত জন্মে, তেন্তে সেই লৰাই ডাঙ্গৰ
বুলি গণ্য হব। জমজ অর্থাৎ জজা লৰা দুই জনৰ ভিতৰত প্ৰথম ওপজ।
বুলি গণ্য হব। জমজ অৰ্থাৎ জজা লৰা দুই জনৰ ভিতৰত প্ৰথম ওপজা
লৰাই ডাঙ্গ।
লৰাই ডাঙ্গৰ।
যদি কোন লােকৰ পুত্র সন্তান নথকাত ছােৱালী বিয়া দিয়া
যদি কোন লোকৰ পুত্ৰ সন্তান নথকাত ছোৱালী বিয়া দিয়া
সময়, এনেকুৱা ব্যৱস্থা কৰে যে “এই কন্যাৰ গৰ্ভত যি লৰা হয়, সেই
সময়, এনেকুৱা ব্যৱস্থা কৰে যে “এই কন্যাৰ গৰ্ভত যি লৰা হয়, সেই
ৰাইল আমাৰ শাৰ গৰাকী হৰ” এনেকুৱা কন্যাকে পত্রিকা বােলে।
ৰাইল আমাৰ শ্ৰাদ্ধৰ গৰাকী হব” এনেকুৱা কন্যাকে পুত্ৰিকা বোলে।