পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "wa) প্রাণস্বরূপ পৰমেশ্বৰক সহায় কৰিয়েই নিজ কর্তব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(৬৭)
wa)
প্রাণস্বরূপ পৰমেশ্বৰক সহায় কৰিয়েই নিজ কর্তব্য কাম কৰি
প্ৰাণস্বৰূপ পৰমেশ্বৰক সহায় কৰিয়েই নিজৰ কৰ্ত্তব্য কাম কৰি
সংসাৰত থাকিব। জ্যোতিষ আৰু হাতৰ আঁকি আদি কি মন
সংসাৰত থাকিব। জ্যোতিষ আৰু হাতৰ আঁক আদি কিম্বা মঙ্গল
দেখি, নাইবা শাস্তুত পাৰ্গতালি দেখুৱাই কাৰৰ ঠাইত ভিক্ষা লাভৰ
দেখি, নাইবা শাস্ত্ৰত পাৰ্গতালি দেখুৱাই কাৰো ঠাইত ভিক্ষা লাভৰ
ইচ্ছা নকৰিব ইত্যাদি।
ইচ্ছা নকৰিব ইত্যাদি।
ভােজন বিষয় যিমান কমাৰ পাবে তিমান চেষ্টা কৰিব, কিয়নাে
ভোজন বিষয় যিমান কমাব পাৰে তিমান চেষ্টা কৰিব, কিয়নো
মানুহৰ খােৱা বস্তুৰ দ্বাৰাই তেজ-বল বেচি হলে, কাম ক্রোধাদি বিপু
মানুহৰ খোৱা বস্তুৰ দ্বাৰাই তেজ-বল বেচি হলে, কাম ক্ৰোধাদি ৰিপু
বোৰে শৰীৰত পূর্ণক্ষমতা লাভ কৰে। তেতিয়া ভক্তিৰ প্ৰতিও মন
বোৰে শৰীৰত পূৰ্ণক্ষমতা লাভ কৰে। তেতিয়া ভক্তিৰ প্ৰতিও মন
ৰিচলিত হয় ; এতেকে অল্পাহাৰ কৰি যাতে শৰীৰৰ তেজ বল কমে
বিচলিত হয়; এতেকে অল্পাহাৰ কৰি যাতে শৰীৰৰ তেজ বল কমে
তাৰে যত্ন কৰিব। অধিক পৰিমাণে নেখাব, একেবাৰে সঘনেও
তাৰে যত্ন কৰিব। অধিক পৰিমাণে নেখাব, একেবাৰে লঘনেও
নেথাকিব, অধিক পৰিমাণে মুগুব আৰু নিচেই কৈ নেশােৱাকৈও
নেথাকিব, অধিক পৰিমাণে নুশুব আৰু নিচেই কৈ নেশোৱাকৈও
নেথাকিব।
নেথাকিব।
যেনেং-নাত্যশ্নতস্তু যােগেস্তি নচৈকান্ত মনতঃ
যেনেং-নাত্যশ্নতস্তু যোগেস্তি নচৈকান্ত মনশ্নতঃ
নচাতি স্বপ্নশীলস্য যাতো নৈবচাৰ্জ্জুলঃ
নচাতি স্বপ্নশীলস্য যাগ্ৰতো নৈবচাৰ্জ্জুলঃ
( ইতি ভাগবদগীতায়াং)
( ইতি ভাগবদগীতায়াং)
কেৱলীয়া সকলৰ-ঘৰদুৱাৰ, খােবা পিন্ধাৰ বেশ বিন্যাস আদিও
কেৱলীয়া সকলৰ-ঘৰদুৱাৰ, খোবা পিন্ধাৰ বেশ বিন্যাস আদিও
যাতে কোনাে রূপে দুঃখে-কষ্টে নিৰ্বাহ হয়, এনে হব লাগে। অতিশয়
যাতে কোনো ৰূপে দুঃখে-কষ্টে নিৰ্ব্বাহ হয়, এনে হব লাগে। অতিশয়
উত্তম হলে কাম, ক্রোধাদি বিপু সকলে দেহত অধিকাৰ কৰিবলৈ বল
উত্তম হলে কাম, ক্ৰোধাদি ৰিপু সকলে দেহত অধিকাৰ কৰিবলৈ বল
পায়। আকৌ নিজে কেনেকৈ উদ্ধাৰ হৈ সদগতি লাভ কৰে, তাৰে মাত্র
পায়। আকৌ নিজে কেনেকৈ উদ্ধাৰ হৈ সদগতি লাভ কৰে, তাৰে মাত্ৰ
চেষ্টা কৰিব। আন কোনও লােক মূল তাদি কৈ তৰাৰলৈ চেষ্টা
চেষ্টা কৰিব। আন কোনও লোকক মূল তত্বাদি্ কৈ তৰাৰলৈ চেষ্টা
কৰি, ব্যৱসায়ী চলােৱা উচিত নহয়। কিন্তু তেওঁৰ সৎচৰিত্ৰ আৰু ঈশ্বর
কৰি, ব্যৱসায়ী চলোৱা উচিত নহয়। কিন্তু তেওঁৰ সৎচৰিত্ৰ আৰু ঈশ্বৰ
চিন্তাত মন নিময়াদি আকৌ কাম ক্রোধাদিক বশে ৰখা দেখি অপৰ
চিন্তাত্ মন নিময়াদি আকৌ কাম ক্ৰোধাদিক বশে ৰখা দেখি অপৰ