পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৮০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সকলৰ আকৰ্ষণ নিবৰিণ কৰি, বিষয় সংসৰ্গরূপ পাপ, বােৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
সকলৰ আকৰ্ষণ নিবৰিণ কৰি, বিষয় সংসৰ্গরূপ পাপ, বােৰৰ পৰা
সকলৰ আকৰ্ষণ নিবাৰণ কৰি, বিষয় সংসৰ্গৰূপ পাপ্, বোৰৰ পৰা
দূৰৈত ৰাখিবলৈ চেষ্টা কৰিব। আকৌ সদায় মনক পৰমেশ্বৰৰ ধ্যানত
দূৰৈত ৰাখিবলৈ চেষ্টা কৰিব। আকৌ সদায় মনক পৰমেশ্বৰৰ ধ্যানত
নিযুক্ত ৰাথি, কাম ক্রোদ্ধাদি অনীশ্বৰ (ঈশ্বৰ ভিন্ন) গুণ বােৰক জয়
নিযুক্ত ৰাথি, কাম ক্ৰোদ্ধাদি অনীশ্বৰ (ঈশ্বৰ ভিন্ন) গুণ বোৰক জয়
কৰিব।
কৰিব।
কেৱলীয়া সকলৰ ভােজন পাত্র কোনাে ধাতুৰ হব নেলাগে।
কেৱলীয়া সকলৰ ভোজন পাত্ৰ কোনো ধাতুৰ হব নেলাগে।
কাঠৰ বা শিলৰ হােৱা উচিত। ভাঙ্গা ফুটা হব নেলাগে, পানীৰ সাজ
কাঠৰ বা শিলৰ হোৱা উচিত। ভাঙ্গা ফুটা হব নেলাগে, পানীৰ সাজ
লাউ খােলাৰ হব লাগে। প্ৰাণ ৰক্ষাৰ কাৰণে এবাৰ মাথােন ভিক্ষা
লাউ খোলাৰ হব লাগে। প্ৰাণ ৰক্ষাৰ কাৰণে এবাৰ মাথোন ভিক্ষা
কৰিব, কিয়েনাে বেচি হলে বিষয়াশক্তি জন্মিব পাৰে। দিনৰ শেষভাগে
কৰিব, কিয়েনো বেচি হলে বিষয়াশক্তি জন্মিব পাৰে। দিনৰ শেষভাগে
মানুহৰ ঘৰলৈ ভিক্ষা কৰিবলৈ যাব। ভিক্ষা নেপালে মনত দুঃখ, পালে
মানুহৰ ঘৰলৈ ভিক্ষা কৰিবলৈ যাব। ভিক্ষা নেপালে মনত দুঃখ, পালে
ৰং নকৰিব। যাতে প্রাণ যাত্রা মাথােন ছলে, ইমান খিনি মাথােন
ৰং নকৰিব। যাতে প্ৰাণ যাত্ৰা মাথোন ছলে, ইমান খিনি মাথোন
ভিক্ষা কৰিব। অন্যান্য ব্যৱহাৰ্য্য বস্তুৰ প্ৰতিও আসক্তি এৰিব।
ভিক্ষা কৰিব। অন্যান্য ব্যৱহাৰ্য্য বস্তুৰ প্ৰতিও আসক্তি এৰিব।
কাকো অতি আদৰ কৰা আৰু কাৰৰ আদৰণীয় হােৱাও অনুচিত।
কাকো অতি আদৰ কৰা আৰু কাৰো আদৰণীয় হোৱাও অনুচিত।
কিয়নাে তাৰ পৰা ক্রমে ক্রমে সংসাৰ ৰন্ধন আৰু মায়াৰ শিকলিৰে
কিয়নো তাৰ পৰা ক্ৰমে ক্ৰমে সংসাৰ বন্ধন আৰু মায়াৰ শিকলিৰে
বন্ধা হব পাৰে। এই হেঁতুকে আদৰৰ সহিতে পােৱা ভিক্ষা ও
বন্ধা হব পাৰে। এই হেঁতুকে আদৰৰ সহিতে পোৱা ভিক্ষা ও
পৰিত্যাগ কৰিব লাগে।
পৰিত্যাগ কৰিব লাগে।
অকলে বাস কৰিব। জীৱন বা মৰণলৈ এবাৰে কামনা নকৰিব
অকলে বাস্ কৰিব। জীৱন বা মৰণলৈ এবাৰো কামনা নকৰিব
কিন্তু ভৃত্য যেনেকৈ কামৰ বেচলৈ নিরূপিত সময়ক মনত কৰি থাকে,
কিন্তু ভৃত্য যেনেকৈ কামৰ বেচলৈ নিৰূপিত্ সময়ক মনত কৰি থাকে,
সেইরূপ জীবন মৰণ উভয় কালে ধৰ্মলাভৰ কামনা কৰি থাকিব।
সেইৰূপ জীবন মৰণ উভয় কালে ধৰ্ম্মলাভৰ কামনা কৰি থাকিব।
তললৈ চহিহে ভৰিপেলাব, কাপােবাদিৰে চেকিহে পানী খাব। সদাই
তললৈ চহিহে ভৰিপেলাব, কাপোৰাদিৰে চেকিহে পানী খাব। সদাই
সচা কথা কব আজ মনক পবিত্র কৰিব। আনে বেয়া লগা বা অপমান
সচা কথা কব আৰু মনক পবিত্ৰ কৰিব। আনে বেয়া লগা বা অপমান
জনক কথা কলে তাক সহিৰ; আৰু নিজেও কাকো অপমান নিদিব
জনক কথা কলে তাক সহিব; আৰু নিজেও কাকো অপমান নিদিব
আৰু কাৰাে শত্রুতা নকৰিব। কোনােৱে নিজক দুৰ্বাক্য বুলিলে তাৰ
আৰু কাৰো শত্ৰুতা নকৰিব। কোনোৱে নিজক দুৰ্ব্বাক্য বুলিলে তাৰ
প্রতি ক্রোধ, প্রকাশ নকৰি, তাৰ আগত বিনয় ভাৱ প্ৰকাশ কৰিব।
প্ৰতি ক্ৰোধ্, প্ৰকাশ নকৰি, তাৰ আগত বিনয় ভাৱ প্ৰকাশ কৰিব।
কেতিয়াও মিচা কথা নকব। সদাই ঈশ্বৰ চিন্তাত নিমগ্ন থাকিব ;
কেতিয়াও মিচা কথা নকব। সদাই ঈশ্বৰ চিন্তাত নিমগ্ন থাকিব;
কোনাে বিষয়লৈ আশা নেৰাখি সদাই নিস্পৃহ হৈ থাকিব। কেৱল
কোনো বিষয়লৈ আশা নেৰাখি সদাই নিস্পৃহ হৈ থাকিব। কেৱল