পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "একোণবিংশ অধ্যায়ঃ। শেষৱস্থা (কেৱল ধর্ম) সত্য, ত্র..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
একোণবিংশ অধ্যায়ঃ।
একোণবিংশ অধ্যায়ঃ।
শেষৱস্থা (কেৱল ধর্ম)
শেষাৱস্থা (কেৱল ধৰ্ম্ম)
সত্য, ত্রেতা, জাপৰ এই তিন যুগৰ ােৈক সকলে গৃহস্থান ধর্ম
সত্য, ত্ৰেতা, দ্বাপৰ এই তিন যুগৰ লোক সকলে গৃহস্থাশ্ৰম ধৰ্ম্ম
যথা বিধিমতে প্রতিপালন কৰি, শেষৱস্থায় বানপ্রস্থ ধৰ্মৰ অনুষ্ঠান,
যথা বিধিমতে প্ৰতিপালন কৰি, শেষৱস্থায় বানপ্ৰস্থ ধৰ্ম্মৰ অনুষ্ঠান,
কৰিছিল। কিন্তু বর্তমান কলি যুগৰ লােক সকলে এই নিয়ম প্রতিপালন
কৰিছিল। কিন্তু বৰ্ত্তমান কলি যুগৰ লোক সকলে এই নিয়ম প্ৰতিপালন
কৰা প্ৰায় দেখিবলৈ পােবা নেযায়। অন্যান্য দেশত এই ঠাই
কৰা প্ৰায় দেখিবলৈ পোৱা নেযায়। অন্যান্য দেশত এই ধৰ্ম্ম ঠাই
বিশেষে থাকিবও পাৰে; কিন্তু আমাৰ এই আসাম দেশত সমুলি নাই
বিশেষে থাকিবও পাৰে; কিন্তু আমাৰ এই আসাম দেশত সমুলি নাই
বুলিলেও বৰকৈ বঢ়ায় পোৰা নহয়। অনুমান ৰাই ৰুকা যায়
বুলিলেও বৰকৈ বঢ়ায় কোৱা নহয়। অনুমান দ্বা ৰাই বুজা যায়
পৰমেৰে এই বানপ্রস্থ ধৰ্মৰ সলনি আমাৰ দেশ উদী
পৰমেশ্বয়ে এই বানপ্ৰস্থ ধৰ্ম্মৰ সলনি আমাৰ দেশত উদাসীন
(কেৱলীয়) ধর্ম প্রবর্তন কৰিবলৈ নিয়ম কৰি দিছে। সেই দেখি
(কেৱলীয়া) ধৰ্ম্ম প্ৰবৰ্ত্তন কৰিবলৈ নিয়ম কৰি দিছে। সেই দেখি
এই কেৱল ৰ্মৰে নিয়ম প্রণালী যথাসাধ্য এই পুথিত অল্প লেখা হল।
এই কেৱল ধৰ্ম্মৰে নিয়ম প্ৰণালী যথাসাধ্য এই পুথিত অল্প লেখা হল।
নিয়মানুযায়ী বেদ শান্ত অধ্যয়ন করি, ধর্মানুসারে পুত্র মাই
নিয়মানুযায়ী বেদ শাস্ত্ৰ অধ্যয়ন কৰি, ধৰ্ম্মা নুসাৰে পুত্ৰ জন্মাই
শক্তিৰে ৱেপিতৃ কাৰ্য্য করি, লােক সকলে পিছত মােক্ষলৈ মন
শক্তিঅনুসাৰে দেৱ-পিতৃ কাৰ্য্য কৰি, লোক সকলে পিছত মোক্ষলৈ মন দিয়া কৰ্ত্তব্য় ।
গৃহস্থ যেতিয়া দেখিব যে নিজৰ গাৰ ছাল অস্থিৰ হৈছে, চুলিখুৱলীয়া
গৃহস্থ যেতিয়া দেখিব যে নিজৰ গাৰ ছাল অস্থিৰ হৈছে, চুলিখুৱলীয়া
হৈছে, আৰু পুৰৰ সন্তান জন্মিছে; তেতিয়া তেওঁ কোন শত্ৰত যি
হৈছে, আৰু পুত্ৰৰ সন্তান জন্মিছে; তেতিয়া তেওঁ কোনো শত্ৰত্ (যি
ঠাইত সদাই পৰশেখৰৰ নাম কীর্তনাদি হৈ থাকে। ৰাস কৰিলে।
ঠাইত সদাই পৰমেশ্বৰৰ নাম কীৰ্ত্তনাদি হৈ থাকে। বাস কৰিবগৈ।
তেওঁ নিজে কৰি যি বােধা বুলস যা আজ খােৱ , গৰু,
তেওঁ নিজে যত্ন কৰি যি বোধা মূল্য়বান বস্তু আৰু খোৱা বস্তু , গৰু,
ঘোঁৰা, শযদি পৰিত্যাগ কৰি, আৰু পত্নীকে পুত্ৰক সম্পৰ কৰি উক
ঘোঁৰা, শয্য়াদি পৰিত্যাগ কৰি, আৰু পত্নীকো পুত্ৰক সমৰ্পন কৰি উক্ত
ঠাইত গৈ ৰাস কৰিব। সত্ৰত এনে একান্ত ভৰত ৰাস কৰি থাকে,
ঠাইত গৈ বাস কৰিব। সত্ৰত এনেক একান্ত ভকত বাস কৰি থাকে,
তেওঁ লােকৰ সঙ্গত থাকি, ঈশৰ চিত মন নিষেশ পুক সবাই
তেওঁ লোকৰ সঙ্গত থাকি, ঈশ্বৰ চিন্তাত মন নিবেশ পুৰ্ব্বক সদাই
সদালাপে দিন নিয়াব লাগে।
লাশে দিন নিম গালে।