পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "সেতায় নেৰে; তেন্তে তাই অলঙ্কাদি সম্পত্তি কাঢ়ি..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
সেতায় নেৰে; তেন্তে তাই অলঙ্কাদি সম্পত্তি কাঢ়ি লৈ তাই
সেই স্বভাৱ নেৰে; তেন্তে তাই অলঙ্কাদি সম্পত্তি কাঢ়ি লৈ তাইক
ত্যাগ কৰিব।
ত্যাগ কৰিব।
যেনে ;-সংবৎসৰং প্রতিক্ষেত দ্বিষন্তীং যােষিতং পতি।
যেনে;-সংবৎসৰং প্ৰতিক্ষেত দ্বিষন্তীং যোষিতং পতি।
উজং সংবৎসৰাৎ দেনাদায়ংহৃত্বা ন সংবসেৎ। ৭৭।
উদ্ধং সংবৎসৰাৎ ত্বেনাংদায়ংহৃত্বা ন সংবসেৎ। ৭৭।
(ইতি মনু নঃ অঃ)
(ইতি মনু নঃ অঃ)
স্ত্রী যদি খৰ অধীন হৈ ঘৰৰ পৰা ওলাই যাবলৈ উত হয় কি
স্ত্ৰী যদি খঙ্গৰ অধীন হৈ ঘৰৰ পৰা ওলাই যাবলৈ উদ্য়ত হয় কিম্বা
ওয় যায় তেন্তে তাইক অবিলম্বে বন্ধন কৰিৰ কি আত্মীয় পৰিবাৰ
ওলায় যায় তেন্তে তাইক অবিলম্বে বন্ধন কৰিব কিম্বা আত্মীয় পৰিবাৰ
সকলৰ সাজাতে পবিত্যাগ কৰিব।
সকলৰ সাক্ষাতে পৰিত্যাগ কৰিব।
যেনে ;-অধিবিন্নাত যা নারী নির্গচ্ছেস্ক্রষিত গৃহৎ।
যেনে;-অধিবিন্নাত যা নাৰী নিৰ্গচ্ছেস্ৰুষিতা গৃহাৎ।
সা সদ্যঃ সন্নিৰােবা ত্যাজ্যা বা কুলসন্নিবে। ৬।
সা সদ্যঃ সন্নিৰোদ্ধব্য়া ত্যাজ্যা বা কুলসন্নিধৌ। ৮৬।
( ইতি মনু নঃ অধ্যায়)
( ইতি মনু নঃ অধ্যায়)
যদি গুগৱান বনােপােৰাৰ কাৰণে বিয়া নিদিয়াকৈ ফল ভুবতী
যদি গুনৱান বৰনোপোৱাৰ কাৰণে বিয়া নিদিয়াকৈ কন্য়া ঋতুমতী
হয়, তেন্তে তিনি বছৰ পৰ্যন্ত অপেক্ষা কৰি কয় নিজ বৰ কিসিন
হয়, তেন্তে তিনি বছৰ পৰ্য্য়ন্ত অপেক্ষা কৰি কন্য়ায় নিজে বৰ নিৰ্ব্বাসন
কৰি লব। এই বিষয় কন্যাৰ কোনাে দোষ নাই। আর কি
কৰি লব। এই বিষয় কন্যাৰ কোনো দোষ নাই। আৰু বাপেক ভায়েক
গয়েক দিয়ে তাৰ গাধন লৰ নােৱাৰে। কিন্তু কালেও কোন কাপ
আদিয়ে তাৰ গাধন লব নোৱাৰে। কিন্তু কন্য়ায়েও কোন ৰূপ
'ত কি অনাদি নিব নােৱাৰে যদি নিয়ে তেন্তে চোৰ বুলি গত
বস্তু কিম্বা অলঙ্কাৰাদি নিব নোৱাৰে যদি নিয়ে তেন্তে চোৰ বুলি গন্য় হব
( মনুঃ নঃ অঃ ৯০।৯১।৯২ শ্লোক চোৱা)
( ম ন জ ১৯১৯২ মােক চোর)
কন্য়াৰ গাধন প্ৰকাশ্য়ে কিম্বা গোপন কৈ কলেও মহাপাপ,এতেকে
এই সিম কানে কা গৰাকীয়ে করি। এ
এই নিয়ম কোনো কন্য়া গৰাকীয়ে নকৰিব। (উক্ত ৯৮।৯০।১০০)
apropaso )
apropaso )