পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পূৰ্ব্বে মিতাৰ ৰাই এই নিয়ম হৈহে ৰে, ৰাৰ পৰিতে তাৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
পূৰ্ব্বে মিতাৰ ৰাই এই নিয়ম হৈহে ৰে, ৰাৰ পৰিতে তাৰ্যাৰ
পূৰ্ব্বে বিধাতাৰ দ্বাৰাই এই নিয়ম হৈছে যে, স্বা মীৰ সহিতে ভাৰ্য্য়াৰ
বি , সি কেরাও দান বিক্রি বা পৰিত্যাগ আদিৰে লােগ না
যি সম্বন্ধ, সি কেতিয়াও দান বা বিক্ৰি বা পৰিত্যাগ আদিৰে লোপ না পায় ।
যেনে ;-ন নিয়বিসর্গাভ্যাং ভভাৰ্য্যা কিমুচ্যতে।
যেনে;-ন নিস্ক্ৰয়বিসৰ্গাভ্যাং ভৰ্ত্তুভাৰ্য্যা কিমুচ্যতে।
এবং ধম্মং বিজানীমঃ প্রাকপ্রজাপতিনিৰ্ম্মিত। ৪৬।
এবং ধৰ্ম্মং বিজানীমঃ প্ৰাকপ্ৰজাপতিনিৰ্ম্মিতম্। ৪৬।
(ইতি মনুঃ নঃ অঃ)
(ইতি মনুঃ নঃ অঃ)
যদি গামী কোনাে কারণে অনেক দিন থাকিবলৈ বিদেশে যাবলগ।
যদি স্বামী কোনো কাৰণে অনেক দিন থাকিবলৈ বিদেশে যাবলগা
হয়, তেন্তে ভাৰ্যাৰ পুহপালনৰ উপায় কৰি যােৱা উচিত। কিয়নাে
হয়, তেন্তে ভাৰ্য্য়াৰ পুহপালনৰ উপায় কৰি যোৱা উচিত। কিয়নো
জীবিকা নির্বাহৰ উপায় নেপাই সচ্চৰিত্ৰ, ধৰ্ম্মনিষ্ঠা স্ত্রীও কুপথে যাবলৈ
জীবিকা নিৰ্বাহৰ উপায় নেপাই সচ্চৰিত্ৰা, ধৰ্ম্মনিষ্ঠা স্ত্ৰীও কুপথে যাবলৈ
পাৰে। তেতিয়া স্ত্রীৰে উচিত যে সূতাকাটি কিন্তু অন্যান্য শিল্প কামেৰে
পাৰে। তেতিয়া স্ত্ৰীৰো উচিত যে সূতাকাটি কিম্বা অন্যান্য শিল্প কামেৰে
জীবিকা নির্বাহ কৰিব। তথাপি যেন কুপথে নেয়।
জীবিকা নিৰ্ব্বাহ কৰিব। তথাপি যেন কুপথে নেযায়।
পতি খর্শ কামৰ নিমিত্তে বিদেশলৈ গলে পঞ্জীয়ে আঠ বছৰ পৰ্য্যন্ত
পতি ধৰ্ম্ম কামৰ নিমিত্তে বিদেশলৈ গলে পত্নীয়ে আঠ বছৰ পৰ্য্যন্ত
পতিৰ অপেক্ষা কৰিব। বিদ্যান বা যশা লাভৰ কাৰণে
পতিৰ অপেক্ষা কৰিব। বিদ্যাৰ্জন বা যশস্য়া লাভৰ কাৰণে
গলে হয়, আৰু ইন্দ্রিয় উপভােগাৰ্থে গলে তিনি বছৰ স্ত্ৰীয়ে তাৰ
গলে হয়, আৰু ইন্দ্ৰিয় উপভোগাৰ্থে গলে তিনি বছৰ স্ত্ৰীয়ে তাৰ
প্রতিক্ষা কৰিব। তাৰ পিছত পােহ-পালৰ নিমিতে সৎলােকৰ আশ্রয়
প্ৰতিক্ষা কৰিব। তাৰ পিছত পোহ-পালৰ নিমিতে সৎলোকৰ আশ্ৰয়
লবলৈ।
লৰলৈ।
যেনে-প্ৰোষিতো ধৰ্ম্মকাৰ্য্য়াৰ্থং প্ৰতীক্ষ্যোহষ্টোনৰঃসমাঃ
যেনে-প্রােষিতত ধৰ্ম্মকাৰ্যার্থং প্রতীক্ষ্যোহষ্টোনরঃসমাঃ
বস্য়াৰ্থং ষড়বস্পোহোৰ্থং বা কামাখংক্ৰীংস্তবং সৰান।। ৭৬
ৰাং ষড়বপাের্থেং বা জামাংক্ৰীৰসৰান। ৭৬
ইতি মনুঃ পঃ অঃ)
ইতি মনুঃ পঃ অঃ)
যদি স্বামীৰ অহিতাচৰন পূৰ্ব্বক ভাৰ্য্য়া স্থানান্তৰে যায়, তেন্তে স্বামীয়ে এবছৰ কাল অপেক্ষা কৰিব পাৰে ।কিন্তু যদি আৰু পিছতো
যদি আৰ চি কে সাবা, যারে যা সে
নীরে এখানে অপেক্ষা কৰিব পাৰে।