পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "উচিত। PLEASE HANDLE THE BOOK CAREFULLY ( en ) কাৰণ । ভাৰ্য। রক্ষণ ধৰ্ম্ম স..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:

উচিত।
PLEASE HANDLE THE BOOK CAREFULLY
PLEASE HANDLE THE BOOK CAREFULLY
( en )
( ৫৯ )
কাৰণ । ভাৰ্য। রক্ষণ ধৰ্ম্ম সকলাে ধর্ম শ্রেয়। বলী-নিশী,
কাৰণ হয়ভাৰ্য্য়া ৰক্ষণ ধৰ্ম্ম সকলো ধৰ্ম্ম তকৈ শ্ৰেষ্ঠ। বলী-নিৰ্ব্বলী,
কলা খোৰা সকলােৱে নিজৰ নিজৰ ভাৰ্য্যা ৰক্ষা কৰিবলৈ যত্থক
কনা খোঁৰা সকলোৱে নিজৰ নিজৰ ভাৰ্য্যা ৰক্ষা কৰিবলৈ যত্নত কৰা উচিত ।
যি মানুহে ভাৰ্য্যাক সুৰক্ষণ কৰিবলৈ সবিশেষ যত্ন কৰে,
যি মানুহে ভাৰ্য্যাক সুৰক্ষণ কৰিবলৈ সবিশেষ যত্ন কৰে,
সি তাৰ পৰা নিজ বংশ পৰম্পৰা, আত্মচৰিত্ৰ আৰু ধৰ্ম সমতকে ৰক্ষা
সি তাৰ পৰা নিজ বংশ পৰম্পৰা, আত্মচৰিত্ৰ আৰু ধৰ্ম্ম সমস্তকে ৰক্ষা
কৰে। পতি ভাৰ্যাৰ গৰ্ভত প্রবেশ কৰি, গৰ্ভৰ পৰা.আকৌধুরূপে
কৰে। পতি ভাৰ্যাৰ গৰ্ভত প্ৰবেশ কৰি, গৰ্ভৰ পৰা.আকৌ পুত্ৰৰূপে
গ্ৰহণ কৰে। যায়াৰ পৰা পুণর্জন্ম হয় বুলিয়েই জায়াৰ “জায়া”
জন্ম গ্ৰহণ কৰে। যায়াৰ পৰা পুণৰ্জন্ম হয় বুলিয়েই জায়াৰ “জায়াত্ব”
(যেনে ;-বাং...বামী পয়ং জামাতে ইতি জা”)। পত্নী
(যেনে;-যস্য়াং...স্বামীঃ স্বয়ং জায়াতে ইতি জায়া”)। পত্নী
যেনেকুৱা ভর্তা ভজনা কৰে, ঠিক তেনেকু'পুত্ৰই জন্মায়। এই
যেনেকুৱা ভৰ্ত্তাক ভজনা কৰে, ঠিক তেনেকুৱা'পুত্ৰই জন্মায়। এই
নিমিত্তে সৎপুত্র লাতার্থে ভাৰ্যা অতি যজেৰে ৰক্ষণীয়। কোনােৰে
নিমিত্তে সৎপুত্ৰ লাভাৰ্থে ভাৰ্য্য়া অতি যত্নেৰে ৰক্ষণীয়া। কোনোৱে
কেতিয়াও বলেৰে ভাৰ্যক ভালে ৰাখিবলৈ সমৰ্থ নহয় ; তথাপি ৰক্ষা
কেতিয়াও বলেৰে ভাৰ্য্য়াক ভালে ৰাখিবলৈ সমৰ্থ নহয়; তথাপি ৰক্ষা
কৰিবৰ সহজ উপায় এই যে, পত্নীক অর্থ সংগ্ৰহ আৰু ব্যয় করা গয়,
কৰিবৰ সহজ উপায় এই যে, পত্নীক অৰ্থ সংগ্ৰহ আৰু ব্যয় কৰাৰ ভাৰ,
নিজৰ শৰীৰ ঘৰৰ বঙ্গ বাহাপ বোৰ ৰক্ষা কৰা আৰু পৰিকাৰ এখ,
নিজৰ শৰীৰ ঘৰৰ বস্তু বাহানী বোৰ ৰক্ষা কৰা আৰু পৰিস্কাৰ ৰখা,
ঘৰৰ কাম কাজ বোৰত নজৰ ৰখা, খোৱা বস্তু প্ৰস্তুত কৰা প্ৰভৃতি
গৰৰ কা কা বােৰ নৰ নখ, খােৱ ৰ এই কৰা প্রকৃতি
কাগ সদাই তিৰােতাক নিয়ােজিত, অখা উচিত। কিন্তু যি স্ত্রীয়ে
কামত সদাই তিৰোতাক নিয়োজিত, ৰখা উচিত। কিন্তু যি স্ত্ৰীয়ে
নিজে নিজৰ আত্ম মৰ্যদা ৰাখিবৰ যত্নৱতী নহয়, তাক স্বামী বর্গে উক্ত
নিজে নিজৰ আত্ম মৰ্য্য়াদা ৰাখিবৰ যত্নৱতী নহয়, তাক স্বামী বৰ্গে উক্ত
কামাতি নিয়ােজিত কৰিও ৰক্ষা কৰা কঠিন। তথাপি উক্ত
কামাদিত নিয়োজিত কৰিও ৰক্ষা কৰা কঠিন। তথাপি উক্ত
কামাদিত নিয়ােজিত কৰিলে স্ত্রী সকলে আনল মনে থাকি।
কামাদিত নিয়োজিত কৰিলে স্ত্ৰী সকলে আনন্দ মনে থাকি।মনক
সংযমে ৰাখিবৰ সম্ভৱ। আৰু এই বােৰ উপায় দ্বাৰাই অনেক শ্ৰীৰ
সংযমে ৰাখিবৰ সম্ভৱ। আৰু এই বোৰ উপায় দ্বাৰাই অনেক স্ত্ৰীৰ
চৰিত্ৰ ভাল হােৱাও দেখা গৈছে। মূল কথা এই যে যি বোৰ জীয়ে
চৰিত্ৰ ভাল হোৱাও দেখা গৈছে। মূল কথা এই যে যি বোৰ স্ত্ৰীয়ে
নিজে নিজৰ মৰ্যাদা ৰক্ষাত্ ষত্বতী থাকে, তা কোনােৱে কৰিৰ
নিজে নিজৰ মৰ্য্য়াদা ৰক্ষাত্ ষত্নৱতী থাকে, তাক কোনোৱে ৰক্ষা কৰিব
নেলাগে, সি নিজেই ভালে থাকি।
নেলাগে, সি নিজেই ভালে থাকিব। তিৰোতা বোৰে ৰূপ আৰু বয়সৰ,কোনো বিস্তাৰ নকৰে,সুৰূপেই হওক বা কুৰূপেই হওক,
পুৰুষ পালেই তাৰ লগত সম্ভোগ কৰে
চিবােলে আৰু ৰয়স কোলে.বি মনে পেই
পুৰুষ দেখিলেই তাহাঁতৰ সম্ভোগ কৰিবলৈ ইচ্ছা হয় তাহাঁত সদাই
ও যা রূপেই হওক, পুৰুষ পালেই তাৰ লগত শে কে
গৰ দেখিলে বল সঙ্গ লাইনার বা সার